Message Schedule List : 12,238
| S. No. | Message | Language | Created By | Date | Time | Status | Action |
|---|---|---|---|---|---|---|---|
| 7121 | সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী নভেম্বর মাসের ১৫ তারিখ থেকে ২১ তারিখ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৭ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ৮ কিমি প্রতি ঘণ্টায় পূর্ব ও উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪০ % ,। মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৩.০ ডিগ্রি সেণ্টিগ্রেড থেকে ২৪.৭ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৫.০ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । প্রস্তাবিত আনপ্রুন সেকশনে নভেম্বর মাসের মাঝামাঝি থেকে এম ও পি ১ কেজি এবং ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর স্প্রে করুন । যে সব সেকশন আগামী ডিসেম্বরে এল পি / ডি এস হবে সেই সব সেকশনে এম ও পি ২ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ দিন অন্তর ২ রাউন্ড স্প্রে করুন . পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | Bengali | West Bengal | 16-11-2023 | 12:00:00 | SCHEDULED |
|
| 7122 | সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী নভেম্বর মাসের ১৫ তারিখ থেকে ২১ তারিখ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৭ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ৮ কিমি প্রতি ঘণ্টায় উত্তর পূর্ব ও পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৭% থেকে ৪০ % । প্রস্তাবিত আনপ্রুন সেকশনে নভেম্বর মাসের মাঝামাঝি থেকে এম ও পি ১ কেজি এবং ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর স্প্রে করুন । যে সব সেকশন আগামী ডিসেম্বরে এল পি / ডি এস হবে সেই সব সেকশনে এম ও পি ২ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ দিন অন্তর ২ রাউন্ড স্প্রে করুন . পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । । | Bengali | West Bengal | 16-11-2023 | 12:00:00 | SCHEDULED |
|
| 7123 | সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী নভেম্বর মাসের ১৫ তারিখ থেকে ২১ তারিখ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৭ ডিগ্রি সেন্টিগ্রেড থেকে ১৯ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ৮ কিমি প্রতি ঘণ্টায় উত্তর পূর্ব ও পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪০ %। প্রস্তাবিত আনপ্রুন সেকশনে নভেম্বর মাসের মাঝামাঝি থেকে এম ও পি ১ কেজি এবং ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর স্প্রে করুন । যে সব সেকশন আগামী ডিসেম্বরে এল পি / ডি এস হবে সেই সব সেকশনে এম ও পি ২ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ দিন অন্তর ২ রাউন্ড স্প্রে করুন . পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | Bengali | West Bengal | 16-11-2023 | 12:00:00 | SCHEDULED |
|
| 7124 | সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী নভেম্বর মাসের ১৫ তারিখ থেকে ২১ তারিখ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৭ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৭ কিমি প্রতি ঘণ্টায় উত্তর পূর্ব ও পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪০ % । প্রস্তাবিত আনপ্রুন সেকশনে নভেম্বর মাসের মাঝামাঝি থেকে এম ও পি ১ কেজি এবং ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর স্প্রে করুন । যে সব সেকশন আগামী ডিসেম্বরে এল পি / ডি এস হবে সেই সব সেকশনে এম ও পি ২ কেজি ১০০ লিটার জলে মিশিয়ে ১৫ দিন অন্তর ২ রাউন্ড স্প্রে করুন . পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | Bengali | West Bengal | 16-11-2023 | 12:00:00 | SCHEDULED |
|
| 7125 | জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৪-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP/DS/MS ৰাখিব লগা বাগানবোৰত Bulletinত পৰামৰ্শ দিয়া সময়সীমা অনুসৰি নৱেম্বৰৰ মাজভাগৰ পৰা Pruningৰ বাবে পৰিকল্পনা আৰম্ভ কৰিব লাগিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। অন্যান্য শস্যৰ বাবে: • ব্রকলীৰ খেতিৰ বাবে ওখ, সাৰুৱা, যেথষ্ট পৰিমাণে জৈৱিক সাৰ থকা পলসুৱা মাটি নিৰ্বাচন কৰি “Green Sprouting Medium” নামৰ মধ্যমীয়া সঁচৰ বীজ বিঘাই প্রতি ৭০-৯০ গ্রাম হাৰত ফৰকাল বতৰ চাই সিঁচা অব্যাহত ৰাখিব পাৰে। পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত আঢ়ৈ ফুট আৰু প্রতিটো পুলিৰ মাজত ডেৰ ফুটৰ ব্যৱধান ৰাখিব লাগে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 16-11-2023 | 08:00:00 | SCHEDULED |
