Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
8111 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফছেট (Glyphosate) স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • ইতিমধ্যে গজি উঠা ফুলকবিৰ পুলিবোৰ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ চালিৰে ঢাকি দিব লাগে। • মূলাৰ পুলিবোৰ গজাৰ ১০-১৫ দিনৰ পিছত বেছি ঘনকোই গোজা পুলিবোৰ উভালী পেলাই দিব আৰু প্ৰতিটো শাৰীত পুলিৰ মাজত দূৰত্ব ১০ চে.মি. ৰাখিব। • কৃষক সকলে শীতকালৰ বেঙেনাৰ বীজ সিঁচা কার্য্য বর্তমান সময়ত স্থগিত কৰা উচিত যিহেতু অহা কেইদিনত বৰষুণ অহা সম্ভাৱনা আছে, অনুকুল বতৰ চাই বীজ সিঁচা কার্য্য অব্যাহত কৰিব পাৰে। ইয়াৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ মাহলৈ। বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-09-2023 08:30:00 SCHEDULED
8112 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২১ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফছেট (Glyphosate) স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • ইতিমধ্যে গজি উঠা ফুলকবিৰ পুলিবোৰ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ চালিৰে ঢাকি দিব লাগে। • মূলাৰ পুলিবোৰ গজাৰ ১০-১৫ দিনৰ পিছত বেছি ঘনকোই গোজা পুলিবোৰ উভালী পেলাই দিব আৰু প্ৰতিটো শাৰীত পুলিৰ মাজত দূৰত্ব ১০ চে.মি. ৰাখিব। • কৃষক সকলে শীতকালৰ বেঙেনাৰ বীজ সিঁচা কার্য্য বর্তমান সময়ত স্থগিত কৰা উচিত যিহেতু অহা কেইদিনত বৰষুণ অহা সম্ভাৱনা আছে, অনুকুল বতৰ চাই বীজ সিঁচা কার্য্য অব্যাহত কৰিব পাৰে। ইয়াৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ মাহলৈ। বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-09-2023 08:30:00 SCHEDULED
8113 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২১ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৩ কি: মি: বেগেৰে ঘাইকৈ পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফছেট (Glyphosate) স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • ইতিমধ্যে গজি উঠা ফুলকবিৰ পুলিবোৰ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ চালিৰে ঢাকি দিব লাগে। • মূলাৰ পুলিবোৰ গজাৰ ১০-১৫ দিনৰ পিছত বেছি ঘনকোই গোজা পুলিবোৰ উভালী পেলাই দিব আৰু প্ৰতিটো শাৰীত পুলিৰ মাজত দূৰত্ব ১০ চে.মি. ৰাখিব। • কৃষক সকলে শীতকালৰ বেঙেনাৰ বীজ সিঁচা কার্য্য বর্তমান সময়ত স্থগিত কৰা উচিত যিহেতু অহা কেইদিনত বৰষুণ অহা সম্ভাৱনা আছে, অনুকুল বতৰ চাই বীজ সিঁচা কার্য্য অব্যাহত কৰিব পাৰে। ইয়াৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ মাহলৈ। বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-09-2023 08:30:00 SCHEDULED
