Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
7041 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৮ আৰু ১০ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । স্প্ৰে কৰাৰ আগত গছৰ গুৰিবোৰ ফৰ্কিং (Forking) কৰিলে স্প্ৰে কাৰ্য্য অধিক কাৰ্যকৰী হয়। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin benzoate 5 SG নাইবা Chlorantraniliprole 18.5 SC দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • যিহেতু বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে সেয়েহে শাকপাচলিৰ খেতিত নিয়মীত পানী যোগান ধৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-12-2023 08:00:00 SCHEDULED
7042 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৮, ১০ আৰু ১২ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । স্প্ৰে কৰাৰ আগত গছৰ গুৰিবোৰ ফৰ্কিং (Forking) কৰিলে স্প্ৰে কাৰ্য্য অধিক কাৰ্যকৰী হয়। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin benzoate 5 SG নাইবা Chlorantraniliprole 18.5 SC দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • যিহেতু বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে সেয়েহে শাকপাচলিৰ খেতিত নিয়মীত পানী যোগান ধৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-12-2023 08:00:00 SCHEDULED
7043 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩, বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৮, ১০ আৰু ১২ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । স্প্ৰে কৰাৰ আগত গছৰ গুৰিবোৰ ফৰ্কিং (Forking) কৰিলে স্প্ৰে কাৰ্য্য অধিক কাৰ্যকৰী হয়। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin benzoate 5 SG নাইবা Chlorantraniliprole 18.5 SC দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • যিহেতু বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে সেয়েহে শাকপাচলিৰ খেতিত নিয়মীত পানী যোগান ধৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-12-2023 08:00:00 SCHEDULED
7044 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৮ আৰু ১০ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । স্প্ৰে কৰাৰ আগত গছৰ গুৰিবোৰ ফৰ্কিং (Forking) কৰিলে স্প্ৰে কাৰ্য্য অধিক কাৰ্যকৰী হয়। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin benzoate 5 SG নাইবা Chlorantraniliprole 18.5 SC দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • যিহেতু বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে সেয়েহে শাকপাচলিৰ খেতিত নিয়মীত পানী যোগান ধৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-12-2023 08:00:00 SCHEDULED
7045 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৮ আৰু ১০ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । স্প্ৰে কৰাৰ আগত গছৰ গুৰিবোৰ ফৰ্কিং (Forking) কৰিলে স্প্ৰে কাৰ্য্য অধিক কাৰ্যকৰী হয়। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin benzoate 5 SG নাইবা Chlorantraniliprole 18.5 SC দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • যিহেতু বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে সেয়েহে শাকপাচলিৰ খেতিত নিয়মীত পানী যোগান ধৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-12-2023 08:00:00 SCHEDULED
7046 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৮ আৰু ১০ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । স্প্ৰে কৰাৰ আগত গছৰ গুৰিবোৰ ফৰ্কিং (Forking) কৰিলে স্প্ৰে কাৰ্য্য অধিক কাৰ্যকৰী হয়। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin benzoate 5 SG নাইবা Chlorantraniliprole 18.5 SC দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • যিহেতু বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে সেয়েহে শাকপাচলিৰ খেতিত নিয়মীত পানী যোগান ধৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-12-2023 08:00:00 SCHEDULED
7047 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৭ৰ পৰা ১৩ ডিচেম্বৰলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৮ আৰু ১০ ডিচেম্বৰত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৪ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু তাপমাত্ৰা হ্ৰাস আৰু দিনৰ সময় ক্ৰমান্বয়ে কম হৈ আহিছে; নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহক চাহ গছৰ পৰিচৰ্যা আৰু আহিবলগা চিজনৰ বাবে প্ৰস্তুতিৰ সময় হিচাপে গণ্য কৰা হয়। LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • এই সময়ত UP/LOS বাগান বোৰত ১ কেজি MOP আৰু ১ কেজি মেগনেছিয়াম ছালফেট (Magnesium Sulphate) ১০০ লিটাৰ পানীত মিহলাই এটাকৈ ৰাউণ্ড স্প্ৰে কৰিব পাৰে । • হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । স্প্ৰে কৰাৰ আগত গছৰ গুৰিবোৰ ফৰ্কিং (Forking) কৰিলে স্প্ৰে কাৰ্য্য অধিক কাৰ্যকৰী হয়। অন্যান্য শস্যৰ বাবে: • বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধোৱা পোক আঁতৰাই ৰাখিবলৈ Emmamectin benzoate 5 SG নাইবা Chlorantraniliprole 18.5 SC দৰবৰ দানা অনুমোদিত হাৰত প্রয়োগ কৰিব লাগে । • প্রয়োজন আনুসৰি বন্ধাকবিৰ পুলিবোৰ খুচুৰি দিয়াৰ লগতে বন-বাত নিৰোৱাৰ ব্যৱস্থা কৰিব। পাতখোৱা পলু আদি নিয়ন্ত্রণ কৰিবলৈ Clothianidin 50 WDG দৰব অনুমোদিত হাৰত প্রয়োগ কৰিব পাৰে । • যিহেতু বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে সেয়েহে শাকপাচলিৰ খেতিত নিয়মীত পানী যোগান ধৰিব । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-12-2023 08:00:00 SCHEDULED
