Message Schedule List : 12,238
S. No. Message Language Created By Date Time Status Action
6921 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 30-11-2023 08:00:00 SCHEDULED
6922 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত পূব আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 30-11-2023 08:00:00 SCHEDULED
6923 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩, বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 30-11-2023 08:00:00 SCHEDULED
6924 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 30-11-2023 08:00:00 SCHEDULED
6925 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 30-11-2023 08:00:00 SCHEDULED
6926 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 30-11-2023 08:00:00 SCHEDULED
6927 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৯/১০ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। LP ৰাখিব লগা বাগানবোৰত প্ৰথমে পূৰণা LP ডাগিৰ ২ইন্চি ওপৰত গছৰ মাজ ভাগৰ পৰা ডাল বোৰ সমানকৈ কাটি sample পাহি কৰি লৈ পিছৰ গছ বোৰ তাৰ সমানে কাটি লব লাগে । কটা ডাল বোৰ যাতে ফাটি নাযায় তাৰ বাবে যথেষ্ট যত্ন লব লাগে । LP কটাৰ পিছত কটা গছ বোৰত Blitox @ 500ml in 200 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হব পাৰে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। • শাক-পাচলী খেতিত ঘাঁ বন বা অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 30-11-2023 08:00:00 SCHEDULED
6928 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Nagoniya जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 28 November- 4 December के दौरान दिन में 25 और रात में 17 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 8.6mm बारिश दर्ज हुई है। आगामी सप्ताह मे guruvar से shanivar को 45-65% बारिश होने की संभावना हे। किसान साथियों पिछले सप्ताह में हुई बारिश के बाद खेत की नमी को ध्यान रखते हुए गेंहू , चना ,सरसों एवं अन्य रबी फसलों मे सिंचाई का निर्णय ले मौसम मे हुए बदलाव को ध्यान रखकर कृपया खेतों की निरंतर निगरानी करे चने की फसल में इल्लीयों एवं सरसों की फसल मे आरा मक्खी कीटो के प्रकोप की संभावना है सरसों में माहू कीट नाजुक पत्तों कलियों एवं फलियों का रस चूसते हैं कीट का प्रकोप ज्यादा होने पर इमिडाक्लोप्रिड अथवा थायमेथाक्सोम 50 से 60 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोलकर छिड़काव करें I सरसों में डाउनी मिल्डयू रोग में पत्ते के निचले भाग पर मध्यम उजले रंग का पाउडरनुमा दाग दिखते हैं रोग की शुरुआत में मैनकोज़ेब 70% डब्ल्यू पी दवा का 2 ग्राम प्रति लीटर पानी की दर से 10 दिनों के अंतराल से दो-तीन बार छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 29-11-2023 15:05:00 SCHEDULED
6929 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Anwalikalan जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 28 November- 4 December के दौरान दिन में 25 और रात में 16 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 7.2mm बारिश दर्ज हुई है। आगामी सप्ताह मे guruvar से shanivar को 45-65% बारिश होने की संभावना हे। किसान साथियों पिछले सप्ताह में हुई बारिश के बाद खेत की नमी को ध्यान रखते हुए गेंहू , चना ,सरसों एवं अन्य रबी फसलों मे सिंचाई का निर्णय ले मौसम मे हुए बदलाव को ध्यान रखकर कृपया खेतों की निरंतर निगरानी करे चने की फसल में इल्लीयों एवं सरसों की फसल मे आरा मक्खी कीटो के प्रकोप की संभावना है सरसों में माहू कीट नाजुक पत्तों कलियों एवं फलियों का रस चूसते हैं कीट का प्रकोप ज्यादा होने पर इमिडाक्लोप्रिड अथवा थायमेथाक्सोम 50 से 60 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोलकर छिड़काव करें I सरसों में डाउनी मिल्डयू रोग में पत्ते के निचले भाग पर मध्यम उजले रंग का पाउडरनुमा दाग दिखते हैं रोग की शुरुआत में मैनकोज़ेब 70% डब्ल्यू पी दवा का 2 ग्राम प्रति लीटर पानी की दर से 10 दिनों के अंतराल से दो-तीन बार छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 29-11-2023 14:03:00 SCHEDULED
6930 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Bagher जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 28 November- 4 December के दौरान दिन में 24 और रात में 17 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 6.8mm बारिश दर्ज हुई है। आगामी सप्ताह मे guruvar से shanivar को 50-65% बारिश होने की संभावना हे। किसान साथियों पिछले सप्ताह में हुई बारिश के बाद खेत की नमी को ध्यान रखते हुए गेंहू , चना ,सरसों एवं अन्य रबी फसलों मे सिंचाई का निर्णय ले मौसम मे हुए बदलाव को ध्यान रखकर कृपया खेतों की निरंतर निगरानी करे चने की फसल में इल्लीयों एवं सरसों की फसल मे आरा मक्खी कीटो के प्रकोप की संभावना है सरसों में माहू कीट नाजुक पत्तों कलियों एवं फलियों का रस चूसते हैं कीट का प्रकोप ज्यादा होने पर इमिडाक्लोप्रिड अथवा थायमेथाक्सोम 50 से 60 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोलकर छिड़काव करें I सरसों में डाउनी मिल्डयू रोग में पत्ते के निचले भाग पर मध्यम उजले रंग का पाउडरनुमा दाग दिखते हैं रोग की शुरुआत में मैनकोज़ेब 70% डब्ल्यू पी दवा का 2 ग्राम प्रति लीटर पानी की दर से 10 दिनों के अंतराल से दो-तीन बार छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 29-11-2023 15:00:00 SCHEDULED