Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
7751 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী অক্টোবর মাসের ১৮ তারিখ থেকে ২৪ তারিখ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩২ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৮ ডিগ্রি সেন্টিগ্রেড থেকে ২১ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৭ কিমি প্রতি ঘণ্টায় উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৫০% ,। মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৭.৬ ডিগ্রি সেণ্টিগ্রেড থেকে ২৭.৪ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৮.৭ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । -- চা বাগানে হ্যালোপেল্টিস এর উপদ্রব দেখা দিলে এক রাউন্ড থায়ামেথোস্কাম অথবা থায়াক্লোরপিড স্প্রে করে দিন । পাতা উঠানোর পরে এক রাউন্ড ফোলিয়ার ইউরিয়া ১ কেজী + জিংক সালফেট ১ কেজী ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । ** আলু চাষের জন্য জমি তৈরী করার সময় জমিতে ৩ টন গোবর অথবা কোম্পস্ট সার এবং এর সাথে সরিষা খোল ১৫০ কেজী + ট্রাইকোডামা ২ কেজী + সিডোমোনাস ২ কেজী প্রতি একরে ভালো করে মিশিয়ে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 19-10-2023 12:00:00 SCHEDULED
7752 :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী অক্টোবর মাসের ১৮ তারিখ থেকে ২৪ তারিখ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ৩১ ডিগ্রি সেন্টিগ্রেড থেকে ৩২ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৯ ডিগ্রি সেন্টিগ্রেড থেকে ২২ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৭ কিমি প্রতি ঘণ্টায় উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৫০% ,। মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৬.৯ ডিগ্রি সেণ্টিগ্রেড থেকে ২৭.৯ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৮.৭ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । -- চা বাগানে হ্যালোপেল্টিস এর উপদ্রব দেখা দিলে এক রাউন্ড থায়ামেথোস্কাম অথবা থায়াক্লোরপিড স্প্রে করে দিন । পাতা উঠানোর পরে এক রাউন্ড ফোলিয়ার ইউরিয়া ১ কেজী + জিংক সালফেট ১ কেজী ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । ** আলু চাষের জন্য জমি তৈরী করার সময় জমিতে ৩ টন গোবর অথবা কোম্পস্ট সার এবং এর সাথে সরিষা খোল ১৫০ কেজী + ট্রাইকোডামা ২ কেজী + সিডোমোনাস ২ কেজী প্রতি একরে ভালো করে মিশিয়ে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 19-10-2023 12:00:00 SCHEDULED
7753 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী অক্টোবর মাসের ১৮ তারিখ থেকে ২৪ তারিখ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ৩১ ডিগ্রি সেন্টিগ্রেড থেকে ৩২ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৮ ডিগ্রি সেন্টিগ্রেড থেকে ২১ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৫ কিমি প্রতি ঘণ্টায় উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৫০%। -- চা বাগানে হ্যালোপেল্টিস এর উপদ্রব দেখা দিলে এক রাউন্ড থায়ামেথোস্কাম অথবা থায়াক্লোরপিড স্প্রে করে দিন । পাতা উঠানোর পরে এক রাউন্ড ফোলিয়ার ইউরিয়া ১ কেজী + জিংক সালফেট ১ কেজী ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । ** আলু চাষের জন্য জমি তৈরী করার সময় জমিতে ৩ টন গোবর অথবা কোম্পস্ট সার এবং এর সাথে সরিষা খোল ১৫০ কেজী + ট্রাইকোডামা ২ কেজী + সিডোমোনাস ২ কেজী প্রতি একরে ভালো করে মিশিয়ে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 19-10-2023 12:00:00 SCHEDULED
