Message Schedule List : 12,238
S. No. Message Language Created By Date Time Status Action
7261 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ১৩৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-11-2023 08:00:00 SCHEDULED
7262 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ১০০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-11-2023 08:00:00 SCHEDULED
7263 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ২২৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-11-2023 08:00:00 SCHEDULED
7264 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ১৫৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-11-2023 08:00:00 SCHEDULED
7265 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। বিগত অক্টোবৰ মাহত মুঠ ৮৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-11-2023 08:00:00 SCHEDULED
7266 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৬-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু পূব দিশৰ পৰা বলিব। বিগত অক্টোবৰ মাহত মুঠ ৯৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 09-11-2023 08:00:00 SCHEDULED
7267 VIL-Adilabad-Bela-08-11-2023 - నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఆదిలాబాద్‌లోని బేల వద్ద ఉన్న ఆటోమేటిక్ వాతావరణ కేంద్రం ప్రకారం.. ఈ వారంలో కనిష్ట ఉష్ణోగ్రత 21 నుండి 24 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 32 నుండి 34 డిగ్రీల సెల్సియస్‌గా ఉండే అవకాశం ఉందని వాతావరణ సూచన. ఈ వారం వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది. రైతులకు సలహాలు - పత్తిపై గులాబీ రంగు కాయతొలుచు పురుగు సోకడం గమనించవచ్చు. ఎకరాకు నాలుగు ఫెరోమోన్ ఉచ్చులను పరిశీలన కోసం ఉంచాలి మరియు వరుసగా మూడు రోజుల పాటు 7-8 పెద్ద కీటకాలను గమనించిన తర్వాత నియంత్రణ చర్యలు తీసుకోవచ్చు. నివారణకు లీటరు నీటికి థయోడికార్బ్ @ 1.5 గ్రా లేదా ప్రొఫెనోఫాస్ @ 2 మి.లీ కలిపి పిచికారీ చేయాలి. పత్తి పూలు సహజంగా రాకుండా ఉండేందుకు ఆల్ఫా-ఎన్‌ఎఎ 4.5 ఎస్‌ఎల్ @ 5 మి.లీ / 10 లీటర్ల నీటికి పిచికారీ చేయాలి. పత్తి పంట కోతకు సిద్ధంగా ఉన్న ప్రాంతంలో, పండించిన పత్తిని ఎండి, పొడి మరియు సురక్షితమైన ప్రదేశంలో నిల్వ చేయాలి. ముందుగా విత్తిన పత్తి కాయలను శుభ్రంగా ఎంచుకొని, బాగా ఎండబెట్టి, ఎంచుకున్న పత్తి రకాన్ని బట్టి నిల్వ చేసుకోవాలి. మెరుగైన ఉత్పాదకత కోసం బాండ్ మెచ్యూరిటీ దశలో 2% డిఎపిని పిచికారీ చేయాలి. 1% యూరియా మరియు 1% మెగ్నీషియం సల్ఫేట్‌ను బోల్ డెవలప్‌మెంట్ దశలో పిచికారీ చేసి, పంట తర్వాత దశలో పత్తి ఆకులు ఎర్రబడకుండా నిరోధించండి. తుర్రు పంటలో పచ్చని కాయతొలుచు పురుగు (హెలికోవర్పా) ఉధృతికి ప్రస్తుత వాతావరణం అనుకూలంగా ఉంటుంది. దీని నివారణకు ప్రారంభ దశలో ఎసిఫేట్ @ 1.5 గ్రా లేదా క్వినాల్ఫాస్ @ 2 మి.