Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
6931 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৬ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 14-12-2023 08:00:00 SCHEDULED
6932 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩, বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 14-12-2023 08:00:00 SCHEDULED
6933 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 14-12-2023 08:00:00 SCHEDULED
6934 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 14-12-2023 08:00:00 SCHEDULED
6935 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৩-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 14-12-2023 08:00:00 SCHEDULED
6936 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৪ৰ পৰা ২০ ডিচেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যি কেইটা DS আৰু MS কৰিব বিচাৰিছে কলম কৰোতে তলত দিয়াৰ দৰে ব্যৱস্হা লওক : UP ৰ পাচত DS কৰোতে আগৰ LP কটা ডাগিৰ পৰা কমেও ১৫ চেন্টিমিটাৰ ওপৰত কাটিব লাগে , ডাল বোৰৰ বেছি ভাগতে Fork এটা থাকিব লাগে । পুলি বাগানত LPৰ পাচত DS কৰিলে LP ডাগিৰ ১০ চেন্টিমিটাৰৰ ওপৰত কাটিব লাগে । • UP ৰ পৰা MS কৰিব বিচাৰিলে UP ৰ পাত তোলা ডাগিৰ তলত মুৰ্গি ঠেঙৰ তলত ধাৰ থকা দাৰে কাটিব লাগে । যি কোনে কলমেই হওক কটা ডালৰ level টো সমান হব লাগে আৰু যাতে কটা ডাল বোৰ ফাটি নাযায় তাৰ বাবে চকু দিব লাগে । • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin Benzoate 5 SG দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 14-12-2023 08:00:00 SCHEDULED
6937 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ডিসেম্বর মাসের ১৩ তারিখ থেকে ডিসেম্বর মাসের ১৯ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৪ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৮ কিমি প্রতি ঘণ্টায় উত্তর - পশ্চিম ও- দখিন পশ্চিম দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯০% থেকে ৪৫% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৯.৮ ডিগ্রি সেণ্টিগ্রেড থেকে ২১.১ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৭.৭ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । যে সব চা বাগানে এ বছর প্রুন বা কলম করবেন সে সব বাগানে এম ও পি ২% স্প্রে করে প্রুন বা কলম করুন প্রুনিং করার ৪৮ ঘণ্টার মধ্যে ট্রাইকোডামা অথবা ব্লাইটক্স স্প্রে করে দিন এবং খুলনি করার পর অ্যালকালাইন ওয়াশ করবেন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 14-12-2023 12:00:00 SCHEDULED
6938 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ডিসেম্বর মাসের ১৩ তারিখ থেকে ডিসেম্বর মাসের ১৯ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৪ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৮ কিমি প্রতি ঘণ্টায় উত্তর - পশ্চিম ও-পশ্চিম দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৫০% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৯.৯ ডিগ্রি সেণ্টিগ্রেড থেকে ২২.২ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৪.১ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । যে সব চা বাগানে এ বছর প্রুন বা কলম করবেন সে সব বাগানে এম ও পি ২% স্প্রে করে প্রুন বা কলম করুন প্রুনিং করার ৪৮ ঘণ্টার মধ্যে ট্রাইকোডামা অথবা ব্লাইটক্স স্প্রে করে দিন এবং খুলনি করার পর অ্যালকালাইন ওয়াশ করবেন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 14-12-2023 12:00:00 SCHEDULED
6939 সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ডিসেম্বর মাসের ১৩ তারিখ থেকে ডিসেম্বর মাসের ১৯ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৪ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ৮ কিমি প্রতি ঘণ্টায় উত্তর - পূর্ব ও- দখিন পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪০% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৯.৫ ডিগ্রি সেণ্টিগ্রেড থেকে ২২.৬ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৪.৪ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । যে সব চা বাগানে এ বছর প্রুন বা কলম করবেন সে সব বাগানে এম ও পি ২% স্প্রে করে প্রুন বা কলম করুন প্রুনিং করার ৪৮ ঘণ্টার মধ্যে ট্রাইকোডামা অথবা ব্লাইটক্স স্প্রে করে দিন এবং খুলনি করার পর অ্যালকালাইন ওয়াশ করবেন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 14-12-2023 12:00:00 SCHEDULED
6940 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ডিসেম্বর মাসের ১৩ তারিখ থেকে ডিসেম্বর মাসের ১৯ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ২৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৪ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ৮ কিমি প্রতি ঘণ্টায় উত্তর -পূর্ব ও- দখিন পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৫০% শতাংশ থাকবে বলে অনুমান করা হচ্ছে । যে সব চা বাগানে এ বছর প্রুন বা কলম করবেন সে সব বাগানে এম ও পি ২% স্প্রে করে প্রুন বা কলম করুন প্রুনিং করার ৪৮ ঘণ্টার মধ্যে ট্রাইকোডামা অথবা ব্লাইটক্স স্প্রে করে দিন এবং খুলনি করার পর অ্যালকালাইন ওয়াশ করবেন। পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 14-12-2023 12:00:00 SCHEDULED