Message Schedule List : 12,239
S. No. Message Language Created By Date Time Status Action
9051 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩, বতৰ ডাৱৰীয়া হৈ থাকিব। ২২ জুনত প্ৰবল বৰষুণৰ আৰু ২৩ৰ পৰা ২৮ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 22-06-2023 08:30:00 SCHEDULED
9052 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব। ২২ জুনত প্ৰবল বৰষুণৰ আৰু ২৪ৰ পৰা ২৮ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-06-2023 08:30:00 SCHEDULED
9053 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব। ২২ জুনত প্ৰবল বৰষুণৰ আৰু ২৪ৰ পৰা ২৮ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ- পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-06-2023 08:30:00 SCHEDULED
9054 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব। ২২ জুনত প্ৰবল বৰষুণৰ আৰু ২৩ৰ পৰা ২৮ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ- পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-06-2023 08:30:00 SCHEDULED
9055 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ জুনলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব। ২২ জুনত প্ৰবল বৰষুণৰ আৰু ২৩ৰ পৰা ২৮ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-06-2023 08:30:00 SCHEDULED
9056 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है I किसानों के लिए सम-सामयिक सलाह: ग्राम Pali जिला Vidisha ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह 20 जून से 26 जून के दौरान दिन में 31 और रात में 25 डिग्री सेल्सियस तापक्रम रहने का अनुमान है। इस सप्ताह मंगलवार से सोमावर को 55%-95% बारिश होने की संभावना है। सोयाबीन में कीटों व रोगों से बचाव के लिए बीज का उपचार करना अति आवश्यक हैI कवकनाशक से बीज को उपचारित करने के बाद कीटनाशक से उपचार करना चहिये I कवकनाशक पेनफ्लूफेन + ट्राईफ्लोक्सीस्ट्रोबिन 38 ऍफ़ एस @ 1 मि ली /किलोग्राम बीज से अथवा कार्बोक्सिन 37.5 % + थाईरम 37.5 % @ 3 ग्राम / किलोग्राम बीज अथवा थाईरम (२ ग्राम) + कार्बेन्डाजिम (1 ग्राम) / किलोग्राम बीज अथवा ट्राईकोडर्मा विरिडी @ 5 ग्राम /किलोग्राम बीज से उपचारित करेंI सोयाबीन मे जैविक-उर्वरकों के उपयोग करने के सलाह दी जाती है जैविक-उर्वरकों के उपयोग से अधिक सक्रिय जड़ ग्रंथियों का निर्माण होता है एवं मिट्टी की क्रियाशीलता एवं उत्पादकता को बढ़ाता है I सोयाबीन में जैविक-टीकाकरण के लिए ब्रेडीराईज़ोंबियम जपोनिकम 5 ग्राम प्रति किलो बीज,फॉस्फेट सोल्यूबीलाईझींग बैक्टीरिया (PSB ) 5 ग्राम प्रति किलो बीज एवं ट्राईकोडर्मा विरडी 5 ग्राम प्रति किलो बीज की दर से उपयोग अवश्य करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I Hindi MP 21-06-2023 16:40:00 SCHEDULED
9057 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है I किसानों के लिए सम-सामयिक सलाह: ग्राम Sadakhedi जिला Ratlam ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह 20 जून से 26 जून के दौरान दिन में 33 और रात में 26 डिग्री सेल्सियस तापक्रम रहने का अनुमान है । पिछले सप्ताह 6.6mm बारिश दर्ज हुई है। इस सप्ताह शुक्रवार से सोमवार को 25-70% बारिश होने की संभावना है। सोयाबीन में कीटों व रोगों से बचाव के लिए बीज का उपचार करना अति आवश्यक हैI कवकनाशक से बीज को उपचारित करने के बाद कीटनाशक से उपचार करना चहिये I कवकनाशक पेनफ्लूफेन + ट्राईफ्लोक्सीस्ट्रोबिन 38 ऍफ़ एस @ 1 मि ली /किलोग्राम बीज से अथवा कार्बोक्सिन 37.5 % + थाईरम 37.5 % @ 3 ग्राम / किलोग्राम बीज अथवा थाईरम (२ ग्राम) + कार्बेन्डाजिम (1 ग्राम) / किलोग्राम बीज अथवा ट्राईकोडर्मा विरिडी @ 5 ग्राम /किलोग्राम बीज से उपचारित करेंI सोयाबीन मे जैविक-उर्वरकों के उपयोग करने के सलाह दी जाती है जैविक-उर्वरकों के उपयोग से अधिक सक्रिय जड़ ग्रंथियों का निर्माण होता है एवं मिट्टी की क्रियाशीलता एवं उत्पादकता को बढ़ाता है I सोयाबीन में जैविक-टीकाकरण के लिए ब्रेडीराईज़ोंबियम जपोनिकम 5 ग्राम प्रति किलो बीज,फॉस्फेट सोल्यूबीलाईझींग बैक्टीरिया (PSB ) 5 ग्राम प्रति किलो बीज एवं ट्राईकोडर्मा विरडी 5 ग्राम प्रति किलो बीज की दर से उपयोग अवश्य करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I Hindi MP 21-06-2023 16:32:00 SCHEDULED