లీ లీటరు నీటికి కలిపి పిచికారీ చేయాలి. తుర్రు పంటలో ఫైటోఫ్తోరా వ్యాధి గమనించబడింది. నివారణకు మాంకోజెబ్ @ 3.0 గ్రా పిచికారీ చేయాలి. లేదా మెటాలాక్సిల్ @ 2.0 గ్రా. లీటరు నీటికి కలిపి పిచికారీ చేయాలి.   ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telugu Telangana 08-11-2023 08:30:00 SCHEDULED
7268 VIL -Adilabad-Jainad-08-11-2023- నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఆదిలాబాద్‌లోని జైనాద్‌లోని ఆటోమేటిక్ వాతావరణ కేంద్రం ప్రకారం.. ఈ వారంలో కనిష్ట ఉష్ణోగ్రత 19 నుండి 21 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 31 నుండి 33 డిగ్రీల సెల్సియస్‌గా ఉండే అవకాశం ఉందని వాతావరణ సూచన. ఈ వారం వాతావరణం పాక్షికంగా మేఘావృతమై ఉండే అవకాశం ఉంది. రైతులకు సలహాలు - పత్తిపై గులాబీ రంగు కాయతొలుచు పురుగు సోకడం గమనించవచ్చు. ఎకరాకు నాలుగు ఫెరోమోన్ ఉచ్చులను పరిశీలన కోసం ఉంచాలి మరియు వరుసగా మూడు రోజుల పాటు 7-8 పెద్ద కీటకాలను గమనించిన తర్వాత నియంత్రణ చర్యలు తీసుకోవచ్చు. నివారణకు లీటరు నీటికి థయోడికార్బ్ @ 1.5 గ్రా లేదా ప్రొఫెనోఫాస్ @ 2 మి.లీ కలిపి పిచికారీ చేయాలి. పత్తి పూలు సహజంగా రాకుండా ఉండేందుకు ఆల్ఫా-ఎన్‌ఎఎ 4.5 ఎస్‌ఎల్ @ 5 మి.లీ / 10 లీటర్ల నీటికి పిచికారీ చేయాలి. పత్తి పంట కోతకు సిద్ధంగా ఉన్న ప్రాంతంలో, పండించిన పత్తిని ఎండి, పొడి మరియు సురక్షితమైన ప్రదేశంలో నిల్వ చేయాలి. ముందుగా విత్తిన పత్తి కాయలను శుభ్రంగా ఎంచుకొని, బాగా ఎండబెట్టి, ఎంచుకున్న పత్తి రకాన్ని బట్టి నిల్వ చేసుకోవాలి. మెరుగైన ఉత్పాదకత కోసం బాండ్ మెచ్యూరిటీ దశలో 2% డిఎపిని పిచికారీ చేయాలి. 1% యూరియా మరియు 1% మెగ్నీషియం సల్ఫేట్‌ను బోల్ డెవలప్‌మెంట్ దశలో పిచికారీ చేసి, పంట తర్వాత దశలో పత్తి ఆకులు ఎర్రబడకుండా నిరోధించండి. తుర్రు పంటలో పచ్చని కాయతొలుచు పురుగు (హెలికోవర్పా) ఉధృతికి ప్రస్తుత వాతావరణం అనుకూలంగా ఉంటుంది. దీని నివారణకు ప్రారంభ దశలో ఎసిఫేట్ @ 1.5 గ్రా లేదా క్వినాల్ఫాస్ @ 2 మి.లీ లీటరు నీటికి కలిపి పిచికారీ చేయాలి. తుర్రు పంటలో ఫైటోఫ్తోరా వ్యాధి గమనించబడింది. నివారణకు మాంకోజెబ్ @ 3.0 గ్రా పిచికారీ చేయాలి. లేదా మెటాలాక్సిల్ @ 2.0 గ్రా. లీటరు నీటికి కలిపి పిచికారీ చేయాలి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telugu Telangana 08-11-2023 08:30:00 SCHEDULED
