Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
6041 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Tonk Khurd जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह के दौरान दिन में 28 और रात में 14 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की बलीयो मे दुध बनने की क्रांतिक अवस्था में सिंचाई अवश्य करें I गेहूं में यूरिया की अंतिम सिंचाई अवस्था पर टॉप-ड्रेसिंग द्वारा 20 से 25 किलो प्रति एकड़ के हिसाब से स्प्रे करें I चने की फसल में 90% खेत में टहेनिया नजर आए और फलिया हरे रंग की जगह सुनहरे पीले रंग की दिखने लगे तो चना कटाई के लिए तैयार है यदि सरसों की फसल में सुनहरे पीले रंग की 75% फलियाँ हैं तो यह फसल की कटाई का उचित समय है फसल की कटाई सुबह के समय करें I क्योंकि रात के दौरान जमा हुई नमी फलियों को फटने से रोकती है I कटाई के समय बीजों की नमी 25% होना चाहिए I कटे हुए पौधों के छोटे-छोटे ढेर बनाकर पंक्तियों में लगाएं और उन्हें 4 से 5 दिन धूप में सूखने दें I ताकि बीज में नमी का प्रतिशत 12 से 13 रहे स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 08-02-2024 11:22:00 SCHEDULED
6042 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Agrod जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह के दौरान दिन में 28 और रात में 13 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की बलीयो मे दुध बनने की क्रांतिक अवस्था में सिंचाई अवश्य करें I गेहूं में यूरिया की अंतिम सिंचाई अवस्था पर टॉप-ड्रेसिंग द्वारा 20 से 25 किलो प्रति एकड़ के हिसाब से स्प्रे करें I चने की फसल में 90% खेत में टहेनिया नजर आए और फलिया हरे रंग की जगह सुनहरे पीले रंग की दिखने लगे तो चना कटाई के लिए तैयार है यदि सरसों की फसल में सुनहरे पीले रंग की 75% फलियाँ हैं तो यह फसल की कटाई का उचित समय है फसल की कटाई सुबह के समय करें I क्योंकि रात के दौरान जमा हुई नमी फलियों को फटने से रोकती है I कटाई के समय बीजों की नमी 25% होना चाहिए I कटे हुए पौधों के छोटे-छोटे ढेर बनाकर पंक्तियों में लगाएं और उन्हें 4 से 5 दिन धूप में सूखने दें I ताकि बीज में नमी का प्रतिशत 12 से 13 रहे स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 08-02-2024 11:18:00 SCHEDULED
6043 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Mahudiya जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह के दौरान दिन में 28 और रात में 15 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की बलीयो मे दुध बनने की क्रांतिक अवस्था में सिंचाई अवश्य करें I गेहूं में यूरिया की अंतिम सिंचाई अवस्था पर टॉप-ड्रेसिंग द्वारा 20 से 25 किलो प्रति एकड़ के हिसाब से स्प्रे करें I चने की फसल में 90% खेत में टहेनिया नजर आए और फलिया हरे रंग की जगह सुनहरे पीले रंग की दिखने लगे तो चना कटाई के लिए तैयार है यदि सरसों की फसल में सुनहरे पीले रंग की 75% फलियाँ हैं तो यह फसल की कटाई का उचित समय है फसल की कटाई सुबह के समय करें I क्योंकि रात के दौरान जमा हुई नमी फलियों को फटने से रोकती है I कटाई के समय बीजों की नमी 25% होना चाहिए I कटे हुए पौधों के छोटे-छोटे ढेर बनाकर पंक्तियों में लगाएं और उन्हें 4 से 5 दिन धूप में सूखने दें I ताकि बीज में नमी का प्रतिशत 12 से 13 रहे स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 08-02-2024 11:13:00 SCHEDULED
6044 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২১-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-02-2024 08:00:00 SCHEDULED
6045 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২১-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-02-2024 08:00:00 SCHEDULED
6046 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-02-2024 08:00:00 SCHEDULED
6047 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-02-2024 08:00:00 SCHEDULED
6048 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৯-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-02-2024 08:00:00 SCHEDULED
6049 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-02-2024 08:00:00 SCHEDULED
6050 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৮ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৩৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-02-2024 08:00:00 SCHEDULED