Message Schedule List : 12,467
S. No. Message Language Created By Date Time Status Action
6121 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜனவரி மாதம் 24ம் தேதி முதல் 30ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 0.3mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 28.5 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13.1 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜனவரி மாதம் 31ம் தேதி முதல் பிப்ரவரி மாதம் 6ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். மழை பொழிவிற்கு வாய்ப்பில்லை. அதிக பட்ச வெப்பநிலையானது 28 முதல் 31 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 18 முதல் 20 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 99 சதவீதமாகவும் மாலை நேரத்தில் 50 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு மற்றும் தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 9 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 01-02-2024 10:30:00 SCHEDULED
6122 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২ আৰু ৩ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 01-02-2024 08:00:00 SCHEDULED
6123 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১,২,৩ আৰু ৬ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 01-02-2024 08:00:00 SCHEDULED
6124 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২, ৩ আৰু ৭ ফেব্ৰুৱাৰীত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৭-২২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 01-02-2024 08:00:00 SCHEDULED
6125 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪, বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২, ৩ আৰু ৭ ফেব্ৰুৱাৰীত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৭-২০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 01-02-2024 08:00:00 SCHEDULED
6126 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২, ৬ আৰু ৭ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণ আৰু ৩ ফেব্ৰুৱাৰীত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৬-২২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 01-02-2024 08:00:00 SCHEDULED
6127 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২, ৬ আৰু ৭ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণ আৰু ৩ ফেব্ৰুৱাৰীত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৭-২২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 01-02-2024 08:00:00 SCHEDULED
6128 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২ আৰু ৩ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০% আৰু ৩৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 01-02-2024 08:00:00 SCHEDULED
6129 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২ আৰু ৩ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০% আৰু ৩৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 01-02-2024 08:00:00 SCHEDULED
6130 નમસ્કાર સોલીડારીડાડ , વોડાફોન આઈડિયા ફાઉન્ડેશન અને ઇનડસ ટાવરના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. આપના વિસ્તારમાં ગોઠવેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ ૩૧ જાન્યુઆરી, ૨૦૨૪ થી ૬ ફેબ્રુઆરી, ૨૦૨૪ દરમિયાન તાપમાન ૧૨ થી ૨૯ સેલ્સિયસ અને પવનની ગતિ ૧૧ કિલોમીટર પ્રતિ કલાક રહેવાની સંભાવના છે.વરસાદની કોઈ શક્યતા નથી.આ હવામાનને ધ્યાને લઈ જીરા પાકમો કાળિયો રોગ આવવાની સંભાવના હોઈ તેને અટકાવવા માટે મેનકોજેબ ૦.૨૫ ટકા (ડાયથેમ એમ-૪૫) ૩૦ ગ્રામ દવા ૧૦ લિટર પાણીમો ભેળવી પાક ઉપર છંટકાવ કરવો. Hindi Gujrat 31-01-2024 18:32:00 SCHEDULED