7269 Parbhani (3)-नमस्कार शेतकरी बंधूंनो.. परभणी  तालुक्यातील पिंगळी येथील स्वयंचलीत हवामान केंद्रातर्फे याआठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 20 ते 22  अंश तर कमाल 31 ते 34 अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण अंशत: ढगाळ राहण्याची शक्यताआहे.  शेतकऱ्यांसाठी सूचना – कापसावर गुलाबी बोंडअळीचा प्रादुर्भाव दिसून येत आहे.निरीक्षण करण्यासाठी प्रति एकर चार फेरोमोन सापळे लावावे आणि 7-8 प्रौढ कीटकांचे सलग तीन दिवस निरीक्षण केल्यानंतरनियंत्रणाचे उपाय केले जाऊ शकतात.  नियंत्रणासाठीथायोडीकार्ब @ 1.5 ग्रॅम किंवा प्रोफेनोफॉस @ 2 मिली प्रति लिटर पाण्यात मिसळून फवारणी करावी. कापसाचे फुलांची नैसर्गिक गळती टाळण्यासाठी अल्फा-एनएए 4.5 एसएल @ 5 मिली / 10 लिटर पाण्यात फवारणी करावी. ज्या भागात कापसाचे पीक वेचणीसाठी तयार आहे, तेथे तयार झालेला कापूस उचलून कोरड्या व सुरक्षित ठिकाणी साठवून ठेवावा.अगोदर पेरणी केलेल्या कापसाच्या फटीच्या बोंडांची स्वच्छ वेचणी करा, नीट वाळवा आणि निवडलेल्या कापसाच्या जातीनुसार ठेवावा. चांगल्याउत्पादकतेसाठी बोंड परिपक्वतेच्या अवस्थेत 2% DAP ची फवारणी करावी. बोंडाच्या विकासाच्या अवस्थेत 1% युरिया आणि 1% मॅग्नेशियम सल्फेटची फवारणी नंतरच्या पिकाच्या अवस्थेतकपाशीची पाने लालसरपणा टाळण्यासाठी रावी.  तूर पिकातील हिरवी बोंड अळी (हेलिकोव्हर्पा) प्रादुर्भावासाठी प्रचलित हवामानअनुकूल आहे. त्याच्या नियंत्रणासाठी सुरुवातीच्या टप्प्यावर अॅसेफेट @ 1.5 ग्रॅम किंवा क्विनॅलफॉस @ 2 मिली प्रति लिटर पाण्यात मिसळून फवारणी करावी.  तूर पिकामध्येफायटोफथोरा रोगाचा प्रादुर्भाव दिसून आला.  नियंत्रणासाठीमॅन्कोझेब @ 3.0 ग्रॅम फवारणी करावी.  किंवा मेटालॅक्सिल @ 2.0 ग्रॅम.  प्रति लिटर पाण्यात मिसळून फवारणी करावी.सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपयासंपर्क साधावा. मोबा. क्र. 9158261922.धन्यवाद! हि माहीतीपून्हा ऐकण्यास शून्य दाबावे.     VIL 1- Wardha-नमस्कार शेतकरी बंधूंनो...सॉलिडरीडॅड आणि वोडाफोन आयडिया फाऊंडेशन यांच्यास्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. हिंगणघाट  तालुक्यातील दरोडा   येथील स्वयंचलीत हवामान केंद्रातर्फे याआठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 19  ते 21  अंश तर कमाल 31 ते 33 अंश सेल्सियसएवढे राहील. या आठवड्यात वातावरण अंशत:ढगाळ राहण्याची शक्यता आहे.  शेतकऱ्यांसाठी सूचना – कापसावर गुलाबी बोंडअळीचा प्रादुर्भाव दिसून येत आहे.निरीक्षण करण्यासाठी प्रति एकर चार फेरोमोन सापळे लावावे आणि 7-8 प्रौढ कीटकांचे सलग तीन दिवस निरीक्षण केल्यानंतरनियंत्रणाचे उपाय केले जाऊ शकतात.  नियंत्रणासाठीथायोडीकार्ब @ 1.5 ग्रॅम किंवा प्रोफेनोफॉस @ 2 मिली प्रति लिटर पाण्यात मिसळून फवारणी करावी. कापसाचे फुलांची नैसर्गिक गळती टाळण्यासाठी अल्फा-एनएए 4.5 एसएल @ 5 मिली / 10 लिटर पाण्यात फवारणी करावी. ज्या भागात कापसाचे पीक वेचणीसाठी तयार आहे, तेथे तयार झालेला कापूस उचलून कोरड्या व सुरक्षित ठिकाणी साठवून ठेवावा.