Message Schedule List : 11,837
S. No. Message Language Created By Date Time Status Action
7581 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ছেপ্টেম্বৰলৈ, ২০২৩, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৫ৰ পৰা ২০ ছেপ্টেম্বৰলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 14-09-2023 08:00:00 SCHEDULED
7582 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৫ৰ পৰা ২০ ছেপ্টেম্বৰলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 14-09-2023 08:00:00 SCHEDULED
7583 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৫ৰ পৰা ২০ ছেপ্টেম্বৰলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 14-09-2023 08:00:00 SCHEDULED
7584 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৪ৰ পৰা ২০ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 14-09-2023 08:00:00 SCHEDULED
7585 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৪ৰ পৰা ২০ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 14-09-2023 08:00:00 SCHEDULED
7586 Yavatmal (2)_नमस्कार शेतकरी बंधूंनो.....नेर तालुक्यातील मोझर येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान २३ ते २४ अंश तर कमाल २६ ते २८ अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण ढगाळ राहून दिनांक १५ सप्टेंबर ते १७ सप्टेंबर पर्यंत माध्यम ते तीव्र स्वरूपाचे पाउस पडण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना - मध्यम श्रेणीच्या पावसाचा अंदाज लक्षात घेता, पुढील 3-4 दिवसांत कृषी रासायनिक फवारणी, उभ्या पिकांमध्ये खतांचा वापर आणि आंतर-कृषी मशागत (तण काढणे/ कोळपणी) इ. कामे पुढे ढकलावी. गेल्या 4-5 दिवसांत झालेल्या पावसामुळे पावसाचे पाणी पीक क्षेत्रात साचले असल्यास अतिरिक्त पावसाच्या पाण्याचा निचरा करावा तसेच पुढील पावसाचा अंदाज लक्षात घेऊन पावसाचे पाणी पीक क्षेत्रात साचणार नाही याची काळजी घ्यावी. शेतकरी बंधूनी आपल्याकडील स्थानिक वातावरणाचा/पावसाच्या अंदाजानुसार पिकावर तननाशक/ कीटकनाशकाची फवारणी करावी. कपाशीवरील रसशोषण करणाऱ्या किडी (तुडतुडे, मावा, फुलकिडे आणि पांढरी माशी) यांची आर्थिक नुकसानीची पातळी १) तुडतुडे : सरासरी २ ते ३ तुडतुडे प्रती पान. २) मावा : सरासरी १० मावा कीटक प्रती पान किंवा १५ ते २० % प्रादुर्भावग्रस्थ झाडे. ३) फुलकिडे : सरासरी १० फुलकिडे प्रती पान. ४) पांढरी माशी सरासरी ८ ते १० प्रौढ माशा किंवा २० पिल्ले प्रती पान. यावर आधारित किडीच्या व्यवस्थापनाकरिता असिटामिप्रिड २० % एस.पी १० ग्रम / प्रती १० लिटर पाणी किंवा इमिडाक्लोप्रिड १७.