7048 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். நவம்பர் மாதம் 29ம் தேதி முதல் டிசம்பர் மாதம் 5ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 18.5mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 21.3 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14.7 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற டிசம்பர் மாதம் 6ம் தேதி முதல் 12ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 20 முதல் 22 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15 முதல் 16 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 75 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்கிழக்கு மற்றும் வடமேற்கு திசையில் மணிக்கு சுமார் 4 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Ammonia Sulphate 120 கிலோ மற்றும் 30 கிலோ MOP கலந்து இட வேண்டும். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் உடன் 40 லிட்டர் தண்ணீர் கலந்து விசைதெளிப்பான் மூலம் இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். பொதுவாக டிசம்பர் மாதத்தில் நீலகிரி மாவட்டத்தில் கடும் உறைபனி காணப்படும். இந்த சமயத்தில் மகசூல் இழப்பானது மிக அதிகமாக ஏற்படும். இதை கட்டுப்படுத்த தேயிலை செடியின் மேற்பரப்பை பரணி என்ற செடி வகையை கொண்டு மூடுவதினால் தேயிலை செடியை ஓரளவிற்கு பனி பொழிவிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 07-12-2023 10:20:00 SCHEDULED
7049 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். நவம்பர் மாதம் 29ம் தேதி முதல் டிசம்பர் மாதம் 5ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 6.8mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 21.4 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12.6 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற டிசம்பர் மாதம் 6ம் தேதி முதல் 12ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 18 முதல் 19 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12 முதல் 14 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 99 சதவீதமாகவும் மாலை நேரத்தில் 75 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்கிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Ammonia Sulphate 120 கிலோ மற்றும் 30 கிலோ MOP கலந்து இட வேண்டும். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் உடன் 40 லிட்டர் தண்ணீர் கலந்து விசைதெளிப்பான் மூலம் இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். பொதுவாக டிசம்பர் மாதத்தில் நீலகிரி மாவட்டத்தில் கடும் உறைபனி காணப்படும். இந்த சமயத்தில் மகசூல் இழப்பானது மிக அதிகமாக ஏற்படும். இதை கட்டுப்படுத்த தேயிலை செடியின் மேற்பரப்பை பரணி என்ற செடி வகையை கொண்டு மூடுவதினால் தேயிலை செடியை ஓரளவிற்கு பனி பொழிவிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 07-12-2023 10:15:00 SCHEDULED
7050 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். நவம்பர் மாதம் 29ம் தேதி முதல் டிசம்பர் மாதம் 5ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 5.2mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 27.6 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 17.6 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற டிசம்பர் மாதம் 6ம் தேதி முதல் 12ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 25 முதல் 27 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19 முதல் 20 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 99 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு மற்றும் தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 6 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Ammonia Sulphate 120 கிலோ மற்றும் 30 கிலோ MOP கலந்து இட வேண்டும். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் உடன் 40 லிட்டர் தண்ணீர் கலந்து விசைதெளிப்பான் மூலம் இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். பொதுவாக டிசம்பர் மாதத்தில் நீலகிரி மாவட்டத்தில் கடும் உறைபனி காணப்படும். இந்த சமயத்தில் மகசூல் இழப்பானது மிக அதிகமாக ஏற்படும். இதை கட்டுப்படுத்த தேயிலை செடியின் மேற்பரப்பை பரணி என்ற செடி வகையை கொண்டு மூடுவதினால் தேயிலை செடியை ஓரளவிற்கு பனி பொழிவிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 07-12-2023 10:10:00 SCHEDULED