Message Schedule List : 11,634
S. No. Message Language Created By Date Time Status Action
831 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூன் மாதம் 26ம் தேதி முதல் ஜூலை மாதம் 5ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 7.1mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 20.2 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூலை மாதம் 6ம் தேதி முதல் 15ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 15 முதல் 18 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12 முதல் 13 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 97 சதவீதமாகவும் மாலை நேரத்தில் 70 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது மேற்கு மற்றும் வடமேற்கு திசையில் மணிக்கு சுமார் 11 முதல் 26 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 06-07-2025 10:15:00 SCHEDULED
832 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூன் மாதம் 26ம் தேதி முதல் ஜூலை மாதம் 5ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 93.5mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 24.3 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 18.4 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூலை மாதம் 6ம் தேதி முதல் 15ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 21 முதல் 24 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19 முதல் 20 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 70 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 3 முதல் 16 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 06-07-2025 10:10:00 SCHEDULED
833 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ১৮৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বহুত খেতিয়কৰ পৰা খবৰ আহিছে যে চাহ গছ বোৰত গ্ৰীণ ফ্লাইজ, মহপোক, লুপাৰ আদি পোকবোৰৰ কাৰণে পাতৰ উ‍্যপাদন কমি গৈছে । খেতিয়ক সকললৈ অনুৰোধ যাতে পাত তোলাৰ সময়তে যিবোৰ গছত এই পোক বোৰ দেখা যায় সেই বোৰত লগে লগে কীটনাশক দৰৱ স্প্ৰে কৰিব লাগে , তেতিয়াহে প্ৰতিৰোধ কৰিবলৈ সক্ষম হব । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-07-2025 08:00:00 SCHEDULED
834 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ১৪৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বহুত খেতিয়কৰ পৰা খবৰ আহিছে যে চাহ গছ বোৰত গ্ৰীণ ফ্লাইজ, মহপোক, লুপাৰ আদি পোকবোৰৰ কাৰণে পাতৰ উ‍্যপাদন কমি গৈছে । খেতিয়ক সকললৈ অনুৰোধ যাতে পাত তোলাৰ সময়তে যিবোৰ গছত এই পোক বোৰ দেখা যায় সেই বোৰত লগে লগে কীটনাশক দৰৱ স্প্ৰে কৰিব লাগে , তেতিয়াহে প্ৰতিৰোধ কৰিবলৈ সক্ষম হব । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-07-2025 08:00:00 SCHEDULED
835 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ১৩৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বহুত খেতিয়কৰ পৰা খবৰ আহিছে যে চাহ গছ বোৰত গ্ৰীণ ফ্লাইজ, মহপোক, লুপাৰ আদি পোকবোৰৰ কাৰণে পাতৰ উ‍্যপাদন কমি গৈছে । খেতিয়ক সকললৈ অনুৰোধ যাতে পাত তোলাৰ সময়তে যিবোৰ গছত এই পোক বোৰ দেখা যায় সেই বোৰত লগে লগে কীটনাশক দৰৱ স্প্ৰে কৰিব লাগে , তেতিয়াহে প্ৰতিৰোধ কৰিবলৈ সক্ষম হব । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-07-2025 08:00:00 SCHEDULED
836 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বহুত খেতিয়কৰ পৰা খবৰ আহিছে যে চাহ গছ বোৰত গ্ৰীণ ফ্লাইজ, মহপোক, লুপাৰ আদি পোকবোৰৰ কাৰণে পাতৰ উ‍্যপাদন কমি গৈছে । খেতিয়ক সকললৈ অনুৰোধ যাতে পাত তোলাৰ সময়তে যিবোৰ গছত এই পোক বোৰ দেখা যায় সেই বোৰত লগে লগে কীটনাশক দৰৱ স্প্ৰে কৰিব লাগে , তেতিয়াহে প্ৰতিৰোধ কৰিবলৈ সক্ষম হব । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-07-2025 08:00:00 SCHEDULED
837 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ২১১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বহুত খেতিয়কৰ পৰা খবৰ আহিছে যে চাহ গছ বোৰত গ্ৰীণ ফ্লাইজ, মহপোক, লুপাৰ আদি পোকবোৰৰ কাৰণে পাতৰ উ‍্যপাদন কমি গৈছে । খেতিয়ক সকললৈ অনুৰোধ যাতে পাত তোলাৰ সময়তে যিবোৰ গছত এই পোক বোৰ দেখা যায় সেই বোৰত লগে লগে কীটনাশক দৰৱ স্প্ৰে কৰিব লাগে , তেতিয়াহে প্ৰতিৰোধ কৰিবলৈ সক্ষম হব । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-07-2025 08:00:00 SCHEDULED
838 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। বিগত জুন মাহত মুঠ ১৯৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বহুত খেতিয়কৰ পৰা খবৰ আহিছে যে চাহ গছ বোৰত গ্ৰীণ ফ্লাইজ, মহপোক, লুপাৰ আদি পোকবোৰৰ কাৰণে পাতৰ উ‍্যপাদন কমি গৈছে । খেতিয়ক সকললৈ অনুৰোধ যাতে পাত তোলাৰ সময়তে যিবোৰ গছত এই পোক বোৰ দেখা যায় সেই বোৰত লগে লগে কীটনাশক দৰৱ স্প্ৰে কৰিব লাগে , তেতিয়াহে প্ৰতিৰোধ কৰিবলৈ সক্ষম হব । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-07-2025 08:00:00 SCHEDULED
839 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-২২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুন মাহত মুঠ ১৩৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বহুত খেতিয়কৰ পৰা খবৰ আহিছে যে চাহ গছ বোৰত গ্ৰীণ ফ্লাইজ, মহপোক, লুপাৰ আদি পোকবোৰৰ কাৰণে পাতৰ উ‍্যপাদন কমি গৈছে । খেতিয়ক সকললৈ অনুৰোধ যাতে পাত তোলাৰ সময়তে যিবোৰ গছত এই পোক বোৰ দেখা যায় সেই বোৰত লগে লগে কীটনাশক দৰৱ স্প্ৰে কৰিব লাগে , তেতিয়াহে প্ৰতিৰোধ কৰিবলৈ সক্ষম হব । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-07-2025 08:00:00 SCHEDULED
840 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ জুলাইলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ১০০ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১৯ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুন মাহত মুঠ ৩২৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • বহুত খেতিয়কৰ পৰা খবৰ আহিছে যে চাহ গছ বোৰত গ্ৰীণ ফ্লাইজ, মহপোক, লুপাৰ আদি পোকবোৰৰ কাৰণে পাতৰ উ‍্যপাদন কমি গৈছে । খেতিয়ক সকললৈ অনুৰোধ যাতে পাত তোলাৰ সময়তে যিবোৰ গছত এই পোক বোৰ দেখা যায় সেই বোৰত লগে লগে কীটনাশক দৰৱ স্প্ৰে কৰিব লাগে , তেতিয়াহে প্ৰতিৰোধ কৰিবলৈ সক্ষম হব । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ দেখা পোৱা যায়, বৰষুণমুক্ত দিনবোৰত লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব। • বৰষুণৰ ফলত লতা জাতীয় পাচলি আৰু পুলিবোৰ মাটিৰ ওপৰৰ অংশবোৰ বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-07-2025 08:00:00 SCHEDULED