Message Schedule List : 12,482
S. No. Message Language Created By Date Time Status Action
9231 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ জুনৰ পৰা ৫ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৯ জুনৰ পৰা ৫ জুলাই লৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ -২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 29-06-2023 08:00:00 SCHEDULED
9232 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ জুনৰ পৰা ৫ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৯ জুনৰ পৰা ৫ জুলাই লৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১৬ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 29-06-2023 08:00:00 SCHEDULED
9233 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ জুনৰ পৰা ৫ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৯ জুনৰ পৰা ৫ জুলাই লৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৬ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • অনুকুল বতৰৰ বাবে Helopeltis ৰ আক্ৰমন খুব বেছি দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি ২০০L পানীত থাইওমেথোক্সাম @ ৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ১০০মি. লি. ডেচিছ ২০০ লি. পানীৰ লগত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰিব লাগে। • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত শিপা বোৰ মুখ্যতঃ প্ৰভাৱিত হয় কিয়নো পানী জমা হোৱা মাটিয়ে H2S গেছ উৎপাদন কৰে যি চাহ গছৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । পানী ওলাই যোৱাৰ ঠিক পাছত মাটি ডৰাত জমা হোৱা পলস সোনকালে আতৰাব লাগে । • এই সময়ত তোলা পাতবোৰ অতি কোমল হয় গতিকে পাতবোৰ বেগত সযত্নে ভৰাব লাগে যাতে নষ্ট হৈ ৰঙা পৰি নাযায়। সকলো ধৰণৰ যত্ন লব লাগে যাতে গুণমান সম্পন্ন চাহ তৈয়াৰ কৰিব পাৰে । • পাত খিনি Agentক দিয়াৰ আগতে দিনটোত তোলা পাতৰ কিমান ফাইন পাৰচেন্টেজ (Fine %) হৈছে সেইটো Leaf count পদ্ধতিৰে জানি ৰেকৰ্ড ৰখাৰ উপৰিও Agent ৰ দ্বাৰা চহী লৈ লব লাগে। তেতিয়াহে fine leaf ৰ ওপৰত দিয়া মতে দামৰ দাবি কৰিব পাৰে । এই প্ৰকিয়াটো সদায় পাত জমা দিবৰ সময়ত কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত গ্রীম্মকা্লিন শাকপাচলি খেতিত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে মালাথিয়ন ৫০ ই চি (Malathion 50 EC) @ ২ মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৈণত হোৱা গ্রীম্মকালীন পাচলিসমূহ যেনে কুমুৰা, ভোল, জিকা আদি চপাই আনি সঠিক স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ কাৰণে বেয়া হব নোৱাৰে। ইয়াৰ উপৰিও যোৱা কেইবাদিন ধৰি হৈ থকা নিৰন্তৰ বৰষুনৰ ফলত শাক-পাচলি খেতিত যাতে বৰষুনৰ পানী জমা হব নোৱাৰে তাৰ কাৰনে নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 29-06-2023 08:00:00 SCHEDULED
