Message Schedule List : 12,470
| S. No. | Message | Language | Created By | Date | Time | Status | Action |
|---|---|---|---|---|---|---|---|
| 8541 | জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৭ৰ পৰা ২৩ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ২৯৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • পাত তোলা ৰাউণ্ড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ গতিকে পাততোলা কাৰ্য্য খিনিৰ ওপৰত চকু ৰাখিব যাতে ই চাহপাতৰ কোৱালিটিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। • যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, প্ৰয়োজন অনুসৰি শ্ৰমিকৰ সহায়ত পাততোলা কাৰ্য্য খিনি পুনৰ ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব ৷ • পাত ছিঙি যোৱাৰ পাছত টেবুলৰ ওপৰত থকা খুটিৰ দৰে ওলাই থকা খৰি ( stub) বোৰ চোকা কটাৰিৰে কাটি সমান কৰিব লাগে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 17-08-2023 | 08:00:00 | SCHEDULED |
|
| 8542 | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৭ৰ পৰা ২৩ আগষ্টলৈ, ২০২৩, বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ৩২৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • পাত তোলা ৰাউণ্ড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ গতিকে পাততোলা কাৰ্য্য খিনিৰ ওপৰত চকু ৰাখিব যাতে ই চাহপাতৰ কোৱালিটিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। • যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, প্ৰয়োজন অনুসৰি শ্ৰমিকৰ সহায়ত পাততোলা কাৰ্য্য খিনি পুনৰ ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব ৷ • পাত ছিঙি যোৱাৰ পাছত টেবুলৰ ওপৰত থকা খুটিৰ দৰে ওলাই থকা খৰি ( stub) বোৰ চোকা কটাৰিৰে কাটি সমান কৰিব লাগে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 17-08-2023 | 08:00:00 | SCHEDULED |
|
| 8543 | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৭ৰ পৰা ২৩ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৮ৰ পৰা ২৩ আগষ্টলৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত জুলাই মাহ ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ৩৭৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • পাত তোলা ৰাউণ্ড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ গতিকে পাততোলা কাৰ্য্য খিনিৰ ওপৰত চকু ৰাখিব যাতে ই চাহপাতৰ কোৱালিটিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। • যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, প্ৰয়োজন অনুসৰি শ্ৰমিকৰ সহায়ত পাততোলা কাৰ্য্য খিনি পুনৰ ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব ৷ • পাত ছিঙি যোৱাৰ পাছত টেবুলৰ ওপৰত থকা খুটিৰ দৰে ওলাই থকা খৰি ( stub) বোৰ চোকা কটাৰিৰে কাটি সমান কৰিব লাগে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 17-08-2023 | 08:00:00 | SCHEDULED |
