Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
6471 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Jamli जिला Jhabua ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 9 January - 15 January के दौरान दिन में 24 और रात में 12 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। मौसम में हुए बदलाव से सरसो की फसल में रोग एवं कीट के आक्रमण बढ़ने की संभावना है। सरसों की फसल में हानिकारक कीटों का आक्रमण से बहुत अधिक नुकसान होता है जिसमें प्रमुख रूप से माहू कीट से लगभग 30 से 70 % उपज में कमी करता है जब कीट का प्रकोप औसतन 25 प्रति पौधा या 10 % पोधो पर हो जाए तो इनमे से किसी एक कीटनाशक का प्रयोग करे। जैसे इमिडाक्लोप्रिड 70% WG का 30 से 35 ग्राम या थाईमिथोक्साम 25 डब्ल्यूजी 100 ग्राम प्रति हेक्टेयर का छिड़काव करें । इसके साथ मे 13 अनुपात 0 अनुपात 45 NPK 2 ग्राम प्रति लीटर का जड़ों के पास छिड़काव फसल बड़वार मे लाभदायी होता है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 11-01-2024 12:35:00 SCHEDULED
6472 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Badveli जिला Dhar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 9 January - 15 January के दौरान दिन में 24 और रात में 12 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। मौसम में हुए बदलाव से सरसो की फसल में रोग एवं कीट के आक्रमण बढ़ने की संभावना है। सरसों की फसल में हानिकारक कीटों का आक्रमण से बहुत अधिक नुकसान होता है जिसमें प्रमुख रूप से माहू कीट से लगभग 30 से 70 % उपज में कमी करता है जब कीट का प्रकोप औसतन 25 प्रति पौधा या 10 % पोधो पर हो जाए तो इनमे से किसी एक कीटनाशक का प्रयोग करे। जैसे इमिडाक्लोप्रिड 70% WG का 30 से 35 ग्राम या थाईमिथोक्साम 25 डब्ल्यूजी 100 ग्राम प्रति हेक्टेयर का छिड़काव करें । इसके साथ मे 13 अनुपात 0 अनुपात 45 NPK 2 ग्राम प्रति लीटर का जड़ों के पास छिड़काव फसल बड़वार मे लाभदायी होता है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 11-01-2024 12:30:00 SCHEDULED
6473 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Pali जिला Vidisha ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 9 January - 15 January के दौरान दिन में 22 और रात में 12 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। मौसम में हुए बदलाव से सरसो की फसल में रोग एवं कीट के आक्रमण बढ़ने की संभावना है। सरसों की फसल में हानिकारक कीटों का आक्रमण से बहुत अधिक नुकसान होता है जिसमें प्रमुख रूप से माहू कीट से लगभग 30 से 70 % उपज में कमी करता है जब कीट का प्रकोप औसतन 25 प्रति पौधा या 10 % पोधो पर हो जाए तो इनमे से किसी एक कीटनाशक का प्रयोग करे। जैसे इमिडाक्लोप्रिड 70% WG का 30 से 35 ग्राम या थाईमिथोक्साम 25 डब्ल्यूजी 100 ग्राम प्रति हेक्टेयर का छिड़काव करें । इसके साथ मे 13 अनुपात 0 अनुपात 45 NPK 2 ग्राम प्रति लीटर का जड़ों के पास छिड़काव फसल बड़वार मे लाभदायी होता है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 11-01-2024 12:18:00 SCHEDULED
6474 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Sadakhedi जिला Ratlam ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 9 January - 15 January के दौरान दिन में 23 और रात में 13 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। मौसम में हुए बदलाव से सरसो की फसल में रोग एवं कीट के आक्रमण बढ़ने की संभावना है। सरसों की फसल में हानिकारक कीटों का आक्रमण से बहुत अधिक नुकसान होता है जिसमें प्रमुख रूप से माहू कीट से लगभग 30 से 70 % उपज में कमी करता है जब कीट का प्रकोप औसतन 25 प्रति पौधा या 10 % पोधो पर हो जाए तो इनमे से किसी एक कीटनाशक का प्रयोग करे। जैसे इमिडाक्लोप्रिड 70% WG का 30 से 35 ग्राम या थाईमिथोक्साम 25 डब्ल्यूजी 100 ग्राम प्रति हेक्टेयर का छिड़काव करें । इसके साथ मे 13 अनुपात 0 अनुपात 45 NPK 2 ग्राम प्रति लीटर का जड़ों के पास छिड़काव फसल बड़वार मे लाभदायी होता है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi MP 11-01-2024 11:35:00 SCHEDULED
6475 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৭ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 11-01-2024 10:00:00 SCHEDULED
6476 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৭ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 11-01-2024 10:00:00 SCHEDULED
6477 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৭ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 11-01-2024 10:00:00 SCHEDULED
6478 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪, বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৭ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 11-01-2024 10:00:00 SCHEDULED
6479 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৭ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৩৫ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 11-01-2024 10:00:00 SCHEDULED
6480 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৭ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৬-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৩৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 11-01-2024 10:00:00 SCHEDULED