८ % एस. एल २० ग्रम / प्रती १० लिटर पाणी या प्रमाणात फवारणी करावी. गुलाबी बोंड अळीने आर्थिकनुकसान पातळी गाठली असलेल्या ठिकाणी निंबोळी आधारित किटकनाशक ५० मिली किंवा क्लोरपायरीफॉस २० % ईसी २५ मिली किंवा क्विनालफॉस २० % एएफ २० मिली किंवा थायोडीकार्ब ७५ डब्ल्यूपी २० ग्राम किंवा प्रोफेनोफॉस ५० ईसी ३० मिली किंवा ट्रेसर ६-७ मिली यांची १० लिटर पाण्यात मिसळून फवारणी करावी. कपाशी पिक फुलोरा अवस्थेत असताना २ % युरिया ची तर बोंडे विकसित होण्याच्या अवस्थेत २ % डीएपी ची किंवा १३:००:४५ एक किलो प्रती १०० लिटर पाणी ह्या प्रमाणात फवारणी करावी. कपाशीमध्ये नैस र्गिक पाते आणि फुल गळ टाळण्यासाठी अल्फा – एनएए ४.५ एसएल ५ मिली किंवा प्लॅनोफीक्स ५-६ मिली प्रति पंप प्रती १० लिटर पाण्यात मिसळून फवारणी करावी. तसेच कपाशी पिकाची अतिरिक्त कायिक वाढ रोखण्यासाठी क्लोरमेकवेट क्लोराईड ५० एसएल १० मिली प्रती १० लिटर पाण्यात मिसळून फवारणी करावी. किंवा कपाशी पिकाचा २.५ ते ३ फुटा वरील शेंडा खुडावा. बागायती संकरीत बीटी कपाशीला नत्राचा दुसरा हप्ता ९० किलो युरिया प्रती हेक्टर या प्रमाणात द्यावा.सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Marathi MH 13-09-2023 08:30:00 SCHEDULED
7587 Parbhani (3)-नमस्कार शेतकरी बंधूंनो...परभणी तालुक्यातील पिंगळी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 23 ते २४ अंश तर कमाल २६ ते २९ अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण ढगाळ राहून दिनांक १४ सप्टेंबर ते १७ सप्टेंबर पर्यंत माध्यम ते तीव्र स्वरूपाचे पाउस पडण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना - मध्यम श्रेणीच्या पावसाचा अंदाज लक्षात घेता, पुढील 3-4 दिवसांत कृषी रासायनिक फवारणी, उभ्या पिकांमध्ये खतांचा वापर आणि आंतर-कृषी मशागत (तण काढणे/ कोळपणी) इ. कामे पुढे ढकलावी. गेल्या 4-5 दिवसांत झालेल्या पावसामुळे पावसाचे पाणी पीक क्षेत्रात साचले असल्यास अतिरिक्त पावसाच्या पाण्याचा निचरा करावा तसेच पुढील पावसाचा अंदाज लक्षात घेऊन पावसाचे पाणी पीक क्षेत्रात साचणार नाही याची काळजी घ्यावी. शेतकरी बंधूनी आपल्याकडील स्थानिक वातावरणाचा/पावसाच्या अंदाजानुसार पिकावर तननाशक/ कीटकनाशकाची फवारणी करावी. कपाशीवरील रसशोषण करणाऱ्या किडी (तुडतुडे, मावा, फुलकिडे आणि पांढरी माशी) यांची आर्थिक नुकसानीची पातळी १) तुडतुडे : सरासरी २ ते ३ तुडतुडे प्रती पान. २) मावा : सरासरी १० मावा कीटक प्रती पान किंवा १५ ते २० % प्रादुर्भावग्रस्थ झाडे. ३) फुलकिडे : सरासरी १० फुलकिडे प्रती पान. ४) पांढरी माशी सरासरी ८ ते १० प्रौढ माशा किंवा २० पिल्ले प्रती पान. यावर आधारित किडीच्या व्यवस्थापनाकरिता असिटामिप्रिड २० % एस.पी १० ग्रम / प्रती १० लिटर पाणी किंवा इमिडाक्लोप्रिड १७.८ % एस. एल २० ग्रम / प्रती १० लिटर पाणी या प्रमाणात फवारणी करावी. गुलाबी बोंड अळीने आर्थिकनुकसान पातळी गाठली असलेल्या ठिकाणी निंबोळी आधारित किटकनाशक ५० मिली किंवा क्लोरपायरीफॉस २० % ईसी २५ मिली किंवा क्विनालफॉस २० % एएफ २० मिली किंवा थायोडीकार्ब ७५ डब्ल्यूपी २० ग्राम किंवा प्रोफेनोफॉस ५० ईसी ३० मिली किंवा ट्रेसर ६-७ मिली यांची १० लिटर पाण्यात मिसळून फवारणी करावी. कपाशी पिक फुलोरा अवस्थेत असताना २ % युरिया ची तर बोंडे विकसित होण्याच्या अवस्थेत २ % डीएपी ची किंवा १३:००:४५ एक किलो प्रती १०० लिटर पाणी ह्या प्रमाणात फवारणी करावी. कपाशीमध्ये नैस र्गिक पाते आणि फुल गळ टाळण्यासाठी अल्फा – एनएए ४.