8114 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২১ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২১ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP ,DS বাগান বোৰত পাত তোলোতে টেবুল ওখ হবলৈ দিব নালাগে , পাৰিলে যি কেইটা বাগান অহা বছৰত UP ৰখাৰ পৰিকল্পনা আছে সেইবোৰত এতিয়াৰ পৰাই এখিলা পাতৰ ওপৰত STEP UP প্লাকিং কৰিলে অহা বছৰত পাতৰ উৎপাদন বেছি হব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফছেট (Glyphosate) স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • ইতিমধ্যে গজি উঠা ফুলকবিৰ পুলিবোৰ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ চালিৰে ঢাকি দিব লাগে। • মূলাৰ পুলিবোৰ গজাৰ ১০-১৫ দিনৰ পিছত বেছি ঘনকোই গোজা পুলিবোৰ উভালী পেলাই দিব আৰু প্ৰতিটো শাৰীত পুলিৰ মাজত দূৰত্ব ১০ চে.মি. ৰাখিব। • কৃষক সকলে শীতকালৰ বেঙেনাৰ বীজ সিঁচা কার্য্য বর্তমান সময়ত স্থগিত কৰা উচিত যিহেতু অহা কেইদিনত বৰষুণ অহা সম্ভাৱনা আছে, অনুকুল বতৰ চাই বীজ সিঁচা কার্য্য অব্যাহত কৰিব পাৰে। ইয়াৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ মাহলৈ। বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 21-09-2023 08:30:00 SCHEDULED
8115 ସୋଲିଡାରିଦାଡ, ଭୋଡlଫୋନ ଆଇଡିଆ ଫାଉଣ୍ଡେସନ ଓ ଇଣ୍ଡସ ଟାୱାର ତରଫରୁ ପରିଚାଳିତ ହେଉଥିବା ଆଧୁନିକ କୃଷି କାଯ୍ୟକ୍ରମରେ ଗଜପତି ଜିଲ୍ଲା ର ମୋହନା ବ୍ଲକ ର କୃଷକ ମାନଙ୍କୁ ସ୍ଵାଗତ କରାଯାଉଅଛି।ମକା ଚାଷ କରୁଥିବା କୃଷକ ମାନଙ୍କୁ ସାପ୍ତାହିକ କୃଷି ସୂଚନା ମକା: ମକା ଜମିରୁ ଅଧିକା ଜଳ କୁ ନିଷ୍କାସନ ବ୍ୟବସ୍ଥା କରନ୍ତୁ । ମକା ଫସଲରେ ଫଇଆର୍ମୀ ୱାର୍ମ ଲାଗିବାର ସମ୍ଭାବନା ଥିବାରୁ ଏକର ପ୍ରତି ୮୦ଗ୍ରା. ଏମୋମେକ୍ସିନ ବେଞ୍ଜାଏଟ ୫% ଏସ୍.ଜି କିମ୍ବା ୮୦ମି.ଲି. କ୍ଲୋରାନ-ଟ୍ରାନିଲୋପ୍ଟଲୋ ୧୮.୫% ଏସ.ସି. ୨୦୦ଲି. ପାଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ । ବର୍ତମାନର ମେଘୁଆ ପାଗ ଯୋଗୁଁ ମକାରେ ପତ୍ରପୋଡା ରୋଗ ଲାଗିବାର ସମ୍ଭାବନା ଅଛି । ଏହାର ନିରାକରଣ ପାଇଁ ଆଜୋଷ୍ଟବିନ୍ ଓ ମାଙ୍କୋଜେବ ୧.୫ଗ୍ରାମ କୁ ପ୍ରତି ଲି. ପାଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ । ଅଙ୍ଗୀୟ ଅବସ୍ଥାରେ ମେଘୁଆ ପାଗ (୯୦% ରୁ ଅଧିକ) ଓ ଲଗାତାର ବର୍ଷା ଓ ତାପମାତ୍ରାରେ କମି (୨୧-୩୩ ଡିଗ୍ରୀ ସି.) ଯୋଗୁଁ ନିମ୍ନମୁଖୀ ପତ୍ରପୋଡା ରୋଗ ଲାଗିବାର ସମ୍ଭାବନା ଅଛି । ଏହାର ନିରାକରଣ ପାଇଁ ଆଜୋଷ୍ଟବିନ୍ + ମାଙ୍କୋଜେବ ୧.୫ଗ୍ରାମ କୁ ପ୍ରତି ଲି. ପାଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ । ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ୍ କଲ କରନ୍ତୁ ଧନ୍ୟବାଦ୍। Odia Orissa 20-09-2023 17:20:00 SCHEDULED
8116 ନମସ୍କାର କଟକ ଜିଲ୍ଲା ର ମାହାଙ୍ଗା , କେନ୍ଦ୍ରାପଡ଼ା ଜିଲ୍ଲାର ଡେରାବିଶ ଏବଂ ଗଜପତି ଜିଲ୍ଲା ଘୁମlର ସମସ୍ତ ଧାନ ଚାଷୀ ମାନଙ୍କୁ ସଲିଡାରିଡlଡ ତରଫରୁ ଭୋଡlଫୋନ ଆଇଡିଆ ଓ ଇଣ୍ଡସ ଟାୱାର ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି କାର୍ଯ୍ୟକ୍ରମ କୁ ସ୍ଵାଗତ କରାଯାଉଛି ଧାନ ବର୍ତମାନ କେଣ୍ଡା ଆସିବା ଅବସ୍ଥାରେ ଅଛି । ଜମିରେ ପିଲ ଅବସ୍ଥାରେ ୫ ରୁ ୧୦ ସେ.ମି. ପାଣି ବାନ୍ଧି ରଖନ୍ତୁ । ପାଣିପାଗ ଭିତିକ ଧାନ ଫସଲରେ ଆଗକୁ ଥିବା ମେଘୁଆ ପାଗ ଓ ରାତିର କମ୍ ତାପମାତ୍ରା (୨୧-୨୩ ଡିଗ୍ରୀ.