|
| 8544 | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৭ৰ পৰা ২৩ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৮ৰ পৰা ২৩ আগষ্টলৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ২৩৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • পাত তোলা ৰাউণ্ড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ গতিকে পাততোলা কাৰ্য্য খিনিৰ ওপৰত চকু ৰাখিব যাতে ই চাহপাতৰ কোৱালিটিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। • যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, প্ৰয়োজন অনুসৰি শ্ৰমিকৰ সহায়ত পাততোলা কাৰ্য্য খিনি পুনৰ ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব ৷ • পাত ছিঙি যোৱাৰ পাছত টেবুলৰ ওপৰত থকা খুটিৰ দৰে ওলাই থকা খৰি (stub) বোৰ চোকা কটাৰিৰে কাটি সমান কৰিব লাগে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 17-08-2023 | 08:00:00 | SCHEDULED |
|
| 8545 | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৭ৰ পৰা ২৩ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ১৪১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • পাত তোলা ৰাউণ্ড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ গতিকে পাততোলা কাৰ্য্য খিনিৰ ওপৰত চকু ৰাখিব যাতে ই চাহপাতৰ কোৱালিটিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। • যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, প্ৰয়োজন অনুসৰি শ্ৰমিকৰ সহায়ত পাততোলা কাৰ্য্য খিনি পুনৰ ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব ৷ • পাত ছিঙি যোৱাৰ পাছত টেবুলৰ ওপৰত থকা খুটিৰ দৰে ওলাই থকা খৰি ( stub) বোৰ চোকা কটাৰিৰে কাটি সমান কৰিব লাগে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 17-08-2023 | 08:00:00 | SCHEDULED |
|
| 8546 | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৭ৰ পৰা ২৩ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ২০৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • পাত তোলা ৰাউণ্ড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ গতিকে পাততোলা কাৰ্য্য খিনিৰ ওপৰত চকু ৰাখিব যাতে ই চাহপাতৰ কোৱালিটিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। • যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, প্ৰয়োজন অনুসৰি শ্ৰমিকৰ সহায়ত পাততোলা কাৰ্য্য খিনি পুনৰ ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব ৷ • পাত ছিঙি যোৱাৰ পাছত টেবুলৰ ওপৰত থকা খুটিৰ দৰে ওলাই থকা খৰি (stub) বোৰ চোকা কটাৰিৰে কাটি সমান কৰিব লাগে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 17-08-2023 | 08:00:00 | SCHEDULED |
