Message Schedule List : 11,634
| S. No. | Message | Language | Created By | Date | Time | Status | Action |
|---|---|---|---|---|---|---|---|
| 691 | VIL 3-Nanded-Kinwat- 05 -08-2025- नमस्कार शेतकरी बंधूंनो...सॉलिडरीडॅड आणि वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. किनवट तालुक्यातील लोणी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान २४ ते २६ अंश तर कमाल २६ ते ३१ अंश सेल्सियस एवढे राहील. या कालावधीत दिनांक ९ ते १२ ऑगस्ट २०२५ दरम्यान हलका ते माध्यम स्वरूपाचा पाऊस पडण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना:- सध्या कापूस पीक हे ४० ते ४५ दिवसाचे आहे, तरी कापूस पिकावर मावा व तुडतुडे ह्या किडीचा प्रादुर्भाव वाढण्याची शक्यता आहे, तरी शेतकऱ्यांनी त्यांच्या नियंत्रणासाठी पहिली फवारणी हि निंबोळी अर्क १०००० PPM ची ५० ते ६० मिली प्रति पंप व दुसरी फवारणी ८ दिवसांनी इमिडाक्लोप्रिड ८ ते १० ग्रॅम किंवा थायोमेथोकझोंम १२-१५ मिली किंवा असिटामाप्रिड ८ ते १० ग्रॅम प्रति पम्प ह्या प्रमाणे फवारणी करावी. सध्या कापूस व सोयाबीन पिकांत हुमणी अळीचा प्रादुर्भाव दिसून येत आहे. त्यासाठी शेतकऱ्यांनी त्यांच्या व्यवस्थापनासाठी जैविक पद्धतीने मेटारायझीम ऍनिसोपली 1 किलो प्रती टन शेणखतमध्ये टाकून किंवा जमिनीमध्ये 1 लिटर २०० लिटर पाण्यात आळवणी पद्धतीने द्यावे किंवा EPN (Entomo Pathogenic Nematode) ह्या जैविक औषधाचा वापर १ किलो प्रति हे. किंवा २०० मिली प्रति एकरी २०० लिटर पाण्यात आळवणी पद्धतीने द्यावे. तसेच शेतकऱ्यांनी संध्याकाळच्या वेळेस शेतातील कडुलिंब, बोर आणि बाभूळ ह्या झाडाचे निरीक्षण करावे व झाडाखाली प्रकाश सापळे लावावे. रासायनिक व्यवस्थापनासाठी शेतकऱ्यांनी फिप्रोनील ४०% + इमिडाक्लोप्रिड ४०% दाणेदार ५ ग्रॅम प्रति १० लिटर पाण्यात घेऊन द्रावण खोडाजवळ द्यावे किंवा थायोमेथोक्झोम ०.४% + बायफेनथ्रीन ०. ८% दाणेदार १२ किलो प्रति हे. द्यावे. सततच्या पाऊसामुळे सोयाबीन पीक पिवळे पडले असेल तर २% युरिया ची फवारणी करावी किंवा जिवामृतची ड्रेंचिंग करावी. सततच्या पाऊसामुळे कापूस पिकांत मर आणि मूळकूज ह्या रोगांची लक्षणे दिसून आल्यास त्यांच्या व्यवस्थापनासाठी कार्बेन्डाझिम ५० डब्ल्यूपी@ २० ग्रॅम प्रति १० लिटर किंवा ट्रायकोडर्मा व्हिरीडी ह्यांची १०० लिटर पाण्यात १ किलो ह्याप्रमाणे मिसळून रोपांच्या मुळाजवळ ड्रेंचिंग करावी. तसेच स्मार्ट ॲग्री ॲडव्हायझरी ॲप चे अपडेटेड व्हर्जन प्ले स्टोअर मध्ये उपलब्ध आहे ते मोबाईल मध्ये डाऊनलोड करणे सदर अपडेटेड व्हर्जन मध्ये हवामान केंद्राच्या माहितीचा तपशील समाविष्ट करण्यात आला आहे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. ९१५८२६१९२२ धन्यवाद! | Marathi | MH | 05-08-2025 | 16:09:00 | SCHEDULED |
|
| 692 | জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 06-08-2025 | 08:00:00 | SCHEDULED |
|
| 693 | জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 06-08-2025 | 08:00:00 | SCHEDULED |
|
| 694 | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 06-08-2025 | 08:00:00 | SCHEDULED |
|
| 695 | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 06-08-2025 | 08:00:00 | SCHEDULED |
|
| 696 | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 06-08-2025 | 08:00:00 | SCHEDULED |
|
| 697 | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 06-08-2025 | 08:00:00 | SCHEDULED |
|
| 698 | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১৭ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 06-08-2025 | 08:00:00 | SCHEDULED |
|
| 699 | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১৫ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 06-08-2025 | 08:00:00 | SCHEDULED |
|
| 700 | वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Jhabua ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 3 August से 12 August के दौरान दिन में 28 और रात में 23 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 121 mm बारिश दर्ज हुई है। जून माह से अबतक कुल 724mm बारिश दर्ज हुई है। आगामी सप्ताह मे 40-85% बारिश होने की संभावना हे। पिछले कुछ दिनों में हुई भारी बारिश से फसल को सुरक्षित रखने के लिए खेत का भ्रमण कर सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I सोयाबीन की फसल में यदि एन्थ्राक्नोज एवं राइजोक्टोनिया ब्लाइट फफूंद जनित रोग दिखने पर इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा टेबूकोनाझोल + सल्फर 1 किलोग्राम प्रति हेक्टेयर अथवा टेबूकोनाजोल + ट्राईफ्लोक्सीस्ट्रोबिन @ 350 मि.ली. प्रति हेक्टे. अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I | Hindi | MP | 02-08-2025 | 12:15:00 | SCHEDULED |
|