ସି.) ଚକଡା/ମାଟିଆଗୁଣ୍ଡି ପୋକ ପାଇଁ ଅନୁକୂଳ ପରିବେଶ ଯଦି ଏହା ଲାଗେ ତେବେ ଜମିର ସୁଗ୍ଧ ପରିବେଶ କୁ ପରିବର୍ତନ କରି ଓଦା ଓ ଶୁଷ୍କ ଅଦଳ ବଦଳ ଭାବେ ରଖନ୍ତୁ । ଏହାର ନିରାକରଣ ପାଇଁ ପାଇମେଟ୍ରଜିନ୍ ୫୦% WG ୪୦ଗ୍ରାମ କିମ୍ବା ବ୍ୟୁପ୍ରଫେଜିନ୍ ୩୩୦ମି.ଲି. କିମ୍ବା ଇମିଡାକ୍ଲୋପିଡ୍ ୧୭.୮% ଏସ.ଏଲ. ଓ ୫୦ମି.ଲି. କୁ ୨୦୦ ଲି. ପାଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ ।ବର୍ତମାନର ବର୍ଷା ଓ ମେଗୁଆ ପାଗ ଓ ବାୟୁମଣ୍ଡଳରେ ଅଧିକା ଆବୁତା ଯୋଗୁଁ ଧାନରେ କାଣ୍ଡବିନ୍ଧା ପୋକର ସମସ୍ୟା ଦେଖାଯାଏ, ତେବେ ଏହାର ନିରାକରଣ ପାଇଁ କ୍ଲୋରାନଟ୍ରାନିପୋଲ ୧୮.୫%SC କୁ ପ୍ରତି ୧୦ଲି. ପାଣିରେ ୩ମି.ଲି. କିମ୍ବା କାର୍ଟାପ୍ ହାଇଡ୍ରୋକ୍ଲୋରାଇଡ୍୧୦କେଜି କୁ ୨୦୦ ଲି. ପାଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ । ବର୍ତମାନ ପାଗରେ ଧାନରେ ମହିଷ ରୋଗ ଲାଗିଲେ ଏହାର ନିରାକରଣ ପାଇଁ ଟେବୁକୋନାଜୋଲ ୫୦% ଓ ଟ୍ରାଇଫ୍ଲୋଅକ୍ଳିଷ୍ଟବିନ ୨୫% ୦.୪ଗ୍ରାମ ପ୍ରତି ଲି. ପାଣିରେ କିମ୍ବା କାର୍ବେଣ୍ଡାଜିମ ୨ଗ୍ରାମ ପ୍ରତି ଲି. ପାଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ ।ଯଦି ବର୍ତମାନ ଜମିରେ ଅଧିକା ପାଣି ଜମିବା ଯୋଗୁଁ ଧାନଗଛରେ ପତ୍ରଛାବପୋଡା ରୋଗ ଲାଗେ ତେବେ ଅଧିକ ୟୁରିଆ ସାର ପ୍ରୟୋଗ କରନ୍ତୁ ନାହିଁ । ରୋଗର ନିରାକରଣ ପାଇଁ କାର୍ବେଣ୍ଡାଜିମ ୨ଗ୍ରା. ପ୍ରତି ଲି. କିମ୍ବା ପ୍ରପିକୋନାଜୋଲ ୧ମି.ଲି. ପ୍ରତି ଲି. ପାଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ । ଯଦି ଧାନ ଗଛରେ କାହାଳୀଆ ପୋକ ଦେଖାଯାଏ ତେବେ ଥାୟୋମିଥୋକ୍ସାନ୍‌ ୨୫% WG ୪୦ଗ୍ରାମ ପ୍ରତି ଏକର କିମ୍ବା ଫିପ୍ରୋନିଲ୍ ୫% SC ୪୦୦ମି.ଲି. ପ୍ରତି ଏକର କୁ ୨୦୦ଲି. ପଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ । ବର୍ତମାନ ଯଦି ଧାନରେ କଣ୍ଡାସ ରୋଗ ଦେଖାଯାଏ ତେବେ ଅଧିକା ଜଳକୁ ନିଷ୍କାସନ ବ୍ୟବସ୍ଥା କରନ୍ତୁ ଓ ପ୍ରତିକାର ପାଇଁ ଗଛରେ କାର୍ବେଣ୍ଡାଜିମ୍ ୫୦ WP ୧ଗ୍ରା. କିମ୍ବା ଇଡିଫେନଫସ୍ ୫୦ଇ.ସି. ୧ମି.ଲି. କୁ ପ୍ରତି ଲି. ପାଣିରେ ମିଶାଇ ସଞ୍ଚନ କରନ୍ତୁ । ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ କଲ୍ କରନ୍ତୁ। ଧନ୍ୟବାଦ୍ Odia Orissa 20-09-2023 17:15:00 SCHEDULED
8117 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী সেপ্টেম্বর মাসের ২০ তারিখ থেকে সেপ্টেম্বর মাসের ২৬ তারিখ পর্যন্ত মুলত আকাশ আংশিক মেঘলা থাকবে এবং মাঝে মাঝে হালকা থেকে ভারী বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৭ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৪ থেকে ১০ কিমি প্রতি ঘণ্টায় দক্ষিণ- পূর্ব এবং পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮% থেকে ৮০% ,। বাগানে মশার উপদ্রব দেখা দিলে কুইনালফোস ২৫০ মিলি + নীম ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ১০ থেকে ১২ দিনের মধ্য আরেক বার থায়ামেথোস্কাম অথবা বাইফেন্থ্রিন স্প্রে করে দিতে পারেন । রেডস্পাইডারের জন্য ফেনাজাকুইন ২৫০ মিলি অথবা ফেনপাইরোক্সিমেট + হেক্সিথাজক্স স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 21-09-2023 12:00:00 SCHEDULED
