Message Schedule List : 11,837
S. No. Message Language Created By Date Time Status Action
8461 प्रिय किसान साथियों जुलाई माह की 8 से 14 तारीख के दौरान हरदोई जिले के बरखनी क्षेत्र के तापमान में कमी आयेगीI सप्ताह के दौरान दिन का अधिकतम तापमान 30 से 34 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 26 से 27 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI इस सप्ताह पूर्व तथा दक्षिण दिशाओं से 2 से 14 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI पूरे सप्ताह आसमान में बादल छाये रहेंगे और कुछ स्थानों पर गरज-चमक के साथ वर्षा हो सकती हैI इस दौरान वायुमंडल में आर्द्रता 68 से 94 प्रतिशत तक रहेगीI हवा में अधिक आर्द्रता होने के कारण खास कर गन्ने की खेती में लाल सडन रोग के लिए यह मौसम बहुत अनुकूल होता हैI लाल सडन रोग की पुष्टि होने पर ऐसे पौधों को जड़ से निकाल लें और उन्हें खेत से दूर ले जाकर तीन से चार फूट गहरे गड्ढे में दबा देंI उखाड़े गये स्थान पर ब्लीचिंग पाउडर को भरें और मिट्टी से दबा देंI ऐसे खेतों में 4 किग्रा ट्राईकोडर्मा को 4-5 कुंटल गोबर की सडी खाद में मिला कर खेतो में डालें और हल्की सिंचाई करेंI याद रहे कि लाल सडन रोग से प्रभावित गन्ने के खेतों का पानी दूसरे स्वस्थ गन्ने वाले खेतों में न जाने पाये I इस मौसम में पोक्का बोईंग रोग के भी लक्षण दिखाई देते हैं I इसमें नयी पत्ती के जड़ की ओर पीले रंग के धब्बे दिखाई देते हैं तथा पत्ती सिकुड़ने लगती हैI ऐसी स्थिति में प्रति एकड़ की दर से 250 ग्राम बावेस्तिन को 250 लीटर पानी में घोल कर खेतों में छिडकाव करें I तेज हवा चलने तथा मिटटी में अधिक समय तक नमी रहने के कारण गन्ना गिरने की सम्भावना अधिक हो जाती है ऐसे में किसान भाइयो को सलाह दी जाती है की वे शरदकाल में लगाये गए गन्नो पर भरपूर मिटटी चढाये व जिन गन्नो की ऊंचाई अगर 5-6 फीट की हो गयी हो उसकी पहली बंधाई जड़ से 3-4 फीट की ऊँचाई पर करेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 07-07-2023 08:17:00 SCHEDULED
8462 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব । ৬, ৯ আৰু ১১ জুলাইত মজলীয়াৰ পৰা প্ৰবল বৰষুণ আৰু ৭,৮,১০ আৰু ১২ জুলাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত পাতৰ ঘনত্ব বেছি হয় , গতিকে পাতৰ ৰাউন্দটো ৭ দিন মূৰে মূৰে হব লাগে আৰু Standard Plucking অৰ্থাৎ সৰু কুমলীয়া কলি , এটি কলি এটা পাত যিমান পৰা যায় গছত এৰি গলে ভাল হয় । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব লাগে । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.২% (২ মিঃ লিঃ প্রতি লিটাৰ পানীত) মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ১% গুড়ৰ সৈতে মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 06-07-2023 08:30:00 SCHEDULED
8463 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব । ৬, ৯ আৰু ১১ জুলাইত মজলীয়াৰ পৰা প্ৰবল বৰষুণ আৰু ৭,৮,১০ আৰু ১২ জুলাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত জুন মাহত মুঠ ৩৮৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাতৰ ঘনত্ব বেছি হয় , গতিকে পাতৰ ৰাউন্দটো ৭ দিন মূৰে মূৰে হব লাগে আৰু Standard Plucking অৰ্থাৎ সৰু কুমলীয়া কলি , এটি কলি এটা পাত যিমান পৰা যায় গছত এৰি গলে ভাল হয় । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব লাগে । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.২% (২ মিঃ লিঃ প্রতি লিটাৰ পানীত) মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ১% গুড়ৰ সৈতে মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 06-07-2023 08:30:00 SCHEDULED
8464 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত জুন মাহত মুঠ ৫১১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাতৰ ঘনত্ব বেছি হয় , গতিকে পাতৰ ৰাউন্দটো ৭ দিন মূৰে মূৰে হব লাগে আৰু Standard Plucking অৰ্থাৎ সৰু কুমলীয়া কলি , এটি কলি এটা পাত যিমান পৰা যায় গছত এৰি গলে ভাল হয় । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব লাগে । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.২% (২ মিঃ লিঃ প্রতি লিটাৰ পানীত) মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ১% গুড়ৰ সৈতে মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 06-07-2023 08:30:00 SCHEDULED