7754 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী অক্টোবর মাসের ১৮ তারিখ থেকে ২৪ তারিখ পর্যন্ত আকাশ সাধারণত পরিষ্কার থাকবে এবং বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ৩০ ডিগ্রি সেন্টিগ্রেড থেকে ৩২ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৮ ডিগ্রি সেন্টিগ্রেড থেকে ২১ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৫ কিমি প্রতি ঘণ্টায় উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯০% থেকে ৫০% । -- চা বাগানে হ্যালোপেল্টিস এর উপদ্রব দেখা দিলে এক রাউন্ড থায়ামেথোস্কাম অথবা থায়াক্লোরপিড স্প্রে করে দিন । পাতা উঠানোর পরে এক রাউন্ড ফোলিয়ার ইউরিয়া ১ কেজী + জিংক সালফেট ১ কেজী ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । ** আলু চাষের জন্য জমি তৈরী করার সময় জমিতে ৩ টন গোবর অথবা কোম্পস্ট সার এবং এর সাথে সরিষা খোল ১৫০ কেজী + ট্রাইকোডামা ২ কেজী + সিডোমোনাস ২ কেজী প্রতি একরে ভালো করে মিশিয়ে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 19-10-2023 12:00:00 SCHEDULED
7755 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৩-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ অক্টোবৰলৈ মুঠ ৩৯.৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বিশেষকৈ বহল পাতৰ অপতৃণ যেনে মিকানিয়া, টেংগালাটা আদি দেখা যায়। এনে ক্ষেত্ৰত লতাবোৰৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব। অন্যান্য অপতৃণবোৰ ১৫-২০ চে.মি. উচ্চতাত কাঁচিৰে কাটিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। • পূজা আৰু পূজাৰ পিছৰ বন্ধৰ বাবে প্লাকিং ৰাউণ্ড বৃদ্ধি পাব পাৰে। গতিকে পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। এই সময়ত প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • অহা বছৰত হব লগা UP বাগান বোৰৰ পাত তোলা টেবুলটো যাতে ওখ হৈ নাযায় তাৰ প্ৰতি যথেষ্ট চকু দিব লাগে। পাৰিলে এই বাগান বোৰত Step Up প্লাকিং অৰ্থাৎ এটা ডাঙৰ পাতৰ ওপৰত পাত তুলিব পাৰিলে গছ বোৰ পাত দিয়াৰ ক্ষমতা বাঢ়ি যাব। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 19-10-2023 08:00:00 SCHEDULED
7756 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৩-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৯-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ অক্টোবৰলৈ মুঠ ৩০.৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বিশেষকৈ বহল পাতৰ অপতৃণ যেনে মিকানিয়া, টেংগালাটা আদি দেখা যায়। এনে ক্ষেত্ৰত লতাবোৰৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব। অন্যান্য অপতৃণবোৰ ১৫-২০ চে.মি. উচ্চতাত কাঁচিৰে কাটিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। • পূজা আৰু পূজাৰ পিছৰ বন্ধৰ বাবে প্লাকিং ৰাউণ্ড বৃদ্ধি পাব পাৰে। গতিকে পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। এই সময়ত প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • অহা বছৰত হব লগা UP বাগান বোৰৰ পাত তোলা টেবুলটো যাতে ওখ হৈ নাযায় তাৰ প্ৰতি যথেষ্ট চকু দিব লাগে। পাৰিলে এই বাগান বোৰত Step Up প্লাকিং অৰ্থাৎ এটা ডাঙৰ পাতৰ ওপৰত পাত তুলিব পাৰিলে গছ বোৰ পাত দিয়াৰ ক্ষমতা বাঢ়ি যাব। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 19-10-2023 08:00:00 SCHEDULED
7757 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ২৫ অক্টোবৰত বতৰ ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ অক্টোবৰলৈ মুঠ ১৩৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বিশেষকৈ বহল পাতৰ অপতৃণ যেনে মিকানিয়া, টেংগালাটা আদি দেখা যায়। এনে ক্ষেত্ৰত লতাবোৰৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব। অন্যান্য অপতৃণবোৰ ১৫-২০ চে.মি. উচ্চতাত কাঁচিৰে কাটিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। • পূজা আৰু পূজাৰ পিছৰ বন্ধৰ বাবে প্লাকিং ৰাউণ্ড বৃদ্ধি পাব পাৰে। গতিকে পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। এই সময়ত প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • অহা বছৰত হব লগা UP বাগান বোৰৰ পাত তোলা টেবুলটো যাতে ওখ হৈ নাযায় তাৰ প্ৰতি যথেষ্ট চকু দিব লাগে। পাৰিলে এই বাগান বোৰত Step Up প্লাকিং অৰ্থাৎ এটা ডাঙৰ পাতৰ ওপৰত পাত তুলিব পাৰিলে গছ বোৰ পাত দিয়াৰ ক্ষমতা বাঢ়ি যাব। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 19-10-2023 08:00:00 SCHEDULED