8118 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী সেপ্টেম্বর মাসের ২০ তারিখ থেকে সেপ্টেম্বর মাসের ২৬ তারিখ পর্যন্ত মুলত আকাশ আংশিক মেঘলা থাকবে এবং মাঝে মাঝে হালকা থেকে ভারী বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৭ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ২ থেকে ৮ কিমি প্রতি ঘণ্টায় দক্ষিণ- পূর্ব এবং পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮% থেকে ৮০% ,। বাগানে মশার উপদ্রব দেখা দিলে কুইনালফোস ২৫০ মিলি + নীম ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ১০ থেকে ১২ দিনের মধ্য আরেক বার থায়ামেথোস্কাম অথবা বাইফেন্থ্রিন স্প্রে করে দিতে পারেন । রেডস্পাইডারের জন্য ফেনাজাকুইন ২৫০ মিলি অথবা ফেনপাইরোক্সিমেট + হেক্সিথাজক্স স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 21-09-2023 12:00:00 SCHEDULED
8119 সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী সেপ্টেম্বর মাসের ২০ তারিখ থেকে সেপ্টেম্বর মাসের ২৬ তারিখ পর্যন্ত মুলত আকাশ আংশিক মেঘলা থাকবে এবং মাঝে মাঝে হালকা থেকে ভারী বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৭ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ৮ কিমি প্রতি ঘণ্টায় দক্ষিণ- পূর্ব এবং পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮% থেকে ৮০% ,। মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ৩০.০ ডিগ্রি সেণ্টিগ্রেড থেকে ২৯.৮ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৩.৮ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে মশার উপদ্রব দেখা দিলে কুইনালফোস ২৫০ মিলি + নীম ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ১০ থেকে ১২ দিনের মধ্য আরেক বার থায়ামেথোস্কাম অথবা বাইফেন্থ্রিন স্প্রে করে দিতে পারেন । রেডস্পাইডারের জন্য ফেনাজাকুইন ২৫০ মিলি অথবা ফেনপাইরোক্সিমেট + হেক্সিথাজক্স স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 21-09-2023 12:00:00 SCHEDULED
8120 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী সেপ্টেম্বর মাসের ২০ তারিখ থেকে সেপ্টেম্বর মাসের ২৬ তারিখ পর্যন্ত মুলত আকাশ আংশিক মেঘলা থাকবে এবং মাঝে মাঝে হালকা থেকে ভারী বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৭ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৩ থেকে ১০ কিমি প্রতি ঘণ্টায় পূর্ব দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮% থেকে ৮০% ,। মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৯.০ ডিগ্রি সেণ্টিগ্রেড থেকে ২৮.২ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৮.৮ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে মশার উপদ্রব দেখা দিলে কুইনালফোস ২৫০ মিলি + নীম ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ১০ থেকে ১২ দিনের মধ্য আরেক বার থায়ামেথোস্কাম অথবা বাইফেন্থ্রিন স্প্রে করে দিতে পারেন । রেডস্পাইডারের জন্য ফেনাজাকুইন ২৫০ মিলি অথবা ফেনপাইরোক্সিমেট + হেক্সিথাজক্স স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 21-09-2023 12:00:00 SCHEDULED