|
| 8547 | ନମସ୍କାର ମାହାଙ୍ଗା ଓ ଡେରାବିଶ ଅଞ୍ଚଳ ର କୃଷକ ମାନଙ୍କୁ ସଲିଡାରିଡlଡ ଏବଂ ଶରତ କର ଫାଣ୍ଡେସନ ତରଫରୁ ଭୋଡlଫୋନ ଓ ଇଣ୍ଡସ ଟାୱାର ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି ପ୍ରଣାଳି ପ୍ରକଳ୍ପ କୁ ସ୍ବାଗତ କରାଯାଉଛି। ବର୍ତ୍ତମାନ ସାପ୍ତାହିକ ୩୦-୩୫ଡିଗ୍ରୀ ସି. ଦିନ ଓ ୨୨-୨ ୫ଡିଗ୍ରୀ ସି. ରାତି ତାପମାତ୍ରା ଓ ବାୟୁମଣ୍ଡଳ କଣ୍ଡବିନ୍ଧା ପୋକ ର ସମସ୍ୟା ଦେଖାଯାଏ ତେବେ ଏକର ପ୍ରତି କ୍ଲୋରlନିଲିପ୍ଲୋଲ ୧୮.୫% ଏସ. ସି ୬୦ ମି.ଲି କିମ୍ବା କାଟ୍ରାପ ହାଇଡ୍ରୋ କ୍ଲୋରାଇଡ ୪ଜି ୧୦ କି.ଗ୍ରା କୁ ୨୦୦ ଲି. ପାଣିରେ ମିଶାଇ ଶୁଷ୍କ ପାଗ ଦେଖି ପ୍ରୟୋଗ କରନ୍ତୁ। ଯଦି ଧାନ ରେ ବର୍ତ୍ତମାନ ମହିଷl ରୋଗ ଲାଗେ ତେବେ ଏହାର ନିରାକରଣ ପାଇଁ ଟେବୁକୋନାଜୋଲ ୫୦% ଓ ଟ୍ରାଇପ୍ଲୋଅକ୍ସିବିନ ୨୫% ଡବ୍ଲୁଜି ୦.୪ ଗ୍ରାମ କୁ ପ୍ରତି ଲିଟର ପାଣି ରେ ମିଶାଇ ୭-୧୦ ଦିନ ବ୍ୟବଧାନ ରେ ସିଞ୍ଚନ କରନ୍ତୁ। ଆଗାମୀ ବର୍ଷା ଯୋଗୁ ଯଦି ପତ୍ରଛାଦ ପୋଡ଼ା ରୋଗ ଲାଗେ ତେବେ ଏହାର ନିରାକରଣ ପାଇଁ ପ୍ରପିକୋନlଯୋଲ ୧ ମି.ଲି ପାଣି ରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ । ମେଘୁଆ ପାଗ ଯୋଗୁଁ ଆଗରୁ ଲଗା ଯାଇଥିବା ଧାନ ଜମିରେ ପତ୍ର ପୋଡ଼ା ରୋଗ ସମ୍ଭାବନା ଅଛି ଏହା ପାଇଁ ଫିଫୋନିଲ ୫%ଏସ ସି କୁ ପ୍ରତି ଲିଟର ପାଣି ରେ ୨ ମିଲି ହିସାବରେ କିମ୍ବା କ୍ରୋରlନଟ୍ରାନିପୋଲ ୧୮.୫% ଏସ ସି କୁ ପ୍ରତି ,୧୦ ଲିଟର ପାଣି ରେ ୩ ମିଲି ହିସାବରେ ମିଶାଇ ଶୁଷ୍କ ପାଗରେ ସିଞ୍ଚନ କରନ୍ତୁ।ଯଦି ବର୍ଷା ପରେ ଲେଡା ପୋକ ଲାଗେ ତେବେ ଟ୍ରାଇଜୋଫସ୍ ୪୦% ଇ.ସି ୨ ମି.ଲି କୁ ପ୍ରତି ଲିଟର ପାଣିରେ ମିଶାଇ ପ୍ରୟୋଗ କରନ୍ତୁ କିମ୍ବା କ୍ଲୋରୋପାଇ ରିଫସ୍ ୨୦ ଇ.ସି ୨୫ ମି.ଲି କୁ ପ୍ରତି ଲିଟର ପାଣି ରେ ଜମି ହୁଡାରେ ସିଞ୍ଚନ କରନ୍ତୁ। ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ କଲ୍ କରନ୍ତୁ। ଧନ୍ୟବାଦ୍ | Odia | Orissa | 16-08-2023 | 16:55:00 | SCHEDULED |
|
| 8548 | ସୋଲିଡାରିଦାଡ, ଭୋଡଫୋନ ଆଇଡିଆ ଫାଉଣ୍ଡେସନ, ଇଣ୍ଡସ ଟାୱାର ଓ ଲାଇଭଲିହୁଡ ଅଲ୍ଟର ନେଟିଭ ତରଫରୁ ପରିଚାଳିତ ହେଉଥିବା ଆଧୁନିକ କୃଷି କାଯ୍ୟକ୍ରମରେ ଗଜପତି ଜିଲ୍ଲା ର ଘୁମା ବ୍ଲକ ର କୃଷକ ମାନଙ୍କୁ ସ୍ଵାଗତ କରାଯାଉଅଛି।ମକା ଚାଷ କରୁଥିବା କୃଷକ ମାନଙ୍କୁ ସାପ୍ତାହିକ କୃଷି ସୂଚନା ମକା ରେ ବର୍ତ୍ତମାନ ୨୫-୩୦ ଡିଗ୍ରୀ ତାପମାତ୍ରା ଓ ୭% ରୁ ଅଧିକ ଆଦ୍ରତା ଯୋଗୁ କାଣ୍ଡ ମାଛି ର ସମ୍ଭାବନା ଅଛି। ଅଙ୍ଗାର ଅବସ୍ଥାରେ ଏହାର ନିରାକରଣ ପାଇଁ ମିଥାଇଲ - ଡିମେଟନ ୧ ମି ଲି କିମ୍ବା ଡାଇମିଥୋଏଟ ୨ ମି.ଲି କୁ ପ୍ରତି ଲିଟର ପାଣି ରେ ମିଶାଇ ସିଂଚନ କରନ୍ତୁ। ଅଧିକା ବର୍ଷା ଓ ମେଘୁଆ ପାଗ ଯୋଗୁଁ କାଣ୍ଡ ପଚା ରୋଗ ଲାଗିବାର ସମ୍ଭାବନା ଥାଏ। ଏହା ଦେଖାଗଲେ କପର ଅକ୍ସିକ୍ଲୋରାଇଡ ୫୦% ଡବ୍ଲୁପି ୩ ଗ୍ରାମ କୁ ପ୍ରତି ଲିଟର ପାଣି ରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ। ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ୍ କଲ କରନ୍ତୁ ଧନ୍ୟବାଦ୍। | Hindi | Orissa | 16-08-2023 | 16:50:00 | SCHEDULED |
|