7758 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩, বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৩-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৯-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ অক্টোবৰলৈ মুঠ ৯৭.৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বিশেষকৈ বহল পাতৰ অপতৃণ যেনে মিকানিয়া, টেংগালাটা আদি দেখা যায়। এনে ক্ষেত্ৰত লতাবোৰৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব। অন্যান্য অপতৃণবোৰ ১৫-২০ চে.মি. উচ্চতাত কাঁচিৰে কাটিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। • পূজা আৰু পূজাৰ পিছৰ বন্ধৰ বাবে প্লাকিং ৰাউণ্ড বৃদ্ধি পাব পাৰে। গতিকে পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। এই সময়ত প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • অহা বছৰত হব লগা UP বাগান বোৰৰ পাত তোলা টেবুলটো যাতে ওখ হৈ নাযায় তাৰ প্ৰতি যথেষ্ট চকু দিব লাগে। পাৰিলে এই বাগান বোৰত Step Up প্লাকিং অৰ্থাৎ এটা ডাঙৰ পাতৰ ওপৰত পাত তুলিব পাৰিলে গছ বোৰ পাত দিয়াৰ ক্ষমতা বাঢ়ি যাব। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 19-10-2023 08:00:00 SCHEDULED
7759 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৩-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ অক্টোবৰলৈ মুঠ ২২২.২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বিশেষকৈ বহল পাতৰ অপতৃণ যেনে মিকানিয়া, টেংগালাটা আদি দেখা যায়। এনে ক্ষেত্ৰত লতাবোৰৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব। অন্যান্য অপতৃণবোৰ ১৫-২০ চে.মি. উচ্চতাত কাঁচিৰে কাটিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। • পূজা আৰু পূজাৰ পিছৰ বন্ধৰ বাবে প্লাকিং ৰাউণ্ড বৃদ্ধি পাব পাৰে। গতিকে পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। এই সময়ত প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • অহা বছৰত হব লগা UP বাগান বোৰৰ পাত তোলা টেবুলটো যাতে ওখ হৈ নাযায় তাৰ প্ৰতি যথেষ্ট চকু দিব লাগে। পাৰিলে এই বাগান বোৰত Step Up প্লাকিং অৰ্থাৎ এটা ডাঙৰ পাতৰ ওপৰত পাত তুলিব পাৰিলে গছ বোৰ পাত দিয়াৰ ক্ষমতা বাঢ়ি যাব। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 19-10-2023 08:00:00 SCHEDULED
7760 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৯ৰ পৰা ২৫ অক্টোবৰলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৩-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ অক্টোবৰলৈ মুঠ ১৪৭.২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত বিশেষকৈ বহল পাতৰ অপতৃণ যেনে মিকানিয়া, টেংগালাটা আদি দেখা যায়। এনে ক্ষেত্ৰত লতাবোৰৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব। অন্যান্য অপতৃণবোৰ ১৫-২০ চে.মি. উচ্চতাত কাঁচিৰে কাটিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • সকলো বাগান বোৰত ফ্লাছৰ বৃদ্ধিৰ বাবে ১৫ দিনৰ ব্যৱধানত ১% Urea , MOP আৰু Zinc Sulphate, ১০০ লিটাৰ পানীত মিহলাই নিৰপেক্ষ বতৰৰ পৰিস্থিতিত ৰাতিপুৱা আৰু আবেলিৰ সময়ত স্প্ৰে কৰি থাকিব। • পূজা আৰু পূজাৰ পিছৰ বন্ধৰ বাবে প্লাকিং ৰাউণ্ড বৃদ্ধি পাব পাৰে। গতিকে পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। এই সময়ত প্লাকিং ৰাউণ্ড নিয়ন্ত্ৰণত ৰাখিবলৈ আন কামতকৈ শ্ৰমিকসকলক পাততোলা কাৰ্য্য খিনিত নিয়োজিত কৰাটো গুৰুত্বপূৰ্ণ। • অহা বছৰত হব লগা UP বাগান বোৰৰ পাত তোলা টেবুলটো যাতে ওখ হৈ নাযায় তাৰ প্ৰতি যথেষ্ট চকু দিব লাগে। পাৰিলে এই বাগান বোৰত Step Up প্লাকিং অৰ্থাৎ এটা ডাঙৰ পাতৰ ওপৰত পাত তুলিব পাৰিলে গছ বোৰ পাত দিয়াৰ ক্ষমতা বাঢ়ি যাব। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 19-10-2023 08:00:00 SCHEDULED