8465 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩, বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৬ % আৰু ৭৫ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত জুন মাহত মুঠ ৪২০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাতৰ ঘনত্ব বেছি হয় , গতিকে পাতৰ ৰাউন্দটো ৭ দিন মূৰে মূৰে হব লাগে আৰু Standard Plucking অৰ্থাৎ সৰু কুমলীয়া কলি , এটি কলি এটা পাত যিমান পৰা যায় গছত এৰি গলে ভাল হয় । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব লাগে । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.২% (২ মিঃ লিঃ প্রতি লিটাৰ পানীত) মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ১% গুড়ৰ সৈতে মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 06-07-2023 08:30:00 SCHEDULED
8466 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব । ৬ৰ পৰা ১১ জুলাই লৈ মজলীয়া বৰষুণ আৰু ১২ জুলাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত জুন মাহত মুঠ ৪৩৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাতৰ ঘনত্ব বেছি হয় , গতিকে পাতৰ ৰাউন্দটো ৭ দিন মূৰে মূৰে হব লাগে আৰু Standard Plucking অৰ্থাৎ সৰু কুমলীয়া কলি , এটি কলি এটা পাত যিমান পৰা যায় গছত এৰি গলে ভাল হয় । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব লাগে । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.২% (২ মিঃ লিঃ প্রতি লিটাৰ পানীত) মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ১% গুড়ৰ সৈতে মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-07-2023 08:30:00 SCHEDULED
8467 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব । ৬ৰ পৰা ১১ জুলাই লৈ মজলীয়া বৰষুণ আৰু ১২ জুলাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত জুন মাহত মুঠ ৪৩২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাতৰ ঘনত্ব বেছি হয় , গতিকে পাতৰ ৰাউন্দটো ৭ দিন মূৰে মূৰে হব লাগে আৰু Standard Plucking অৰ্থাৎ সৰু কুমলীয়া কলি , এটি কলি এটা পাত যিমান পৰা যায় গছত এৰি গলে ভাল হয় । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব লাগে । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.২% (২ মিঃ লিঃ প্রতি লিটাৰ পানীত) মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ১% গুড়ৰ সৈতে মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-07-2023 08:30:00 SCHEDULED
8468 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৬ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুন মাহত মুঠ ৭৯১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাতৰ ঘনত্ব বেছি হয় , গতিকে পাতৰ ৰাউন্দটো ৭ দিন মূৰে মূৰে হব লাগে আৰু Standard Plucking অৰ্থাৎ সৰু কুমলীয়া কলি , এটি কলি এটা পাত যিমান পৰা যায় গছত এৰি গলে ভাল হয় । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব লাগে । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.২% (২ মিঃ লিঃ প্রতি লিটাৰ পানীত) মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ১% গুড়ৰ সৈতে মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-07-2023 08:30:00 SCHEDULED
8469 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৩ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুন মাহত মুঠ ৭৯২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাতৰ ঘনত্ব বেছি হয় , গতিকে পাতৰ ৰাউন্দটো ৭ দিন মূৰে মূৰে হব লাগে আৰু Standard Plucking অৰ্থাৎ সৰু কুমলীয়া কলি , এটি কলি এটা পাত যিমান পৰা যায় গছত এৰি গলে ভাল হয় । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব লাগে । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.২% (২ মিঃ লিঃ প্রতি লিটাৰ পানীত) মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ১% গুড়ৰ সৈতে মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 06-07-2023 08:30:00 SCHEDULED
8470 05/07/2023--Jaburapara :-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুলাই মাসের ১১ তারিখ অবধি আকাশ মেঘলা থাকার সম্ভবনা আছে । তবে কোথাও কোথাও মাঝারি থেকে ভারী বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩২ ডিগ্রি সেন্টিগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৭ % এবং ৭০%, বাতাস প্রধানত পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ২ থেকে ৮ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । বাগা্নের নালা বা ড্রেন পরিষ্কার রাখুন । নালাতে যেন জল জমা না থাকে । শিশু গাছের বাগানে গাছের গুড়ির মাটি ক্ষয়ে গেলে মাটি দিয়ে পূরণ করে দিন এবং জল জমা থাকলে সেটা বের করে দেওয়ার জন্য ছোট নালা করে মেইন নালার সহিত যুক্ত করে দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 06-07-2023 12:00:00 SCHEDULED