Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
8271 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৭ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৭ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৮ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-09-2023 08:00:00 SCHEDULED
8272 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৭ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৭ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৮ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-09-2023 08:00:00 SCHEDULED
8273 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৭ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৭ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-09-2023 08:00:00 SCHEDULED
8274 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৭ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৭ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 07-09-2023 08:00:00 SCHEDULED
8275 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Pali जिला Vidisha ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 5 September - 11 September के दौरान दिन में 29 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 48 mm बारिश दर्ज हुई है। जून माह में अबतक कुल 607mm बारिश दर्ज हुई है। आगामी सप्ताह मे Mangalwar से Somwar को 45-80% बारिश होने की संभावना हे। आगामी सप्ताह मे बुधवार 6 सितम्बर से बारिश होने की प्रबल संभावना हे लंबे समय तक सूखे के दौरान, सोयाबीन के पौधों को पानी की कमी हो सकती है, जिससे मुरझाने, पत्तियां गिरने और विकास में कमी हो सकती है। इससे पौधे द्वारा उत्पादित फलियों और बीजों की संख्या में कमी आ सकती है, जिसके परिणामस्वरूप पैदावार कम हो सकती है सोयाबीन के फसल में कि भूमि में दरारे पड़ने से पहले ही फसल में सिंचाई अवश्य करें.I फसल को सूखे की स्थति से बचाने के लिये में पोटेशियम नाइट्रेट (1%) या मेगनेशियम कार्बोनेट (1%) अथवा ग्लिसरॉल (5%) जैसे एन्टीट्रांस्पिरेंट का छिड़काव किया जा सकता है इसके अतिरिक्त, शुष्क परिस्थितियों से कीट और रोग संक्रमण का खतरा भी बढ़ जाता है कीट नियंत्रण के लिये लैम्ब्डा साइहलोथ्रिन 4.90 सी.एस. (300 मिली /हे.) या इंडोक्साकार्ब 15.8 ई सी . (333 मिली /हे) या क्लोरएन्ट्रानिलीप्रोल 18.5 एस.सी. (150 मिली./हे) या स्पायनेटोरम 11.7 एस.सी 450 मिली / हे का छिड़काब करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Hindi MP 06-09-2023 16:07:00 SCHEDULED
8276 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Sadakhedi जिला Ratlam ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 5 September - 11 September के दौरान दिन में 30 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। जून माह में अबतक कुल 880mm बारिश दर्ज हुई है। आगामी सप्ताह मे Budhvar से Somwar को 30-75% बारिश होने की संभावना हे। आगामी सप्ताह मे बुधवार 6 सितम्बर से बारिश होने की प्रबल संभावना हे लंबे समय तक सूखे के दौरान, सोयाबीन के पौधों को पानी की कमी हो सकती है, जिससे मुरझाने, पत्तियां गिरने और विकास में कमी हो सकती है। इससे पौधे द्वारा उत्पादित फलियों और बीजों की संख्या में कमी आ सकती है, जिसके परिणामस्वरूप पैदावार कम हो सकती है सोयाबीन के फसल में कि भूमि में दरारे पड़ने से पहले ही फसल में सिंचाई अवश्य करें.I फसल को सूखे की स्थति से बचाने के लिये में पोटेशियम नाइट्रेट (1%) या मेगनेशियम कार्बोनेट (1%) अथवा ग्लिसरॉल (5%) जैसे एन्टीट्रांस्पिरेंट का छिड़काव किया जा सकता है इसके अतिरिक्त, शुष्क परिस्थितियों से कीट और रोग संक्रमण का खतरा भी बढ़ जाता है कीट नियंत्रण के लिये लैम्ब्डा साइहलोथ्रिन 4.90 सी.