अगोदर पेरणी केलेल्या कापसाच्या फटीच्या बोंडांची स्वच्छ वेचणी करा, नीट वाळवा आणि निवडलेल्या कापसाच्या जातीनुसार ठेवावा. चांगल्याउत्पादकतेसाठी बोंड परिपक्वतेच्या अवस्थेत 2% DAP ची फवारणी करावी. बोंडाच्या विकासाच्या अवस्थेत 1% युरिया आणि 1% मॅग्नेशियम सल्फेटची फवारणी नंतरच्या पिकाच्या अवस्थेतकपाशीची पाने लालसरपणा टाळण्यासाठी रावी.  तूर पिकातील हिरवी बोंड अळी (हेलिकोव्हर्पा) प्रादुर्भावासाठी प्रचलित हवामानअनुकूल आहे. त्याच्या नियंत्रणासाठी सुरुवातीच्या टप्प्यावर अॅसेफेट @ 1.5 ग्रॅम किंवा क्विनॅलफॉस @ 2 मिली प्रति लिटर पाण्यात मिसळून फवारणी करावी.  तूर पिकामध्येफायटोफथोरा रोगाचा प्रादुर्भाव दिसून आला.  नियंत्रणासाठीमॅन्कोझेब @ 3.0 ग्रॅम फवारणी करावी.  किंवा मेटालॅक्सिल @ 2.0 ग्रॅम.  प्रति लिटर पाण्यात मिसळून फवारणी करावी. धन्यवाद! हि माहीती पून्हा ऐकण्यास शून्य दाबावे. Marathi MH 08-11-2023 08:30:00 SCHEDULED
7270 Nanded (1)-नमस्कार शेतकरी बंधूंनो...माहुर तालुक्यातील तुळशी  येथील स्वयंचलीतहवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 19 ते 22 अंश तर कमाल 31  ते 34 अंश सेल्सियसएवढे राहील. या आठवड्यात वातावरण अंशत:ढगाळ राहण्याची शक्यता आहे.  शेतकऱ्यांसाठी सूचना – कापसावर गुलाबी बोंडअळीचा प्रादुर्भाव दिसून येत आहे.निरीक्षण करण्यासाठी प्रति एकर चार फेरोमोन सापळे लावावे आणि 7-8 प्रौढ कीटकांचे सलग तीन दिवस निरीक्षण केल्यानंतरनियंत्रणाचे उपाय केले जाऊ शकतात.  नियंत्रणासाठीथायोडीकार्ब @ 1.5 ग्रॅम किंवा प्रोफेनोफॉस @ 2 मिली प्रति लिटर पाण्यात मिसळून फवारणी करावी. कापसाचे फुलांची नैसर्गिक गळती टाळण्यासाठी अल्फा-एनएए 4.5 एसएल @ 5 मिली / 10 लिटर पाण्यात फवारणी करावी. ज्या भागात कापसाचे पीक वेचणीसाठी तयार आहे, तेथे तयार झालेला कापूस उचलून कोरड्या व सुरक्षित ठिकाणी साठवून ठेवावा.अगोदर पेरणी केलेल्या कापसाच्या फटीच्या बोंडांची स्वच्छ वेचणी करा, नीट वाळवा आणि निवडलेल्या कापसाच्या जातीनुसार ठेवावा. चांगल्याउत्पादकतेसाठी बोंड परिपक्वतेच्या अवस्थेत 2% DAP ची फवारणी करावी. बोंडाच्या विकासाच्या अवस्थेत 1% युरिया आणि 1% मॅग्नेशियम सल्फेटची फवारणी नंतरच्या पिकाच्या अवस्थेतकपाशीची पाने लालसरपणा टाळण्यासाठी रावी.  तूर पिकातील हिरवी बोंड अळी (हेलिकोव्हर्पा) प्रादुर्भावासाठी प्रचलित हवामानअनुकूल आहे. त्याच्या नियंत्रणासाठी सुरुवातीच्या टप्प्यावर अॅसेफेट @ 1.5 ग्रॅम किंवा क्विनॅलफॉस @ 2 मिली प्रति लिटर पाण्यात मिसळून फवारणी करावी.  तूर पिकामध्येफायटोफथोरा रोगाचा प्रादुर्भाव दिसून आला.  नियंत्रणासाठीमॅन्कोझेब @ 3.0 ग्रॅम फवारणी करावी.  किंवा मेटालॅक्सिल @ 2.0 ग्रॅम.  प्रति लिटर पाण्यात मिसळून फवारणी करावी. धन्यवाद! हि माहीती पून्हा ऐकण्यास शून्य दाबावे.     Marathi MH 08-11-2023 08:30:00 SCHEDULED