|
| 7126 | জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২২ নৱেম্বৰলৈ ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৪-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP/DS/MS ৰাখিব লগা বাগানবোৰত Bulletinত পৰামৰ্শ দিয়া সময়সীমা অনুসৰি নৱেম্বৰৰ মাজভাগৰ পৰা Pruningৰ বাবে পৰিকল্পনা আৰম্ভ কৰিব লাগিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। অন্যান্য শস্যৰ বাবে: • ব্রকলীৰ খেতিৰ বাবে ওখ, সাৰুৱা, যেথষ্ট পৰিমাণে জৈৱিক সাৰ থকা পলসুৱা মাটি নিৰ্বাচন কৰি “Green Sprouting Medium” নামৰ মধ্যমীয়া সঁচৰ বীজ বিঘাই প্রতি ৭০-৯০ গ্রাম হাৰত ফৰকাল বতৰ চাই সিঁচা অব্যাহত ৰাখিব পাৰে। পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত আঢ়ৈ ফুট আৰু প্রতিটো পুলিৰ মাজত ডেৰ ফুটৰ ব্যৱধান ৰাখিব লাগে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 16-11-2023 | 08:00:00 | SCHEDULED |
|
| 7127 | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৪-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০কিলোমিটাৰ বেগত দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP/DS/MS ৰাখিব লগা বাগানবোৰত Bulletinত পৰামৰ্শ দিয়া সময়সীমা অনুসৰি নৱেম্বৰৰ মাজভাগৰ পৰা Pruningৰ বাবে পৰিকল্পনা আৰম্ভ কৰিব লাগিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। অন্যান্য শস্যৰ বাবে: • ব্রকলীৰ খেতিৰ বাবে ওখ, সাৰুৱা, যেথষ্ট পৰিমাণে জৈৱিক সাৰ থকা পলসুৱা মাটি নিৰ্বাচন কৰি “Green Sprouting Medium” নামৰ মধ্যমীয়া সঁচৰ বীজ বিঘাই প্রতি ৭০-৯০ গ্রাম হাৰত ফৰকাল বতৰ চাই সিঁচা অব্যাহত ৰাখিব পাৰে। পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত আঢ়ৈ ফুট আৰু প্রতিটো পুলিৰ মাজত ডেৰ ফুটৰ ব্যৱধান ৰাখিব লাগে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 16-11-2023 | 08:00:00 | SCHEDULED |
|
| 7128 | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৪-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP/DS/MS ৰাখিব লগা বাগানবোৰত Bulletinত পৰামৰ্শ দিয়া সময়সীমা অনুসৰি নৱেম্বৰৰ মাজভাগৰ পৰা Pruningৰ বাবে পৰিকল্পনা আৰম্ভ কৰিব লাগিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। অন্যান্য শস্যৰ বাবে: • ব্রকলীৰ খেতিৰ বাবে ওখ, সাৰুৱা, যেথষ্ট পৰিমাণে জৈৱিক সাৰ থকা পলসুৱা মাটি নিৰ্বাচন কৰি “Green Sprouting Medium” নামৰ মধ্যমীয়া সঁচৰ বীজ বিঘাই প্রতি ৭০-৯০ গ্রাম হাৰত ফৰকাল বতৰ চাই সিঁচা অব্যাহত ৰাখিব পাৰে। পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত আঢ়ৈ ফুট আৰু প্রতিটো পুলিৰ মাজত ডেৰ ফুটৰ ব্যৱধান ৰাখিব লাগে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 16-11-2023 | 08:00:00 | SCHEDULED |
|
| 7129 | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP/DS/MS ৰাখিব লগা বাগানবোৰত Bulletinত পৰামৰ্শ দিয়া সময়সীমা অনুসৰি নৱেম্বৰৰ মাজভাগৰ পৰা Pruningৰ বাবে পৰিকল্পনা আৰম্ভ কৰিব লাগিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। অন্যান্য শস্যৰ বাবে: • ব্রকলীৰ খেতিৰ বাবে ওখ, সাৰুৱা, যেথষ্ট পৰিমাণে জৈৱিক সাৰ থকা পলসুৱা মাটি নিৰ্বাচন কৰি “Green Sprouting Medium” নামৰ মধ্যমীয়া সঁচৰ বীজ বিঘাই প্রতি ৭০-৯০ গ্রাম হাৰত ফৰকাল বতৰ চাই সিঁচা অব্যাহত ৰাখিব পাৰে। পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত আঢ়ৈ ফুট আৰু প্রতিটো পুলিৰ মাজত ডেৰ ফুটৰ ব্যৱধান ৰাখিব লাগে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 16-11-2023 | 08:00:00 | SCHEDULED |
|
| 7130 | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২২ নৱেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP/DS/MS ৰাখিব লগা বাগানবোৰত Bulletinত পৰামৰ্শ দিয়া সময়সীমা অনুসৰি নৱেম্বৰৰ মাজভাগৰ পৰা Pruningৰ বাবে পৰিকল্পনা আৰম্ভ কৰিব লাগিব । • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। অন্যান্য শস্যৰ বাবে: • ব্রকলীৰ খেতিৰ বাবে ওখ, সাৰুৱা, যেথষ্ট পৰিমাণে জৈৱিক সাৰ থকা পলসুৱা মাটি নিৰ্বাচন কৰি “Green Sprouting Medium” নামৰ মধ্যমীয়া সঁচৰ বীজ বিঘাই প্রতি ৭০-৯০ গ্রাম হাৰত ফৰকাল বতৰ চাই সিঁচা অব্যাহত ৰাখিব পাৰে। পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত আঢ়ৈ ফুট আৰু প্রতিটো পুলিৰ মাজত ডেৰ ফুটৰ ব্যৱধান ৰাখিব লাগে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 16-11-2023 | 08:00:00 | SCHEDULED |
|