Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
8811 ନମସ୍କାର ମାହାଙ୍ଗା ଓ ଡେରାବିଶ ଅଞ୍ଚଳ ର କୃଷକ ମାନଙ୍କୁ ଶୋଲିଦାରିଡlଡ ଏବଂ ଶରତ କର ଫାଣ୍ଡେସନ ତରଫରୁ ଭୋଡଫୋନ ଓ ଇଣ୍ଡସ ଟାୱାର ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି ପ୍ରଣାଳି ପ୍ରକଳ୍ପ କୁ ସ୍ବାଗତ କରାଯାଇଛି। ଧାନ ରୋଇବl ପୂର୍ବରୁ ମୁଖ୍ୟ ଜମିକୁ ୭ରୁ୧୦ଦିନ ବ୍ୟବଧାନ ରେ ଦୁଇଥର କାଦୁଅ କରି ଭଲଭାବରେ ସମତଳ କରି ଦିଅନ୍ତୁ। ପ୍ରଥମ କାଦୁଅ ପୂର୍ବରୁ ଏକର ପ୍ରତି ୮ କ୍ୱିଣ୍ଟାଲ ସଢା ଗୋବର ଖତ ପ୍ରୟୋଗ କରନ୍ତୁ। ମୁଖ୍ୟ ଜମିରେ ପ୍ରଥମ ଥର କାଦୁଅ କରିବା ସମୟରେ ଧଣ୍ଡିଚା ଗଛକୁ ଭଲଭାବରେ ମିଶାଇ ଦିଅନ୍ତୁ। ଅଧିକ ଅମଳକ୍ଷମ ଫସଲ ପାଇଁ ଏକର ପିଛା (୩୫କିଗ୍ରା ଡି. ଏ.ପି+୨୭କିଗ୍ରା ଏମ୍.ଓ.ପି)କିମ୍ବା (୧୮କିଗ୍ରା ୟୁରିଆ +୧୦୦କିଗ୍ରା ଏସ୍. ଏସ୍. ପି+୨୭କିଗ୍ରା ଏମ୍ .ଓ.ପି)ଶେଷ ଓଡ କାଦୁଅ କରିବା ସମୟରେ ମୂଳ ସାର ଭାବେ ପ୍ରୟୋଗ କରନ୍ତୁ।ବାଲିଆ ମାଟି ହୋଇଥିଲେ ଏକର ପିଛା (୩୫କିଗ୍ରା ଡି. ଏ.ପି+୧୩ ୫କିଗ୍ରା ଏମ୍.ଓ.ପି) କିମ୍ୱା (୧୮କିଗ୍ରା ୟୁରିଆ +୧୦୦କିଗ୍ରା ଏସ୍ . ଏସ.ପି+୧୩. ୫କିଗ୍ରା ଏମ୍.ଓ.ପି) ମୂଳସାର ଭାବେ ପ୍ରୟୋଗ କରନ୍ତୁ। ଶଙ୍କର ଜାତୀୟ ଧାନ କିସମ ପାଇଁ (୫୩ କୀଗ୍ରା ଡି.ଏ.ପି+୨୭କିଗ୍ରା ଏମ୍.ଓ.ପି କିମ୍ଵା ୨୭କିଗ୍ରା ୟୁରିଆ+ ୧୫୦କିଗ୍ରା ଏସ .ଏସ.ପି+ ୩୦କିଗ୍ରା ଏମ୍.ଓ.ପି) ମୂଳସାର ଭାବେ ଶେଷ ଓଡ଼ କାଦୁଅ କରିବା ସମୟରେ ପ୍ରାୟୋଗ କରନ୍ତୁ। ଅଧିକ ସୂଚନା ପାଇଁ ଆମ ଟୋଲ ଫ୍ରି ନମ୍ବର ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ କଲ୍ କରନ୍ତୁ। ଧନ୍ୟବାଦ୍ Odia Orissa 27-07-2023 08:00:00 SCHEDULED
8812 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 27-07-2023 08:00:00 SCHEDULED
8813 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 27-07-2023 08:00:00 SCHEDULED
8814 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 27-07-2023 08:00:00 SCHEDULED
8815 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩, বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 27-07-2023 08:00:00 SCHEDULED
8816 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। ২৭ৰ পৰা ২৯ জুলাইলৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণ আৰু ৩০ জুলাইৰ পৰা ২ আগষ্টলৈ অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ১-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 27-07-2023 08:00:00 SCHEDULED
8817 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। ২৭ৰ পৰা ২৯ জুলাইলৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণ আৰু ৩০ জুলাইৰ পৰা ২ আগষ্টলৈ অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ১-৫ কিলোমিটাৰ বেগত উত্তৰ-পশ্চিম আৰু পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 27-07-2023 08:00:00 SCHEDULED
8818 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩২-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 27-07-2023 08:00:00 SCHEDULED
8819 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয়। মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 27-07-2023 08:00:00 SCHEDULED