| 8549 | प्रिय किसान साथियों, अगस्त माह की 19 से 25 के दौरान शाहजहांपुर जिले के मोहोली क्षेत्र के दिन के तापमान में वृद्धि होगी लेकिन रात के तापमान में गिरावट होगीI सप्ताह के दौरान दिन का अधिकतम तापमान 31 से 35 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 25 से 26 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के दौरान पूर्व और दक्षिण दिशाओं से दिशा से 2 से 12 किमी प्रति घंटे की रफ़्तार से हवा चलेगीI कभी–कभी 17 से 22 किमी प्रति घंटे की रफ़्तार के झोंके भी आ सकते हैंI सप्ताह के दौरान 21 से 25 तारीख के दौरान अधिकांश स्थानों पर वर्षा की सम्भावना हैII इस दौरान वायुमंडल में आर्द्रता 64 से 90 प्रतिशत तक रहेगीI खेत में नमी रहने और तेज हवा चलने की परिस्थितियों में गन्ने के पौधों के गिरने की सम्भावना बढ़ेगी जिससे उत्पादन में 10 से 15 प्रतिशत तक कमी आ सकती है और आर्थिक नुकसान उठाना पड़ सकता हैI ऐसे में किसान साथियों को सलाह दी जाती है कि जिन गन्नो की ऊंचाई 6 फीट से अधिक की हो गयी हो उसकी पहली बंधाई जड़ से 4 फीट की ऊँचाई पर करेंI यदि गन्ने की ऊँचाई 8 फीट से अधिक हो तो जमीन से 6 फीट की ऊँचाई पर उसकी दूसरी बंधाई भी करेंI गन्ने के खेतों में पानी के निकासी का समुचित प्रबंध भी करेंI खेत में अधिक समय तक लगातार पानी भरे रहने से भी गन्ने की पैदावार कम हो जाती हैI यह मौसम गन्ना बुवाई के लिए भी अनुकूल हैI जो किसान अभी गन्ने की बुवाई करना चाहते हैं उनको सलाह दी जाती है कि मिट्टी की जाँच करने के बाद खेत में गोबर की खाद को मिलाकर खेत को समतल बनायें और उसके बाद 4 से 5 फीट की दूरी बनाकर नालियों में एक या दो आंख के गन्नों की बुवाई करेंI जिन किसानों जिन किसानों ने सनई या ढैंचा की फसल लगायी थी उनके लिए सलाह है कि यदि फसल 45 दिन या उससे अधिक की हो गयी हो तो इसे हल के द्वारा मिट्टी में मिला दें जिससे शरद कल के गन्ना बुबाई के लिए अच्छी खाद तैयार हो जायेI गन्ने की खेती में लाल सडन रोग के लिए यह मौसम बहुत अनुकूल हैI जिन गन्नो की ऊपर से तीसरी या चौथी पत्ती पीली पड़ रही हैं या सूख रही हैं, उन पर विशेष ध्यान देंI लाल सडन रोग की पुष्टि होने पर ऐसे पौधों को जड़ से निकालें और उन्हें दूर ले जाकर तीन से चार फूट गहरे गड्ढे में दबा देंI ध्यान रखें कि ऐसे खेतों का पानी दूसरे खेतों में न जाने पाएI ऐसे खेतों में 4 किग्रा ट्राईकोडर्मा को 4-5 कुंटल गोबर की सडी खाद में मिला कर खेतो में डालें और हल्की सिंचाई करेंI इस मौसम में पायरिल्ला कीट के लक्षण दिख रहे है तो किसी भी प्रकार के कीटनाशक का प्रियोग न करे| ग्रीन होपर या फुदका नामक कीट की अधिक संख्या पाए जाने पर 125 मिली एमिडा को 250 लीटर पानी में घोल बनाकर प्रति एकड की दर से छिडकाव करे| ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI | Hindi | Uttar Pradesh | 18-08-2023 | 08:02:00 | SCHEDULED |
|