५ एसएल ५ मिली किंवा प्लॅनोफीक्स ५-६ मिली प्रति पंप प्रती १० लिटर पाण्यात मिसळून फवारणी करावी. तसेच कपाशी पिकाची अतिरिक्त कायिक वाढ रोखण्यासाठी क्लोरमेकवेट क्लोराईड ५० एसएल १० मिली प्रती १० लिटर पाण्यात मिसळून फवारणी करावी. किंवा कपाशी पिकाचा २.५ ते ३ फुटा वरील शेंडा खुडावा. बागायती संकरीत बीटी कपाशीला नत्राचा दुसरा हप्ता ९० किलो युरिया प्रती हेक्टर या प्रमाणात द्यावा.सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Marathi MH 13-09-2023 08:30:00 SCHEDULED
7588 Nanded (3)-नमस्कार शेतकरी बंधूंनो...किनवट तालुक्यातील लोणी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान २३ ते २४ अंश तर कमाल २६ ते २९ अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण ढगाळ राहून दिनांक १४ सप्टेंबर ते १७ सप्टेंबर पर्यंत माध्यम ते तीव्र स्वरूपाचे पाउस पडण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना - मध्यम श्रेणीच्या पावसाचा अंदाज लक्षात घेता, पुढील 3-4 दिवसांत कृषी रासायनिक फवारणी, उभ्या पिकांमध्ये खतांचा वापर आणि आंतर-कृषी मशागत (तण काढणे/ कोळपणी) इ. कामे पुढे ढकलावी. गेल्या 4-5 दिवसांत झालेल्या पावसामुळे पावसाचे पाणी पीक क्षेत्रात साचले असल्यास अतिरिक्त पावसाच्या पाण्याचा निचरा करावा तसेच पुढील पावसाचा अंदाज लक्षात घेऊन पावसाचे पाणी पीक क्षेत्रात साचणार नाही याची काळजी घ्यावी. शेतकरी बंधूनी आपल्याकडील स्थानिक वातावरणाचा/पावसाच्या अंदाजानुसार पिकावर तननाशक/ कीटकनाशकाची फवारणी करावी. कपाशीवरील रसशोषण करणाऱ्या किडी (तुडतुडे, मावा, फुलकिडे आणि पांढरी माशी) यांची आर्थिक नुकसानीची पातळी १) तुडतुडे : सरासरी २ ते ३ तुडतुडे प्रती पान. २) मावा : सरासरी १० मावा कीटक प्रती पान किंवा १५ ते २० % प्रादुर्भावग्रस्थ झाडे. ३) फुलकिडे : सरासरी १० फुलकिडे प्रती पान. ४) पांढरी माशी सरासरी ८ ते १० प्रौढ माशा किंवा २० पिल्ले प्रती पान. यावर आधारित किडीच्या व्यवस्थापनाकरिता असिटामिप्रिड २० % एस.पी १० ग्रम / प्रती १० लिटर पाणी किंवा इमिडाक्लोप्रिड १७.८ % एस. एल २० ग्रम / प्रती १० लिटर पाणी या प्रमाणात फवारणी करावी. गुलाबी बोंड अळीने आर्थिकनुकसान पातळी गाठली असलेल्या ठिकाणी निंबोळी आधारित किटकनाशक ५० मिली किंवा क्लोरपायरीफॉस २० % ईसी २५ मिली किंवा क्विनालफॉस २० % एएफ २० मिली किंवा थायोडीकार्ब ७५ डब्ल्यूपी २० ग्राम किंवा प्रोफेनोफॉस ५० ईसी ३० मिली किंवा ट्रेसर ६-७ मिली यांची १० लिटर पाण्यात मिसळून फवारणी करावी. कपाशी पिक फुलोरा अवस्थेत असताना २ % युरिया ची तर बोंडे विकसित होण्याच्या अवस्थेत २ % डीएपी ची किंवा १३:००:४५ एक किलो प्रती १०० लिटर पाणी ह्या प्रमाणात फवारणी करावी. कपाशीमध्ये नैस र्गिक पाते आणि फुल गळ टाळण्यासाठी अल्फा – एनएए ४.५ एसएल ५ मिली किंवा प्लॅनोफीक्स ५-६ मिली प्रति पंप प्रती १० लिटर पाण्यात मिसळून फवारणी करावी. तसेच कपाशी पिकाची अतिरिक्त कायिक वाढ रोखण्यासाठी क्लोरमेकवेट क्लोराईड ५० एसएल १० मिली प्रती १० लिटर पाण्यात मिसळून फवारणी करावी. किंवा कपाशी पिकाचा २.५ ते ३ फुटा वरील शेंडा खुडावा. बागायती संकरीत बीटी कपाशीला नत्राचा दुसरा हप्ता ९० किलो युरिया प्रती हेक्टर या प्रमाणात द्यावा.सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Marathi MH 13-09-2023 08:30:00 SCHEDULED
