Message Schedule List : 11,652
| S. No. | Message | Language | Created By | Date | Time | Status | Action |
|---|---|---|---|---|---|---|---|
| 8191 | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৩ৰ পৰা ১৯ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৩ৰ পৰা ১৭ জুলাইলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । নিয়ন্ত্ৰণ কৰিবলৈ সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ৰাসায়নিক পদাৰ্থৰ অনুমোদিত পালি বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব। । • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • এই সময়ত Manuring নকৰিব । মানুৰিঙৰ দ্বিতীয় পালি টো ছেপ্তেম্বৰ মাহলৈ পিছুৱাব লাগিব। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 13-07-2023 | 08:00:00 | SCHEDULED |
|
| 8192 | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৩ৰ পৰা ১৯ জুলাই লৈ, ২০২৩, বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৩ৰ পৰা ১৭ জুলাইলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । নিয়ন্ত্ৰণ কৰিবলৈ সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ৰাসায়নিক পদাৰ্থৰ অনুমোদিত পালি বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব। । • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • এই সময়ত Manuring নকৰিব । মানুৰিঙৰ দ্বিতীয় পালি টো ছেপ্তেম্বৰ মাহলৈ পিছুৱাব লাগিব। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 13-07-2023 | 08:00:00 | SCHEDULED |
|
| 8193 | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৩ৰ পৰা ১৯ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব । ১৩ৰ পৰা ১৭ জুলাইলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । নিয়ন্ত্ৰণ কৰিবলৈ সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ৰাসায়নিক পদাৰ্থৰ অনুমোদিত পালি বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব। । • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • এই সময়ত Manuring নকৰিব । মানুৰিঙৰ দ্বিতীয় পালি টো ছেপ্তেম্বৰ মাহলৈ পিছুৱাব লাগিব। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 13-07-2023 | 08:00:00 | SCHEDULED |
|
| 8194 | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৩ৰ পৰা ১৯ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব । ১৩ৰ পৰা ১৭ জুলাইলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । নিয়ন্ত্ৰণ কৰিবলৈ সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ৰাসায়নিক পদাৰ্থৰ অনুমোদিত পালি বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব। । • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • এই সময়ত Manuring নকৰিব । মানুৰিঙৰ দ্বিতীয় পালি টো ছেপ্তেম্বৰ মাহলৈ পিছুৱাব লাগিব। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 13-07-2023 | 08:00:00 | SCHEDULED |
|
| 8195 | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৩ৰ পৰা ১৯ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । নিয়ন্ত্ৰণ কৰিবলৈ সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ৰাসায়নিক পদাৰ্থৰ অনুমোদিত পালি বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব। । • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • এই সময়ত Manuring নকৰিব । মানুৰিঙৰ দ্বিতীয় পালি টো ছেপ্তেম্বৰ মাহলৈ পিছুৱাব লাগিব। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 13-07-2023 | 08:00:00 | SCHEDULED |
