Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
8021 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব । ১ৰ পৰা ৩ অক্টোবৰলৈ অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণ আৰু ৪ অক্টোবৰত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত হোৱাৰ সম্ভাৱনা আছে। সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। • বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। • যিহেতু অহা সপ্তাহত প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 28-09-2023 08:00:00 SCHEDULED
8022 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩০ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কি: মি: বেগেৰে ঘাইকৈ পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত হোৱাৰ সম্ভাৱনা আছে। সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। • বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। • যিহেতু অহা সপ্তাহত প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 28-09-2023 08:00:00 SCHEDULED
8023 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ, ২০২৩ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩০ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ফ্লাছৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ অনুকূল বতৰৰ প্ৰভাৱ চাই অনুমান কৰিব পাৰি যে ছেপ্টেম্বৰ মাহত চাহ গছৰ উৎপাদন পূৰ্বৰ মাহতকৈ যথেষ্ট উন্নত হোৱাৰ সম্ভাৱনা আছে। সেই বাবে আমাৰ খেতিয়ক সকল পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউন্দত অতি কমেও ৪০-৫০% ফাইন (Fine) পাত তুলিব পৰাকৈ চেষ্টা কৰিব। এই সময়ত Autumn Quality ধৰি ৰাখিব পাৰিলে আৰ্থিক দিশত বহুত লাভৱান হব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু তাৰপিছত নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি পাত তুলিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • শীতকালৰ বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। কৃষক সকলে অনুকুল বতৰ চাই বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। • বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি সংগ্ৰহ কৰিব পাৰে। • যিহেতু অহা সপ্তাহত প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা নাই, গতিকে কৃষকসকলে মাটি প্ৰস্তুত কৰা, সাৰ প্ৰয়োগ, স্প্ৰে কৰা, বীজ সিঁচা আদিৰ দৰে খেতিৰ কাম অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 28-09-2023 08:00:00 SCHEDULED
8024 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Nagoniya जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 26 September - 02 October के दौरान दिन में 34 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 4.8mm बारिश दर्ज हुई है। जून माह से अबतक कुल 717mm बारिश दर्ज हुई है। आगामी रविवार के बाद बारिश का अनुमान नहीं है। अतह, जहाँ सोयाबीन फसल में 90-95 प्रतिशत फलियों का हरे से सुनहरा, पीला, भूरा या काला हो गया हो, तो मौका मिलते हीं फसल काट लें जिससे बारिश के कारण सोयाबीन की गुणवत्ता प्रभावित ना हो । सोयाबीन की कटी हुई फसल को धूप से सुखाने के पश्चात सुविधा अनुसार गहाई करें । यदि तुरंत गहाई करना संभव नहीं है तो कटी हुई फसल को सुरक्षित स्थान पर इकट्ठा कर ढेर लगाएं तथा तारपोलीन से ढक कर रखें । जिससे चटकने से होने वाले नुकसान से बचा जा सके । सुखी हुई फसल को थ्रेशर से निकाल लें। ध्यान रहे कि थ्रेशर का उपयोग करने के पहले उपयुक्त जाली लगाएँ व फुल्ली बदलकर थ्रेशर के ड्रम की घूमने की गति 350 से 450 आरपीएम कर लें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8-2-5-1-0-7-1-8-1-8) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें। इस सन्देश को दोबारा सुनने के लिये शून्य दबाए Hindi Rajasthan User 27-09-2023 16:30:00 SCHEDULED