7589 Nanded (1)-नमस्कार शेतकरी बंधूंनो...माहुर तालुक्यातील तुळशी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान २३ ते २४ अंश तर कमाल २६ ते २९ अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण ढगाळ राहून दिनांक १४ सप्टेंबर ते १७ सप्टेंबर पर्यंत माध्यम ते तीव्र स्वरूपाचे पाउस पडण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना - मध्यम श्रेणीच्या पावसाचा अंदाज लक्षात घेता, पुढील 3-4 दिवसांत कृषी रासायनिक फवारणी, उभ्या पिकांमध्ये खतांचा वापर आणि आंतर-कृषी मशागत (तण काढणे/ कोळपणी) इ. कामे पुढे ढकलावी. गेल्या 4-5 दिवसांत झालेल्या पावसामुळे पावसाचे पाणी पीक क्षेत्रात साचले असल्यास अतिरिक्त पावसाच्या पाण्याचा निचरा करावा तसेच पुढील पावसाचा अंदाज लक्षात घेऊन पावसाचे पाणी पीक क्षेत्रात साचणार नाही याची काळजी घ्यावी. शेतकरी बंधूनी आपल्याकडील स्थानिक वातावरणाचा/पावसाच्या अंदाजानुसार पिकावर तननाशक/ कीटकनाशकाची फवारणी करावी. कपाशीवरील रसशोषण करणाऱ्या किडी (तुडतुडे, मावा, फुलकिडे आणि पांढरी माशी) यांची आर्थिक नुकसानीची पातळी १) तुडतुडे : सरासरी २ ते ३ तुडतुडे प्रती पान. २) मावा : सरासरी १० मावा कीटक प्रती पान किंवा १५ ते २० % प्रादुर्भावग्रस्थ झाडे. ३) फुलकिडे : सरासरी १० फुलकिडे प्रती पान. ४) पांढरी माशी सरासरी ८ ते १० प्रौढ माशा किंवा २० पिल्ले प्रती पान. यावर आधारित किडीच्या व्यवस्थापनाकरिता असिटामिप्रिड २० % एस.पी १० ग्रम / प्रती १० लिटर पाणी किंवा इमिडाक्लोप्रिड १७.८ % एस. एल २० ग्रम / प्रती १० लिटर पाणी या प्रमाणात फवारणी करावी. गुलाबी बोंड अळीने आर्थिकनुकसान पातळी गाठली असलेल्या ठिकाणी निंबोळी आधारित किटकनाशक ५० मिली किंवा क्लोरपायरीफॉस २० % ईसी २५ मिली किंवा क्विनालफॉस २० % एएफ २० मिली किंवा थायोडीकार्ब ७५ डब्ल्यूपी २० ग्राम किंवा प्रोफेनोफॉस ५० ईसी ३० मिली किंवा ट्रेसर ६-७ मिली यांची १० लिटर पाण्यात मिसळून फवारणी करावी. कपाशी पिक फुलोरा अवस्थेत असताना २ % युरिया ची तर बोंडे विकसित होण्याच्या अवस्थेत २ % डीएपी ची किंवा १३:००:४५ एक किलो प्रती १०० लिटर पाणी ह्या प्रमाणात फवारणी करावी. कपाशीमध्ये नैस र्गिक पाते आणि फुल गळ टाळण्यासाठी अल्फा – एनएए ४.५ एसएल ५ मिली किंवा प्लॅनोफीक्स ५-६ मिली प्रति पंप प्रती १० लिटर पाण्यात मिसळून फवारणी करावी. तसेच कपाशी पिकाची अतिरिक्त कायिक वाढ रोखण्यासाठी क्लोरमेकवेट क्लोराईड ५० एसएल १० मिली प्रती १० लिटर पाण्यात मिसळून फवारणी करावी. किंवा कपाशी पिकाचा २.५ ते ३ फुटा वरील शेंडा खुडावा. बागायती संकरीत बीटी कपाशीला नत्राचा दुसरा हप्ता ९० किलो युरिया प्रती हेक्टर या प्रमाणात द्यावा.सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Marathi MH 13-09-2023 08:30:00 SCHEDULED