9058 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है I किसानों के लिए सम-सामयिक सलाह: ग्राम Bolai जिला Shajapur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह 20 जून से 26 जून के दौरान दिन में 38 और रात में 27 डिग्री सेल्सियस तापक्रम रहने का अनुमान है । पिछले सप्ताह 17.2mm बारिश दर्ज हुई है। इस सप्ताह मंगलवार से सोमावर को 60%-95% बारिश होने की संभावना है। सोयाबीन में कीटों व रोगों से बचाव के लिए बीज का उपचार करना अति आवश्यक हैI कवकनाशक से बीज को उपचारित करने के बाद कीटनाशक से उपचार करना चहिये I कवकनाशक पेनफ्लूफेन + ट्राईफ्लोक्सीस्ट्रोबिन 38 ऍफ़ एस @ 1 मि ली /किलोग्राम बीज से अथवा कार्बोक्सिन 37.5 % + थाईरम 37.5 % @ 3 ग्राम / किलोग्राम बीज अथवा थाईरम (२ ग्राम) + कार्बेन्डाजिम (1 ग्राम) / किलोग्राम बीज अथवा ट्राईकोडर्मा विरिडी @ 5 ग्राम /किलोग्राम बीज से उपचारित करेंI सोयाबीन मे जैविक-उर्वरकों के उपयोग करने के सलाह दी जाती है जैविक-उर्वरकों के उपयोग से अधिक सक्रिय जड़ ग्रंथियों का निर्माण होता है एवं मिट्टी की क्रियाशीलता एवं उत्पादकता को बढ़ाता है I सोयाबीन में जैविक-टीकाकरण के लिए ब्रेडीराईज़ोंबियम जपोनिकम 5 ग्राम प्रति किलो बीज,फॉस्फेट सोल्यूबीलाईझींग बैक्टीरिया (PSB ) 5 ग्राम प्रति किलो बीज एवं ट्राईकोडर्मा विरडी 5 ग्राम प्रति किलो बीज की दर से उपयोग अवश्य करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I Hindi MP 21-06-2023 16:23:00 SCHEDULED
9059 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है I किसानों के लिए सम-सामयिक सलाह: ग्राम Satgoan जिला Shajapur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह 20 जून से 26 जून के दौरान दिन में 32 और रात में 25 डिग्री सेल्सियस तापक्रम रहने का अनुमान है । पिछले सप्ताह 10.2mm बारिश दर्ज हुई है। इस सप्ताह मंगलवार से सोमावर को 50%-95% बारिश होने की संभावना है। सोयाबीन में कीटों व रोगों से बचाव के लिए बीज का उपचार करना अति आवश्यक हैI कवकनाशक से बीज को उपचारित करने के बाद कीटनाशक से उपचार करना चहिये I कवकनाशक पेनफ्लूफेन + ट्राईफ्लोक्सीस्ट्रोबिन 38 ऍफ़ एस @ 1 मि ली /किलोग्राम बीज से अथवा कार्बोक्सिन 37.5 % + थाईरम 37.5 % @ 3 ग्राम / किलोग्राम बीज अथवा थाईरम (२ ग्राम) + कार्बेन्डाजिम (1 ग्राम) / किलोग्राम बीज अथवा ट्राईकोडर्मा विरिडी @ 5 ग्राम /किलोग्राम बीज से उपचारित करेंI सोयाबीन मे जैविक-उर्वरकों के उपयोग करने के सलाह दी जाती है जैविक-उर्वरकों के उपयोग से अधिक सक्रिय जड़ ग्रंथियों का निर्माण होता है एवं मिट्टी की क्रियाशीलता एवं उत्पादकता को बढ़ाता है I सोयाबीन में जैविक-टीकाकरण के लिए ब्रेडीराईज़ोंबियम जपोनिकम 5 ग्राम प्रति किलो बीज,फॉस्फेट सोल्यूबीलाईझींग बैक्टीरिया (PSB ) 5 ग्राम प्रति किलो बीज एवं ट्राईकोडर्मा विरडी 5 ग्राम प्रति किलो बीज की दर से उपयोग अवश्य करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I Hindi MP 21-06-2023 16:15:00 SCHEDULED
9060 वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है I किसानों के लिए सम-सामयिक सलाह: ग्राम Tigariya जिला Shajapur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह 20 जून से 26 जून के दौरान दिन में 32 और रात में 26 डिग्री सेल्सियस तापक्रम रहने का अनुमान है I पिछले सप्ताह 5.2mm बारिश दर्ज हुई है। इस सप्ताह मंगलवार से सोमावर को 50%-95% बारिश होने की संभावना है। सोयाबीन में कीटों व रोगों से बचाव के लिए बीज का उपचार करना अति आवश्यक हैI कवकनाशक से बीज को उपचारित करने के बाद कीटनाशक से उपचार करना चहिये I कवकनाशक पेनफ्लूफेन + ट्राईफ्लोक्सीस्ट्रोबिन 38 ऍफ़ एस @ 1 मि ली /किलोग्राम बीज से अथवा कार्बोक्सिन 37.5 % + थाईरम 37.5 % @ 3 ग्राम / किलोग्राम बीज अथवा थाईरम (२ ग्राम) + कार्बेन्डाजिम (1 ग्राम) / किलोग्राम बीज अथवा ट्राईकोडर्मा विरिडी @ 5 ग्राम /किलोग्राम बीज से उपचारित करेंI सोयाबीन मे जैविक-उर्वरकों के उपयोग करने के सलाह दी जाती है जैविक-उर्वरकों के उपयोग से अधिक सक्रिय जड़ ग्रंथियों का निर्माण होता है एवं मिट्टी की क्रियाशीलता एवं उत्पादकता को बढ़ाता है I सोयाबीन में जैविक-टीकाकरण के लिए ब्रेडीराईज़ोंबियम जपोनिकम 5 ग्राम प्रति किलो बीज,फॉस्फेट सोल्यूबीलाईझींग बैक्टीरिया (PSB ) 5 ग्राम प्रति किलो बीज एवं ट्राईकोडर्मा विरडी 5 ग्राम प्रति किलो बीज की दर से उपयोग अवश्य करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I Hindi MP 21-06-2023 16:12:00 SCHEDULED