8025 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Anwalikalan जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 26 September - 02 October के दौरान दिन में 33 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 0.2mm बारिश दर्ज हुई है। जून माह से अबतक कुल 928mm बारिश दर्ज हुई है। आगामी रविवार के बाद बारिश का अनुमान नहीं है। अतह, जहाँ सोयाबीन फसल में 90-95 प्रतिशत फलियों का हरे से सुनहरा, पीला, भूरा या काला हो गया हो, तो मौका मिलते हीं फसल काट लें जिससे बारिश के कारण सोयाबीन की गुणवत्ता प्रभावित ना हो । सोयाबीन की कटी हुई फसल को धूप से सुखाने के पश्चात सुविधा अनुसार गहाई करें । यदि तुरंत गहाई करना संभव नहीं है तो कटी हुई फसल को सुरक्षित स्थान पर इकट्ठा कर ढेर लगाएं तथा तारपोलीन से ढक कर रखें । जिससे चटकने से होने वाले नुकसान से बचा जा सके । सुखी हुई फसल को थ्रेशर से निकाल लें। ध्यान रहे कि थ्रेशर का उपयोग करने के पहले उपयुक्त जाली लगाएँ व फुल्ली बदलकर थ्रेशर के ड्रम की घूमने की गति 350 से 450 आरपीएम कर लें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8-2-5-1-0-7-1-8-1-8) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें। इस सन्देश को दोबारा सुनने के लिये शून्य दबाए Hindi Rajasthan User 27-09-2023 16:29:00 SCHEDULED
8026 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Bagher जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 26 September - 02 October के दौरान दिन में 34 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 6.4mm बारिश दर्ज हुई है। जून माह से अबतक कुल 912mm बारिश दर्ज हुई है। आगामी रविवार के बाद बारिश का अनुमान नहीं है। अतह, जहाँ सोयाबीन फसल में 90-95 प्रतिशत फलियों का हरे से सुनहरा, पीला, भूरा या काला हो गया हो, तो मौका मिलते हीं फसल काट लें जिससे बारिश के कारण सोयाबीन की गुणवत्ता प्रभावित ना हो । सोयाबीन की कटी हुई फसल को धूप से सुखाने के पश्चात सुविधा अनुसार गहाई करें । यदि तुरंत गहाई करना संभव नहीं है तो कटी हुई फसल को सुरक्षित स्थान पर इकट्ठा कर ढेर लगाएं तथा तारपोलीन से ढक कर रखें । जिससे चटकने से होने वाले नुकसान से बचा जा सके । सुखी हुई फसल को थ्रेशर से निकाल लें। ध्यान रहे कि थ्रेशर का उपयोग करने के पहले उपयुक्त जाली लगाएँ व फुल्ली बदलकर थ्रेशर के ड्रम की घूमने की गति 350 से 450 आरपीएम कर लें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8-2-5-1-0-7-1-8-1-8) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें। इस सन्देश को दोबारा सुनने के लिये शून्य दबाए Hindi Rajasthan User 27-09-2023 16:25:00 SCHEDULED
8027 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Khumariya जिला Bundi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 26 September - 02 October के दौरान दिन में 35 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 0.2mm बारिश दर्ज हुई है। जून माह से अबतक कुल 454mm बारिश दर्ज हुई है। आगामी रविवार के बाद बारिश का अनुमान नहीं है। अतह, जहाँ सोयाबीन फसल में 90-95 प्रतिशत फलियों का हरे से सुनहरा, पीला, भूरा या काला हो गया हो, तो मौका मिलते हीं फसल काट लें जिससे बारिश के कारण सोयाबीन की गुणवत्ता प्रभावित ना हो । सोयाबीन की कटी हुई फसल को धूप से सुखाने के पश्चात सुविधा अनुसार गहाई करें । यदि तुरंत गहाई करना संभव नहीं है तो कटी हुई फसल को सुरक्षित स्थान पर इकट्ठा कर ढेर लगाएं तथा तारपोलीन से ढक कर रखें । जिससे चटकने से होने वाले नुकसान से बचा जा सके । सुखी हुई फसल को थ्रेशर से निकाल लें। ध्यान रहे कि थ्रेशर का उपयोग करने के पहले उपयुक्त जाली लगाएँ व फुल्ली बदलकर थ्रेशर के ड्रम की घूमने की गति 350 से 450 आरपीएम कर लें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8-2-5-1-0-7-1-8-1-8) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें। इस सन्देश को दोबारा सुनने के लिये शून्य दबाए Hindi Rajasthan User 27-09-2023 16:23:00 SCHEDULED