| 8550 | प्रिय किसान साथियों, अगस्त माह की 19 से 25 के दौरान शाहजहांपुर जिले के जलालाबाद क्षेत्र के दिन के तापमान में वृद्धि होगी लेकिन रात के तापमान में गिरावट होगीI सप्ताह के दौरान दिन का अधिकतम तापमान 31 से 35 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 25 से 26 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के दौरान पूर्व और दक्षिण दिशाओं से दिशा से 2 से 12 किमी प्रति घंटे की रफ़्तार से हवा चलेगीI कभी–कभी 17 से 22 किमी प्रति घंटे की रफ़्तार के झोंके भी आ सकते हैंI सप्ताह के दौरान 21 से 25 तारीख के दौरान अधिकांश स्थानों पर वर्षा की सम्भावना हैII इस दौरान वायुमंडल में आर्द्रता 64 से 90 प्रतिशत तक रहेगीI खेत में नमी रहने और तेज हवा चलने की परिस्थितियों में गन्ने के पौधों के गिरने की सम्भावना बढ़ेगी जिससे उत्पादन में 10 से 15 प्रतिशत तक कमी आ सकती है और आर्थिक नुकसान उठाना पड़ सकता हैI ऐसे में किसान साथियों को सलाह दी जाती है कि जिन गन्नो की ऊंचाई 6 फीट से अधिक की हो गयी हो उसकी पहली बंधाई जड़ से 4 फीट की ऊँचाई पर करेंI यदि गन्ने की ऊँचाई 8 फीट से अधिक हो तो जमीन से 6 फीट की ऊँचाई पर उसकी दूसरी बंधाई भी करेंI गन्ने के खेतों में पानी के निकासी का समुचित प्रबंध भी करेंI खेत में अधिक समय तक लगातार पानी भरे रहने से भी गन्ने की पैदावार कम हो जाती हैI यह मौसम गन्ना बुवाई के लिए भी अनुकूल हैI जो किसान अभी गन्ने की बुवाई करना चाहते हैं उनको सलाह दी जाती है कि मिट्टी की जाँच करने के बाद खेत में गोबर की खाद को मिलाकर खेत को समतल बनायें और उसके बाद 4 से 5 फीट की दूरी बनाकर नालियों में एक या दो आंख के गन्नों की बुवाई करेंI जिन किसानों जिन किसानों ने सनई या ढैंचा की फसल लगायी थी उनके लिए सलाह है कि यदि फसल 45 दिन या उससे अधिक की हो गयी हो तो इसे हल के द्वारा मिट्टी में मिला दें जिससे शरद कल के गन्ना बुबाई के लिए अच्छी खाद तैयार हो जायेI गन्ने की खेती में लाल सडन रोग के लिए यह मौसम बहुत अनुकूल हैI जिन गन्नो की ऊपर से तीसरी या चौथी पत्ती पीली पड़ रही हैं या सूख रही हैं, उन पर विशेष ध्यान देंI लाल सडन रोग की पुष्टि होने पर ऐसे पौधों को जड़ से निकालें और उन्हें दूर ले जाकर तीन से चार फूट गहरे गड्ढे में दबा देंI ध्यान रखें कि ऐसे खेतों का पानी दूसरे खेतों में न जाने पाएI ऐसे खेतों में 4 किग्रा ट्राईकोडर्मा को 4-5 कुंटल गोबर की सडी खाद में मिला कर खेतो में डालें और हल्की सिंचाई करेंI इस मौसम में पायरिल्ला कीट के लक्षण दिख रहे है तो किसी भी प्रकार के कीटनाशक का प्रियोग न करे| ग्रीन होपर या फुदका नामक कीट की अधिक संख्या पाए जाने पर 125 मिली एमिडा को 250 लीटर पानी में घोल बनाकर प्रति एकड की दर से छिडकाव करे| ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI | Hindi | Uttar Pradesh | 18-08-2023 | 08:02:00 | SCHEDULED |
|