|
| 8196 | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৩ৰ পৰা ১৯ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । নিয়ন্ত্ৰণ কৰিবলৈ সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ৰাসায়নিক পদাৰ্থৰ অনুমোদিত পালি বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব। । • বৰষুণৰ প্ৰভাবত জলমগ্ন অন্চল বোৰত নলা বোৰ সঠিক ভাবে কাম কৰিছে নে নাই চকু দিব লাগে । বাগিছাৰ ভিতৰত পানী জমা হৈ থাকিলে গছৰ বেমাৰ আৰু কীটপতঙ্গৰ আক্ৰমন হব পাৰে । পাতৰ উৎপাদনো কমি যাব । • বানাগ্ৰষ্ট অন্চল বোৰত পাত পৰাপক্ষত নুতুলিব । পানী শুকুৱাৰ পিছত মাটি ডৰাত জমা হোৱা পলস পৰা দেখিলে কোৰেৰে পলস বোৰ অতৰাই দিব লাগে। • এই সময়ত Manuring নকৰিব । মানুৰিঙৰ দ্বিতীয় পালি টো ছেপ্তেম্বৰ মাহলৈ পিছুৱাব লাগিব। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে । অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। • সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট (SSP), মিউৰেট অৱ পটাছ(MOP) সাৰ আৰু আধাভাগ ইউৰীয়া(Urea) সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ | Assamese | Assam | 13-07-2023 | 08:00:00 | SCHEDULED |
|
| 8197 | ସୋଲିଡାରିଦାଡ, ଭୋଡଫୋନ ଆଇଡିଆ ଫାଉଣ୍ଡେସନ, ଇଣ୍ଡସ ଟାୱାର ଓ ଲାଇଭଲିହୁଡ ଅଲ୍ଟର ନେଟିଭ ତରଫରୁ ପରିଚାଳିତ ହେଉଥିବା ଆଧୁନିକ କୃଷି କାଯ୍ୟକ୍ରମରେ ଗଜପତି ଜିଲ୍ଲା ର ଘୁମା ଓ ମୋହନା ବ୍ଲକ ର କୃଷକ ମାନଙ୍କୁ ସ୍ଵାଗତ କରାଯାଉଅଛି।ମକା ଚାଷ କରୁଥିବା କୃଷକ ମାନଙ୍କୁ ସାପ୍ତାହିକ କୃଷି ସୂଚନା। ମକା ର ଉନ୍ନତ କିସମ ର ଚାଷ ପାଇଁ ଏକର ପିଛା ୮ kg ମଞ୍ଜି ବ୍ୟବହାର କରିବା ଉଚିତ୍। ମକା ବୁଣିବା ସମୟରେ ଧାଡ଼ି କୁ ଧାଡ଼ି ଦୂରତା ୬୦ ରୁ ୭୫ ସେଣ୍ଟିମିଟର୍ ଏବଂ ଗଛ ରୁ ଗଛ ଦୂରତା ୧୮ ରୁ ୨୫ ସେଣ୍ଟିମିଟର୍ ରହିବା ଉଚିତ୍। ମକା ଚାଷ ରେ ପ୍ରଭାବୀ ଢଙ୍ଗ ରେ ଘାସ ନିୟନ୍ତ୍ରଣ ପାଇଁ ଏକର ପିଛା ୩୦୦ ଲିଟର ପାଣି ରେ ୫୦୦ ଏଟ୍ରାଜିନ୍ ମିଶାଇ ସିଞ୍ଚନ କରିବା ଉଚିତ୍। ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ୍ କଲ୍ କରନ୍ତୁ। ଧନ୍ୟବାଦ୍ | Odia | Orissa | 12-07-2023 | 16:57:00 | SCHEDULED |
|
| 8198 | वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Nagoniya जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 11 July - 17 July के दौरान दिन में 32 और रात में 26 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। पिछले सप्ताह 1.2mm बारिश दर्ज हुई है। जून माह में अबतक कुल 269.4mm बारिश दर्ज हुई है। आगामी सप्ताह मे मंगलवार से सोमवार को 75-95% बारिश होने की संभावना हे। मूंगफली की उन्नत खेती हेतु समन्वित कीट प्रबंधन अति महत्वपूर्ण है मूंगफली की खेत में अरंडी एवं सूरजमुखी के पौधे लगाने से यह पौधे ट्रेप फसल के रूप में काम करती है इससे पत्ती का रस चूसने व पत्ती खाने वाले कीड़ों का नियंत्रण होता है I इसी तरह बॉर्डर क्रॉप के रूप में बाजरा या मक्का लगाने से कीट का प्रकोप कम होता हे I मूंगफली की फसल में कम लागत मे प्रभावी कीट प्रबंधन के लिये कीट विशेष फेरोमोन्स ट्रैप्स 6 प्रति एकड़ लगाने से एवं खेत में में बर्ड पर्च ( T आकार की खूंटी ) लगाने से कीट-भक्षी पक्षियों द्वारा भी इल्लियो की संख्या कम करने में सहायता मिलती है I मानसून आने के 20 से 35 दिनों के बाद प्रकाश प्रपंच (लाइट ट्रैप ) लगाने से वयस्क कीट पतंगे फंस जाते है इससे कीटों की संख्या खेत मे नुकसान के सीमा तक नहीं बड़ पाती है I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I | Hindi | Rajasthan User | 12-07-2023 | 15:20:00 | SCHEDULED |