एस. (300 मिली /हे.) या इंडोक्साकार्ब 15.8 ई सी . (333 मिली /हे) या क्लोरएन्ट्रानिलीप्रोल 18.5 एस.सी. (150 मिली./हे) या स्पायनेटोरम 11.7 एस.सी 450 मिली / हे का छिड़काब करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Hindi MP 06-09-2023 16:06:00 SCHEDULED
8277 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Bolai जिला Shajapur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 5 September - 11 September के दौरान दिन में 29 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 10.6 mm बारिश दर्ज हुई है। जून माह में अबतक कुल 1086.2mm बारिश दर्ज हुई है। आगामी सप्ताह मे Budhvar से Somwar को 55-80% बारिश होने की संभावना हे। आगामी सप्ताह मे बुधवार 6 सितम्बर से बारिश होने की प्रबल संभावना हे लंबे समय तक सूखे के दौरान, सोयाबीन के पौधों को पानी की कमी हो सकती है, जिससे मुरझाने, पत्तियां गिरने और विकास में कमी हो सकती है। इससे पौधे द्वारा उत्पादित फलियों और बीजों की संख्या में कमी आ सकती है, जिसके परिणामस्वरूप पैदावार कम हो सकती है सोयाबीन के फसल में कि भूमि में दरारे पड़ने से पहले ही फसल में सिंचाई अवश्य करें.I फसल को सूखे की स्थति से बचाने के लिये में पोटेशियम नाइट्रेट (1%) या मेगनेशियम कार्बोनेट (1%) अथवा ग्लिसरॉल (5%) जैसे एन्टीट्रांस्पिरेंट का छिड़काव किया जा सकता है इसके अतिरिक्त, शुष्क परिस्थितियों से कीट और रोग संक्रमण का खतरा भी बढ़ जाता है कीट नियंत्रण के लिये लैम्ब्डा साइहलोथ्रिन 4.90 सी.एस. (300 मिली /हे.) या इंडोक्साकार्ब 15.8 ई सी . (333 मिली /हे) या क्लोरएन्ट्रानिलीप्रोल 18.5 एस.सी. (150 मिली./हे) या स्पायनेटोरम 11.7 एस.सी 450 मिली / हे का छिड़काब करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Hindi MP 06-09-2023 16:05:00 SCHEDULED
8278 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Satgoan जिला Shajapur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 5 September - 11 September के दौरान दिन में 29 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 0.4 mm बारिश दर्ज हुई है। जून माह में अबतक कुल 743mm बारिश दर्ज हुई है। आगामी सप्ताह मे Budhvar से Somwar को 445-80% बारिश होने की संभावना हे। आगामी सप्ताह मे बुधवार 6 सितम्बर से बारिश होने की प्रबल संभावना हे लंबे समय तक सूखे के दौरान, सोयाबीन के पौधों को पानी की कमी हो सकती है, जिससे मुरझाने, पत्तियां गिरने और विकास में कमी हो सकती है। इससे पौधे द्वारा उत्पादित फलियों और बीजों की संख्या में कमी आ सकती है, जिसके परिणामस्वरूप पैदावार कम हो सकती है सोयाबीन के फसल में कि भूमि में दरारे पड़ने से पहले ही फसल में सिंचाई अवश्य करें.I फसल को सूखे की स्थति से बचाने के लिये में पोटेशियम नाइट्रेट (1%) या मेगनेशियम कार्बोनेट (1%) अथवा ग्लिसरॉल (5%) जैसे एन्टीट्रांस्पिरेंट का छिड़काव किया जा सकता है इसके अतिरिक्त, शुष्क परिस्थितियों से कीट और रोग संक्रमण का खतरा भी बढ़ जाता है कीट नियंत्रण के लिये लैम्ब्डा साइहलोथ्रिन 4.90 सी.एस. (300 मिली /हे.) या इंडोक्साकार्ब 15.8 ई सी . (333 मिली /हे) या क्लोरएन्ट्रानिलीप्रोल 18.5 एस.सी. (150 मिली./हे) या स्पायनेटोरम 11.7 एस.सी 450 मिली / हे का छिड़काब करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Hindi MP 06-09-2023 16:04:00 SCHEDULED