8028 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Badanayagoan जिला Bundi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 26 September - 02 October के दौरान दिन में 35 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 7.8mm बारिश दर्ज हुई है। जून माह से अबतक कुल 776mm बारिश दर्ज हुई है। आगामी रविवार के बाद बारिश का अनुमान नहीं है। अतह, जहाँ सोयाबीन फसल में 90-95 प्रतिशत फलियों का हरे से सुनहरा, पीला, भूरा या काला हो गया हो, तो मौका मिलते हीं फसल काट लें जिससे बारिश के कारण सोयाबीन की गुणवत्ता प्रभावित ना हो । सोयाबीन की कटी हुई फसल को धूप से सुखाने के पश्चात सुविधा अनुसार गहाई करें । यदि तुरंत गहाई करना संभव नहीं है तो कटी हुई फसल को सुरक्षित स्थान पर इकट्ठा कर ढेर लगाएं तथा तारपोलीन से ढक कर रखें । जिससे चटकने से होने वाले नुकसान से बचा जा सके । सुखी हुई फसल को थ्रेशर से निकाल लें। ध्यान रहे कि थ्रेशर का उपयोग करने के पहले उपयुक्त जाली लगाएँ व फुल्ली बदलकर थ्रेशर के ड्रम की घूमने की गति 350 से 450 आरपीएम कर लें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8-2-5-1-0-7-1-8-1-8) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें। इस सन्देश को दोबारा सुनने के लिये शून्य दबाए Hindi Rajasthan User 27-09-2023 16:22:00 SCHEDULED
8029 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Ramgarh जिला Baran ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 26 September - 02 October के दौरान दिन में 35 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। आगामी रविवार के बाद बारिश का अनुमान नहीं है। अतह, जहाँ सोयाबीन फसल में 90-95 प्रतिशत फलियों का हरे से सुनहरा, पीला, भूरा या काला हो गया हो, तो मौका मिलते हीं फसल काट लें जिससे बारिश के कारण सोयाबीन की गुणवत्ता प्रभावित ना हो । सोयाबीन की कटी हुई फसल को धूप से सुखाने के पश्चात सुविधा अनुसार गहाई करें । यदि तुरंत गहाई करना संभव नहीं है तो कटी हुई फसल को सुरक्षित स्थान पर इकट्ठा कर ढेर लगाएं तथा तारपोलीन से ढक कर रखें । जिससे चटकने से होने वाले नुकसान से बचा जा सके । सुखी हुई फसल को थ्रेशर से निकाल लें। ध्यान रहे कि थ्रेशर का उपयोग करने के पहले उपयुक्त जाली लगाएँ व फुल्ली बदलकर थ्रेशर के ड्रम की घूमने की गति 350 से 450 आरपीएम कर लें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8-2-5-1-0-7-1-8-1-8) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें। इस सन्देश को दोबारा सुनने के लिये शून्य दबाए Hindi Rajasthan User 27-09-2023 16:20:00 SCHEDULED
8030 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Lolkya जिला Baran ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 26 September - 02 October के दौरान दिन में 35 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 0.8mm बारिश दर्ज हुई है। जून माह से अबतक कुल 742mm बारिश दर्ज हुई है। आगामी रविवार के बाद बारिश का अनुमान नहीं है। अतह, जहाँ सोयाबीन फसल में 90-95 प्रतिशत फलियों का हरे से सुनहरा, पीला, भूरा या काला हो गया हो, तो मौका मिलते हीं फसल काट लें जिससे बारिश के कारण सोयाबीन की गुणवत्ता प्रभावित ना हो । सोयाबीन की कटी हुई फसल को धूप से सुखाने के पश्चात सुविधा अनुसार गहाई करें । यदि तुरंत गहाई करना संभव नहीं है तो कटी हुई फसल को सुरक्षित स्थान पर इकट्ठा कर ढेर लगाएं तथा तारपोलीन से ढक कर रखें । जिससे चटकने से होने वाले नुकसान से बचा जा सके । सुखी हुई फसल को थ्रेशर से निकाल लें। ध्यान रहे कि थ्रेशर का उपयोग करने के पहले उपयुक्त जाली लगाएँ व फुल्ली बदलकर थ्रेशर के ड्रम की घूमने की गति 350 से 450 आरपीएम कर लें। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें। अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8-2-5-1-0-7-1-8-1-8) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें। इस सन्देश को दोबारा सुनने के लिये शून्य दबाए Hindi Rajasthan User 27-09-2023 16:19:00 SCHEDULED