Message Schedule List : 11,833
S. No. Message Language Created By Date Time Status Action
6191 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-12-2023 08:00:00 SCHEDULED
6192 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Badanayagoan जिला Bundi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 12 December- 18 December के दौरान दिन में 24 और रात में 14 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की फसल में तापक्रम मैं कमी आने पर आने के कारण इल्लीयों का प्रकोप देखा जा रहा है इल्लीयों की जैविक नियंत्रण के लिए खेतों में टी आकार की खुटिया 20 प्रति एकड़ लगाये जिस पर पक्षी बैठकर इल्लियों को खा सके एवं नीम कीटनाशक 1500 ppm का 250 मिलीलीटर प्रति एकड़ का छिड़काव करें I इल्लीयों के अत्यधिक प्रकोप होने इमामेक्टिन-बेंजोएट-5-एसजी 5% एससी 100 ग्राम प्रति एकड़ या फ्लुबेंडियामाइड 480 एस.सी 50 से 80 मिलीलीटर प्रति एकड़ या क्लोरेंट्रानिलिप्रोल 60 मिलीलीटर प्रति एकड़ या क्लोरेंट्रानिलिप्रोल के साथ लैम्ब्डा साइहलोथ्रिन का 80 से 100 मिलीलीटर प्रति एकड़ का छिड़काव करें स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 20-12-2023 20:44:00 SCHEDULED
6193 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ ডিচেম্বৰলৈ, ২০২৩, বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-12-2023 08:00:00 SCHEDULED
6194 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Ramgarh जिला Baran ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 12 December- 18 December के दौरान दिन में 24 और रात में 12 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की फसल में तापक्रम मैं कमी आने पर आने के कारण इल्लीयों का प्रकोप देखा जा रहा है इल्लीयों की जैविक नियंत्रण के लिए खेतों में टी आकार की खुटिया 20 प्रति एकड़ लगाये जिस पर पक्षी बैठकर इल्लियों को खा सके एवं नीम कीटनाशक 1500 ppm का 250 मिलीलीटर प्रति एकड़ का छिड़काव करें I इल्लीयों के अत्यधिक प्रकोप होने इमामेक्टिन-बेंजोएट-5-एसजी 5% एससी 100 ग्राम प्रति एकड़ या फ्लुबेंडियामाइड 480 एस.सी 50 से 80 मिलीलीटर प्रति एकड़ या क्लोरेंट्रानिलिप्रोल 60 मिलीलीटर प्रति एकड़ या क्लोरेंट्रानिलिप्रोल के साथ लैम्ब्डा साइहलोथ्रिन का 80 से 100 मिलीलीटर प्रति एकड़ का छिड़काव करें स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 20-12-2023 20:43:00 SCHEDULED
6195 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Lolkya जिला Baran ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 12 December- 18 December के दौरान दिन में 24 और रात में 12 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की फसल में तापक्रम मैं कमी आने पर आने के कारण इल्लीयों का प्रकोप देखा जा रहा है इल्लीयों की जैविक नियंत्रण के लिए खेतों में टी आकार की खुटिया 20 प्रति एकड़ लगाये जिस पर पक्षी बैठकर इल्लियों को खा सके एवं नीम कीटनाशक 1500 ppm का 250 मिलीलीटर प्रति एकड़ का छिड़काव करें I इल्लीयों के अत्यधिक प्रकोप होने इमामेक्टिन-बेंजोएट-5-एसजी 5% एससी 100 ग्राम प्रति एकड़ या फ्लुबेंडियामाइड 480 एस.सी 50 से 80 मिलीलीटर प्रति एकड़ या क्लोरेंट्रानिलिप्रोल 60 मिलीलीटर प्रति एकड़ या क्लोरेंट्रानिलिप्रोल के साथ लैम्ब्डा साइहलोथ्रिन का 80 से 100 मिलीलीटर प्रति एकड़ का छिड़काव करें स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 20-12-2023 20:41:00 SCHEDULED
6196 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-12-2023 08:00:00 SCHEDULED
6197 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Kherabad जिला Kota ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 12 December- 18 December के दौरान दिन में 24 और रात में 13 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की फसल में तापक्रम मैं कमी आने पर आने के कारण इल्लीयों का प्रकोप देखा जा रहा है इल्लीयों की जैविक नियंत्रण के लिए खेतों में टी आकार की खुटिया 20 प्रति एकड़ लगाये जिस पर पक्षी बैठकर इल्लियों को खा सके एवं नीम कीटनाशक 1500 ppm का 250 मिलीलीटर प्रति एकड़ का छिड़काव करें I इल्लीयों के अत्यधिक प्रकोप होने इमामेक्टिन-बेंजोएट-5-एसजी 5% एससी 100 ग्राम प्रति एकड़ या फ्लुबेंडियामाइड 480 एस.सी 50 से 80 मिलीलीटर प्रति एकड़ या क्लोरेंट्रानिलिप्रोल 60 मिलीलीटर प्रति एकड़ या क्लोरेंट्रानिलिप्रोल के साथ लैम्ब्डा साइहलोथ्रिन का 80 से 100 मिलीलीटर प्रति एकड़ का छिड़काव करें स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 20-12-2023 20:40:00 SCHEDULED
6198 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-12-2023 08:00:00 SCHEDULED
6199 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Kherabad जिला Kota ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 12 December- 18 December के दौरान दिन में 24 और रात में 13 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की फसल में तापक्रम मैं कमी आने पर आने के कारण इल्लीयों का प्रकोप देखा जा रहा है इल्लीयों की जैविक नियंत्रण के लिए खेतों में टी आकार की खुटिया 20 प्रति एकड़ लगाये जिस पर पक्षी बैठकर इल्लियों को खा सके एवं नीम कीटनाशक 1500 ppm का 250 मिलीलीटर प्रति एकड़ का छिड़काव करें I इल्लीयों के अत्यधिक प्रकोप होने इमामेक्टिन-बेंजोएट-5-एसजी 5% एससी 100 ग्राम प्रति एकड़ या फ्लुबेंडियामाइड 480 एस.सी 50 से 80 मिलीलीटर प्रति एकड़ या क्लोरेंट्रानिलिप्रोल 60 मिलीलीटर प्रति एकड़ या क्लोरेंट्रानिलिप्रोल के साथ लैम्ब्डा साइहलोथ्रिन का 80 से 100 मिलीलीटर प्रति एकड़ का छिड़काव करें स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 20-12-2023 20:39:00 SCHEDULED
6200 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২১ৰ পৰা ২৭ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত অহা বছৰত UP/LOS/LS হবলগীয়া বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-12-2023 08:00:00 SCHEDULED