8279 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Tigariya जिला Shajapur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 5 September - 11 September के दौरान दिन में 29 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। जून माह में अबतक कुल 876mm बारिश दर्ज हुई है। आगामी सप्ताह मे Budhvar से Somwar को 55-75% बारिश होने की संभावना हे। आगामी सप्ताह मे बुधवार 6 सितम्बर से बारिश होने की प्रबल संभावना हे लंबे समय तक सूखे के दौरान, सोयाबीन के पौधों को पानी की कमी हो सकती है, जिससे मुरझाने, पत्तियां गिरने और विकास में कमी हो सकती है। इससे पौधे द्वारा उत्पादित फलियों और बीजों की संख्या में कमी आ सकती है, जिसके परिणामस्वरूप पैदावार कम हो सकती है सोयाबीन के फसल में कि भूमि में दरारे पड़ने से पहले ही फसल में सिंचाई अवश्य करें.I फसल को सूखे की स्थति से बचाने के लिये में पोटेशियम नाइट्रेट (1%) या मेगनेशियम कार्बोनेट (1%) अथवा ग्लिसरॉल (5%) जैसे एन्टीट्रांस्पिरेंट का छिड़काव किया जा सकता है इसके अतिरिक्त, शुष्क परिस्थितियों से कीट और रोग संक्रमण का खतरा भी बढ़ जाता है कीट नियंत्रण के लिये लैम्ब्डा साइहलोथ्रिन 4.90 सी.एस. (300 मिली /हे.) या इंडोक्साकार्ब 15.8 ई सी . (333 मिली /हे) या क्लोरएन्ट्रानिलीप्रोल 18.5 एस.सी. (150 मिली./हे) या स्पायनेटोरम 11.7 एस.सी 450 मिली / हे का छिड़काब करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Hindi MP 06-09-2023 16:03:00 SCHEDULED
8280 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Tilwadgovind जिला Shajapur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 5 September - 11 September के दौरान दिन में 29 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 0.8 mm बारिश दर्ज हुई है। जून माह में अबतक कुल 534mm बारिश दर्ज हुई है। आगामी सप्ताह मे Budhvar से Somwar को 55-70% बारिश होने की संभावना हे। आगामी सप्ताह मे बुधवार 6 सितम्बर से बारिश होने की प्रबल संभावना हे लंबे समय तक सूखे के दौरान, सोयाबीन के पौधों को पानी की कमी हो सकती है, जिससे मुरझाने, पत्तियां गिरने और विकास में कमी हो सकती है। इससे पौधे द्वारा उत्पादित फलियों और बीजों की संख्या में कमी आ सकती है, जिसके परिणामस्वरूप पैदावार कम हो सकती है सोयाबीन के फसल में कि भूमि में दरारे पड़ने से पहले ही फसल में सिंचाई अवश्य करें.I फसल को सूखे की स्थति से बचाने के लिये में पोटेशियम नाइट्रेट (1%) या मेगनेशियम कार्बोनेट (1%) अथवा ग्लिसरॉल (5%) जैसे एन्टीट्रांस्पिरेंट का छिड़काव किया जा सकता है इसके अतिरिक्त, शुष्क परिस्थितियों से कीट और रोग संक्रमण का खतरा भी बढ़ जाता है कीट नियंत्रण के लिये लैम्ब्डा साइहलोथ्रिन 4.90 सी.एस. (300 मिली /हे.) या इंडोक्साकार्ब 15.8 ई सी . (333 मिली /हे) या क्लोरएन्ट्रानिलीप्रोल 18.5 एस.सी. (150 मिली./हे) या स्पायनेटोरम 11.7 एस.सी 450 मिली / हे का छिड़काब करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Hindi MP 06-09-2023 16:02:00 SCHEDULED