8820 प्रिय किसान साथियों, जुलाई माह की 29 से 4 अगस्त की तारीख वाले सप्ताह के दौरान हरदोई जिले के सांडी क्षेत्र के तापमान में बदलाव की कोई सम्भावना नहीं है I सप्ताह के दौरान दिन का अधिकतम तापमान 31 से 35 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 27 से 28 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI इस सप्ताह दक्षिण पश्चिम दिशा से 2 से 8 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI कभी कभी 15 से 22 किमी प्रति घंटे की रफ़्तार से तेज हवा के झोके भी आ सकते है जिसकी वजह से पूरे सप्ताह आसमान में बादल छाये रहेंगे तथा 29 से 2 तारीख के बीच वर्षा होने की सम्भावना है I इस दौरान वायुमंडल में आर्द्रता 65 से 90 प्रतिशत तक रहेगीI हवा में अधिक समय तक अधिक आर्द्रता रहने की स्थिति में रोगों और बिमारियों के रोगाणुओं के अधिक जमाव की सम्भावना बढती हैI गन्ने की खेती में खास कर लाल सडन रोग के लिए यह मौसम बहुत अनुकूल होता हैI जिन गन्नो की ऊपर से तीसरी या चौथी पत्ती पीली पड़ रही हैं या सूख रही हैं, उन पर विशेष ध्यान देंI लाल सडन रोग की पुष्टि होने पर ऐसे पौधों को जड़ से निकाल लें और उन्हें खेत से दूर ले जाकर तीन से चार फूट गहरे गड्ढे में दबा देंI उखाड़े गये स्थान पर ब्लीचिंग पाउडर को भरें और मिट्टी से दबा देंI ऐसे खेतों में 4 किग्रा ट्राईकोडर्मा को 4-5 कुंटल गोबर की सडी खाद में मिला कर खेतो में डालें और हल्की सिंचाई करेंI याद रहे कि लाल सडन रोग से प्रभावित गन्ने के खेतों का पानी दूसरे स्वस्थ गन्ने वाले खेतों में न जाने पाये I हवा में अधिक समय तक अधिक आर्द्रता होने के कारण पोक्का बोईंग रोग के भी लक्षण दिखाई देते है | इसमें नई पत्ती के जड़ की ओर पीले रंग के धब्बे दिखाई देते है तथा पत्ती सिकुड़ने लगती है| ऐसी स्थिति में प्रति एकड की दर से 250 ग्राम कार्बेन्डाजिम या कॉपर ओक्सी क्लोराइड को 250 लीटर पानी में घोल बनाकर छिडकाव करे | किसान भाइयो को अगर अपने खेतो में पायरिल्ला कीट के लक्षण दिख रहे है तो ऐसे में किसान साथियों को सलाह दी जाती है कि वह अपने खेतो में किसी भी प्रकार के कीटनाशक का प्रियोग न करे | इस मौसम में ग्रीन होपर या फुदका नामक कीट भी दिखाई देते है खेतो में इनकी अधिक संख्या पाए जाने पर 125 मिली एमिडा को 250 लीटर पानी में घोल बनाकर प्रति एकड की दर से छिडकाव करे | मिटटी में अधिक समय तक नमी रहने तथा तेज हवा चलने के कारण गन्ना गिरने की सम्भावना अधिक हो जाती है ऐसे में किसान भाइयो को सलाह दी जाती है की वे शरदकाल में लगाये गए गन्नो पर भरपूर मिटटी चढाये व जिन गन्नो की ऊंचाई अगर 5-6 फीट की हो गयी हो उसकी पहली बंधाई जड़ से 3-4 फीट की ऊँचाई पर करेंI ऐसे खेत जो खाली पड़े है जिनमे किसान भाई शरद कालीन गन्ने की बुवाई करना चाहते है उन खेतो में सनई, ढ़ैचा आदि हरी खाद की फसलो को अवश्य बोये | ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Hindi Uttar Pradesh 28-07-2023 08:07:00 SCHEDULED