Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
7691 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী অক্টোবর মাসের ২৫ তারিখ থেকে ৩১ তারিখ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৯ ডিগ্রি সেন্টিগ্রেড থেকে ২০ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ৮ কিমি প্রতি ঘণ্টায় উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৫৫% শতাংশ থাকবে বলে অনুমান করা হচ্ছে । -- চা বাগানে হ্যালোপেল্টিস এর উপদ্রব দেখা দিলে এক রাউন্ড থায়ামেথোস্কাম অথবা থায়াক্লোরপিড স্প্রে করে দিন । পাতা উঠানোর পরে এক রাউন্ড ফোলিয়ার ইউরিয়া ১ কেজী + জিংক সালফেট ১ কেজী ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । ** আলু চাষের জন্য জমি তৈরী করার সময় জমিতে ৩ টন গোবর অথবা কোম্পস্ট সার এবং এর সাথে সরিষা খোল ১৫০ কেজী + ট্রাইকোডামা ২ কেজী + সিডোমোনাস ২ কেজী প্রতি একরে ভালো করে মিশিয়ে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 26-10-2023 12:00:00 SCHEDULED
7692 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী অক্টোবর মাসের ২৫ তারিখ থেকে ৩১ তারিখ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৯ ডিগ্রি সেন্টিগ্রেড থেকে ২০ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৯ কিমি প্রতি ঘণ্টায় উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৫৫% শতাংশ থাকবে বলে অনুমান করা হচ্ছে । -- চা বাগানে হ্যালোপেল্টিস এর উপদ্রব দেখা দিলে এক রাউন্ড থায়ামেথোস্কাম অথবা থায়াক্লোরপিড স্প্রে করে দিন । পাতা উঠানোর পরে এক রাউন্ড ফোলিয়ার ইউরিয়া ১ কেজী + জিংক সালফেট ১ কেজী ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । ** আলু চাষের জন্য জমি তৈরী করার সময় জমিতে ৩ টন গোবর অথবা কোম্পস্ট সার এবং এর সাথে সরিষা খোল ১৫০ কেজী + ট্রাইকোডামা ২ কেজী + সিডোমোনাস ২ কেজী প্রতি একরে ভালো করে মিশিয়ে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 26-10-2023 12:00:00 SCHEDULED
7693 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু ২৬ আৰু ২৭ অক্টোবৰত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৯-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সপ্তাহটোত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । UP ৰাখিব লগা বাগান বোৰ যাতে টেবুলটো ওখোৰা মোখোৰা নহয় তাৰ বাবে বিশেষ যত্ন লব লাগিব । • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-10-2023 08:00:00 SCHEDULED
7694 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু ২৬ আৰু ২৭ অক্টোবৰত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৯-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সপ্তাহটোত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । UP ৰাখিব লগা বাগান বোৰ যাতে টেবুলটো ওখোৰা মোখোৰা নহয় তাৰ বাবে বিশেষ যত্ন লব লাগিব । • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-10-2023 08:00:00 SCHEDULED
7695 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ২৬ আৰু ২৭ অক্টোবৰত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সপ্তাহটোত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । UP ৰাখিব লগা বাগান বোৰ যাতে টেবুলটো ওখোৰা মোখোৰা নহয় তাৰ বাবে বিশেষ যত্ন লব লাগিব । • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-10-2023 08:00:00 SCHEDULED
7696 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩, বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ২৬ আৰু ২৭ অক্টোবৰত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সপ্তাহটোত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । UP ৰাখিব লগা বাগান বোৰ যাতে টেবুলটো ওখোৰা মোখোৰা নহয় তাৰ বাবে বিশেষ যত্ন লব লাগিব । • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-10-2023 08:00:00 SCHEDULED
7697 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ২৬ আৰু ২৭ অক্টোবৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সপ্তাহটোত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । UP ৰাখিব লগা বাগান বোৰ যাতে টেবুলটো ওখোৰা মোখোৰা নহয় তাৰ বাবে বিশেষ যত্ন লব লাগিব । • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-10-2023 08:00:00 SCHEDULED
7698 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু ২৬ আৰু ২৭ অক্টোবৰত অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সপ্তাহটোত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । UP ৰাখিব লগা বাগান বোৰ যাতে টেবুলটো ওখোৰা মোখোৰা নহয় তাৰ বাবে বিশেষ যত্ন লব লাগিব । • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-10-2023 08:00:00 SCHEDULED
7699 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৯-২১ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সপ্তাহটোত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । UP ৰাখিব লগা বাগান বোৰ যাতে টেবুলটো ওখোৰা মোখোৰা নহয় তাৰ বাবে বিশেষ যত্ন লব লাগিব । • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-10-2023 08:00:00 SCHEDULED
7700 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৯-২০ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১১ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত পাততোলা কাৰ্য্য খিনি ১০ দিনৰ ৰাউণ্ডতকৈ পলম নকৰি পাত তুলিব চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • পূজাৰ পিছৰ এই সপ্তাহটোত কেৱল কেনেকৈ পাত তোলা ৰাউন্ডটো ৮/৯ দিনলৈ ঘূৰাই আনিব পাৰি তাকে চকু দিব লাগে । যি বোৰ বাগান ১২/১৪ দিনৰ হৈছে সম্ভৱ অনুসাৰে break back অৰ্থাৎ এটি কলি ও দুই তিনি খিলা পাত তুলি ৰৈ যোৱা খাৰি বোৰ ধাৰ থকা কটাৰীৰে আগৰ পাত তোলা ডাগিৰ সমানকৈ কাটি দিব লাগে । UP ৰাখিব লগা বাগান বোৰ যাতে টেবুলটো ওখোৰা মোখোৰা নহয় তাৰ বাবে বিশেষ যত্ন লব লাগিব । • বান্জী পাত বোৰ আঁতৰোৱাত গুৰুত্ব দিব লাগে। বান্জী পাতবোৰ পৈনত হবলৈ নিদিব । UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । • যদি বাগান বোৰত হেলোপেলটিছ বা অন্যান্য কীট-পতংগৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদিত মাত্ৰাত ঔষধৰ স্পট স্প্ৰে (Spot spraying) কৰিব । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। অন্যান্য শস্যৰ বাবে: • বিলাহীৰ কিছুমান জাত যেনে Pusa Ruby, Arka Abha, Arka Alok আদি সংগ্ৰহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় নৱেম্বৰ মাহলৈকে। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বিলাহীৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে পানী ওলোৱা বালি চহিয়া মাটি উপযুক্ত। • এই সময়ত জলকীয়া খেতিত লেৰেলি যোৱা ৰোগৰ লক্ষণ দেখা যাব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ ২.৫ গ্ৰাম Saaf বা Propiconazole প্ৰতি লিটাৰ পানীত মিহলাই মাটি ডৰা তিয়াই দিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-10-2023 08:00:00 SCHEDULED