7590 Yavatmal (1)-नमस्कार शेतकरी बंधूंनो... घाटंजी तालुक्यातील मारेगाव येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान २३ ते २४ अंश तर कमाल २६ ते २८ अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण ढगाळ राहून दिनांक १५ सप्टेंबर ते १७ सप्टेंबर पर्यंत माध्यम ते तीव्र स्वरूपाचे पाउस पडण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना -मध्यम श्रेणीच्या पावसाचा अंदाज लक्षात घेता, पुढील 3-4 दिवसांत कृषी रासायनिक फवारणी, उभ्या पिकांमध्ये खतांचा वापर आणि आंतर-कृषी मशागत (तण काढणे/ कोळपणी) इ. कामे पुढे ढकलावी. गेल्या 4-5 दिवसांत झालेल्या पावसामुळे पावसाचे पाणी पीक क्षेत्रात साचले असल्यास अतिरिक्त पावसाच्या पाण्याचा निचरा करावा तसेच पुढील पावसाचा अंदाज लक्षात घेऊन पावसाचे पाणी पीक क्षेत्रात साचणार नाही याची काळजी घ्यावी. शेतकरी बंधूनी आपल्याकडील स्थानिक वातावरणाचा/पावसाच्या अंदाजानुसार पिकावर तननाशक/ कीटकनाशकाची फवारणी करावी. कपाशीवरील रसशोषण करणाऱ्या किडी (तुडतुडे, मावा, फुलकिडे आणि पांढरी माशी) यांची आर्थिक नुकसानीची पातळी १) तुडतुडे : सरासरी २ ते ३ तुडतुडे प्रती पान. २) मावा : सरासरी १० मावा कीटक प्रती पान किंवा १५ ते २० % प्रादुर्भावग्रस्थ झाडे. ३) फुलकिडे : सरासरी १० फुलकिडे प्रती पान. ४) पांढरी माशी सरासरी ८ ते १० प्रौढ माशा किंवा २० पिल्ले प्रती पान. यावर आधारित किडीच्या व्यवस्थापनाकरिता असिटामिप्रिड २० % एस.पी १० ग्रम / प्रती १० लिटर पाणी किंवा इमिडाक्लोप्रिड १७.८ % एस. एल २० ग्रम / प्रती १० लिटर पाणी या प्रमाणात फवारणी करावी. गुलाबी बोंड अळीने आर्थिकनुकसान पातळी गाठली असलेल्या ठिकाणी निंबोळी आधारित किटकनाशक ५० मिली किंवा क्लोरपायरीफॉस २० % ईसी २५ मिली किंवा क्विनालफॉस २० % एएफ २० मिली किंवा थायोडीकार्ब ७५ डब्ल्यूपी २० ग्राम किंवा प्रोफेनोफॉस ५० ईसी ३० मिली किंवा ट्रेसर ६-७ मिली यांची १० लिटर पाण्यात मिसळून फवारणी करावी. कपाशी पिक फुलोरा अवस्थेत असताना २ % युरिया ची तर बोंडे विकसित होण्याच्या अवस्थेत २ % डीएपी ची किंवा १३:००:४५ एक किलो प्रती १०० लिटर पाणी ह्या प्रमाणात फवारणी करावी. कपाशीमध्ये नैस र्गिक पाते आणि फुल गळ टाळण्यासाठी अल्फा – एनएए ४.५ एसएल ५ मिली किंवा प्लॅनोफीक्स ५-६ मिली प्रति पंप प्रती १० लिटर पाण्यात मिसळून फवारणी करावी. तसेच कपाशी पिकाची अतिरिक्त कायिक वाढ रोखण्यासाठी क्लोरमेकवेट क्लोराईड ५० एसएल १० मिली प्रती १० लिटर पाण्यात मिसळून फवारणी करावी. किंवा कपाशी पिकाचा २.५ ते ३ फुटा वरील शेंडा खुडावा. बागायती संकरीत बीटी कपाशीला नत्राचा दुसरा हप्ता ९० किलो युरिया प्रती हेक्टर या प्रमाणात द्यावा. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Marathi MH 13-09-2023 08:30:00 SCHEDULED