|
| 8199 | वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Anwalikalan जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 11 July - 17 July के दौरान दिन में 31 और रात में 25 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। पिछले सप्ताह 43.8mm बारिश दर्ज हुई है। जून माह में अबतक कुल 254.2mm बारिश दर्ज हुई है। आगामी सप्ताह मे मंगलवार से सोमवार को 70-80% बारिश होने की संभावना हे। मूंगफली की उन्नत खेती हेतु समन्वित कीट प्रबंधन अति महत्वपूर्ण है मूंगफली की खेत में अरंडी एवं सूरजमुखी के पौधे लगाने से यह पौधे ट्रेप फसल के रूप में काम करती है इससे पत्ती का रस चूसने व पत्ती खाने वाले कीड़ों का नियंत्रण होता है I इसी तरह बॉर्डर क्रॉप के रूप में बाजरा या मक्का लगाने से कीट का प्रकोप कम होता हे I मूंगफली की फसल में कम लागत मे प्रभावी कीट प्रबंधन के लिये कीट विशेष फेरोमोन्स ट्रैप्स 6 प्रति एकड़ लगाने से एवं खेत में में बर्ड पर्च ( T आकार की खूंटी ) लगाने से कीट-भक्षी पक्षियों द्वारा भी इल्लियो की संख्या कम करने में सहायता मिलती है I मानसून आने के 20 से 35 दिनों के बाद प्रकाश प्रपंच (लाइट ट्रैप ) लगाने से वयस्क कीट पतंगे फंस जाते है इससे कीटों की संख्या खेत मे नुकसान के सीमा तक नहीं बड़ पाती है I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I | Hindi | Rajasthan User | 12-07-2023 | 15:15:00 | SCHEDULED |
|
| 8200 | वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Bagher जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 11 July - 17 July के दौरान दिन में 30 और रात में 26 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। पिछले सप्ताह 67.6mm बारिश दर्ज हुई है। जून माह में अबतक कुल 231mm बारिश दर्ज हुई है। आगामी सप्ताह मे मंगलवार से सोमवार को 70-85% बारिश होने की संभावना हे। मूंगफली की उन्नत खेती हेतु समन्वित कीट प्रबंधन अति महत्वपूर्ण है मूंगफली की खेत में अरंडी एवं सूरजमुखी के पौधे लगाने से यह पौधे ट्रेप फसल के रूप में काम करती है इससे पत्ती का रस चूसने व पत्ती खाने वाले कीड़ों का नियंत्रण होता है I इसी तरह बॉर्डर क्रॉप के रूप में बाजरा या मक्का लगाने से कीट का प्रकोप कम होता हे I मूंगफली की फसल में कम लागत मे प्रभावी कीट प्रबंधन के लिये कीट विशेष फेरोमोन्स ट्रैप्स 6 प्रति एकड़ लगाने से एवं खेत में में बर्ड पर्च ( T आकार की खूंटी ) लगाने से कीट-भक्षी पक्षियों द्वारा भी इल्लियो की संख्या कम करने में सहायता मिलती है I मानसून आने के 20 से 35 दिनों के बाद प्रकाश प्रपंच (लाइट ट्रैप ) लगाने से वयस्क कीट पतंगे फंस जाते है इससे कीटों की संख्या खेत मे नुकसान के सीमा तक नहीं बड़ पाती है I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए I | Hindi | Rajasthan User | 12-07-2023 | 15:10:00 | SCHEDULED |
|