Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
8011 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী সেপ্টেম্বর মাসের ২৭ তারিখ থেকে অক্টোবর মাসের ৩ তারিখ পর্যন্ত মুলত আকাশ আংশিক মেঘলা থাকবে তবে ৩০শে সেপ্টেম্বর থেকে ৩রা অক্টোবর পর্যন্ত হালকা থেকে মাঝারি বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৯ কিমি প্রতি ঘণ্টায় পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮% থেকে ৭০% ,। মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৬.০ ডিগ্রি সেণ্টিগ্রেড থেকে ২৬.৯ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২৭.২ শতাংশ থাকবে বলে অনুমান করা হচ্ছে বাগানে অল্প দিনের ব্যবধানে পাতা তুলে দিন তাহলে পোকা মাকড়ের উপদ্রব অনেকটা কমে যাবে । পাতা তোলার পর পোকা মাকড় নিয়ন্ত্রনে থাকলে এক রাউন্ড নীম স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 28-09-2023 12:00:00 SCHEDULED
8012 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী সেপ্টেম্বর মাসের ২৭ তারিখ থেকে অক্টোবর মাসের ৩ তারিখ পর্যন্ত মুলত আকাশ আংশিক মেঘলা থাকবে তবে ৩০শে সেপ্টেম্বর থেকে ৩রা অক্টোবর পর্যন্ত হালকা থেকে মাঝারি বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৮ কিমি প্রতি ঘণ্টায় পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮% থেকে ৭০% ,। মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৬.৯ ডিগ্রি সেণ্টিগ্রেড থেকে ২৮.১ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২৪.২ শতাংশ থাকবে বলে অনুমান করা হচ্ছে বাগানে অল্প দিনের ব্যবধানে পাতা তুলে দিন তাহলে পোকা মাকড়ের উপদ্রব অনেকটা কমে যাবে । পাতা তোলার পর পোকা মাকড় নিয়ন্ত্রনে থাকলে এক রাউন্ড নীম স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 28-09-2023 12:00:00 SCHEDULED
8013 সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী সেপ্টেম্বর মাসের ২৭ তারিখ থেকে অক্টোবর মাসের ৩ তারিখ পর্যন্ত মুলত আকাশ আংশিক মেঘলা থাকবে তবে ৩০শে সেপ্টেম্বর থেকে ৩রা অক্টোবর পর্যন্ত হালকা থেকে মাঝারি বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৯ কিমি প্রতি ঘণ্টায় দক্ষিণ পূর্ব ও উত্তর পশ্চিম দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮% থেকে ৭০% ,। মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৬.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ২৭.৯ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২৪.৬ শতাংশ থাকবে বলে অনুমান করা হচ্ছে বাগানে অল্প দিনের ব্যবধানে পাতা তুলে দিন তাহলে পোকা মাকড়ের উপদ্রব অনেকটা কমে যাবে । পাতা তোলার পর পোকা মাকড় নিয়ন্ত্রনে থাকলে এক রাউন্ড নীম স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 28-09-2023 12:00:00 SCHEDULED
8014 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী সেপ্টেম্বর মাসের ২৭ তারিখ থেকে অক্টোবর মাসের ৩ তারিখ পর্যন্ত মুলত আকাশ আংশিক মেঘলা থাকবে তবে ৩০শে সেপ্টেম্বর থেকে ৩রা অক্টোবর পর্যন্ত হালকা থেকে মাঝারি বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ১ থেকে ৫ কিমি প্রতি ঘণ্টায় উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮% থেকে ৬৫% ,। বাগানে অল্প দিনের ব্যবধানে পাতা তুলে দিন তাহলে পোকা মাকড়ের উপদ্রব অনেকটা কমে যাবে । পাতা তোলার পর পোকা মাকড় নিয়ন্ত্রনে থাকলে এক রাউন্ড নীম স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 28-09-2023 12:00:00 SCHEDULED
8015 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী সেপ্টেম্বর মাসের ২৭ তারিখ থেকে অক্টোবর মাসের ৩ তারিখ পর্যন্ত মুলত আকাশ আংশিক মেঘলা থাকবে তবে ৩০শে সেপ্টেম্বর থেকে ৩রা অক্টোবর পর্যন্ত হালকা থেকে মাঝারি বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৭ কিমি প্রতি ঘণ্টায় উত্তর পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৭% থেকে ৬৫% ,। বাগানে অল্প দিনের ব্যবধানে পাতা তুলে দিন তাহলে পোকা মাকড়ের উপদ্রব অনেকটা কমে যাবে । পাতা তোলার পর পোকা মাকড় নিয়ন্ত্রনে থাকলে এক রাউন্ড নীম স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 28-09-2023 12:00:00 SCHEDULED
8016 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১ৰ পৰা ৪ অক্টোবৰলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত হোৱাৰ সম্ভাৱনা আছে। সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। • বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। • যিহেতু অহা সপ্তাহত প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 28-09-2023 08:00:00 SCHEDULED
8017 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১ৰ পৰা ৪ অক্টোবৰলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত হোৱাৰ সম্ভাৱনা আছে। সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। • বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। • যিহেতু অহা সপ্তাহত প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 28-09-2023 08:00:00 SCHEDULED
8018 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩০ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত হোৱাৰ সম্ভাৱনা আছে। সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। • বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। • যিহেতু অহা সপ্তাহত প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 28-09-2023 08:00:00 SCHEDULED
8019 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩০ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত হোৱাৰ সম্ভাৱনা আছে। সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। • বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। • যিহেতু অহা সপ্তাহত প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 28-09-2023 08:00:00 SCHEDULED
8020 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব । ১ৰ পৰা ৩ অক্টোবৰলৈ অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণ আৰু ৪ অক্টোবৰত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত হোৱাৰ সম্ভাৱনা আছে। সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। • বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। • যিহেতু অহা সপ্তাহত প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 28-09-2023 08:00:00 SCHEDULED