9234 VIL-Adilabad-Bela-28-06-2023- హలో తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రికల్చర్ ప్రోగ్రామ్‌కు స్వాగతం. ఆదిలాబాద్‌లోని బేల వద్ద ఉన్న ఆటోమేటెడ్ వాతావరణ కేంద్రం ప్రకారం, ఈ వారం కనిష్ట ఉష్ణోగ్రత 25 నుండి 27 డిగ్రీల సెల్సియస్ మరియు గరిష్ట ఉష్ణోగ్రత 29 నుండి 32 డిగ్రీల సెల్సియస్ మధ్య నమోదయ్యే అవకాశం ఉంది. ఈ వారం వాతావరణం పాక్షికంగా మేఘావృతమై ఉంటుంది, జూన్ 28 మరియు 29 తేదీల్లో వర్షం పడే అవకాశం ఉంది. రైతులకు నోటీసులు - పత్తి - 75 నుండి 100 మి.మీ వర్షపాతం తర్వాత మాత్రమే పత్తిని విత్తుకోవాలి. విత్తే ముందు రక్షక కవచం వేయడం వల్ల కలుపు తీవ్రత 20 శాతం వరకు తగ్గుతుంది. డ్రైల్యాండ్ పత్తికి హెక్టారుకు 12 నుండి 15 బండ్లు మరియు ఉద్యానవన పత్తికి హెక్టారుకు 20 నుండి 25 బండ్లు విత్తే ముందు పొలంలో బాగా కుళ్ళిన ఆవు పేడ లేదా కంపోస్ట్ ఎరువుతో కలపాలి. తురుము నాటే ముందు వ్యవసాయ భూమిని 2 నుండి 3 పాసుల వరకు దున్నడం మరియు దున్నడం ద్వారా సిద్ధం చేయాలి. హెక్టారుకు 15 నుండి 20 బండ్లు మంచి ఎరువును చివరిగా విస్తరించే ముందు మట్టిలో కలపాలి. 75 నుంచి 100 మి.మీ వర్షం కురిసిన తర్వాత మాత్రమే విత్తుకోవాలి. నేల తగినంత తేమగా లేకుంటే విత్తడం మానుకోండి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telugu Telangana 28-06-2023 08:30:00 SCHEDULED
9235 VIL-Adilabad-Jainad-28-06-2023-నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఆదిలాబాద్‌లోని జైనాద్‌లోని ఆటోమేటిక్ వాతావరణ కేంద్రం ప్రకారం.. ఈ వారంలో కనిష్ట ఉష్ణోగ్రత 25 నుండి 27 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 30 నుండి 32 డిగ్రీల సెల్సియస్‌గా ఉండే అవకాశం ఉందని వాతావరణ సూచన. ఈ వారం వాతావరణం పాక్షికంగా మేఘావృతమై ఉంటుంది, జూన్ 28 మరియు 29 తేదీల్లో వర్షం పడే అవకాశం ఉంది. రైతులకు సూచనలు - పత్తి - 75 నుండి 100 మి.మీ వర్షపాతం తర్వాత మాత్రమే పత్తిని విత్తుకోవాలి. విత్తే ముందు రక్షక కవచం వేయడం వల్ల కలుపు తీవ్రత 20 శాతం వరకు తగ్గుతుంది. డ్రైల్యాండ్ పత్తికి హెక్టారుకు 12 నుండి 15 బండ్లు మరియు ఉద్యానవన పత్తికి హెక్టారుకు 20 నుండి 25 బండ్లు విత్తే ముందు పొలంలో బాగా కుళ్ళిన ఆవు పేడ లేదా కంపోస్ట్ ఎరువుతో కలపాలి. తురుము నాటే ముందు వ్యవసాయ భూమిని 2 నుండి 3 పాసుల వరకు దున్నడం మరియు దున్నడం ద్వారా సిద్ధం చేయాలి. హెక్టారుకు 15 నుండి 20 బండ్లు మంచి ఎరువును చివరిగా విస్తరించే ముందు మట్టిలో కలపాలి. 75 నుంచి 100 మి.మీ వర్షం కురిసిన తర్వాత మాత్రమే విత్తుకోవాలి. నేల తగినంత తేమగా లేకుంటే విత్తడం మానుకోండి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telugu Telangana 28-06-2023 08:30:00 SCHEDULED
9236 Parbhani (3)-नमस्कार शेतकरी बंधूंनो... परभणी तालुक्यातील पिंगळी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 25 ते 26 अंश तर कमाल 29 ते 33 अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण अंशत: ढगाळ राहून तुरळक पावसाची शक्यता आहे. शेतकऱ्यांसाठी सूचना - कपाशी - कपाशीची पेरणी मान्सूनचा ७५ ते १०० मिमी पाऊस पडल्यानंतरच करावी.कोरडवाहू कपाशी करिता तीन वर्षातूनतू एक वेळा आणि बागायती पिकासाठी दरवर्षी नांगरणी आवशक आहे. पेरणी पूर्वी एक वखरपाळी दिली असता, तणाची तीव्रता २० टक्के पर्यंतर्यं कमी होते. ते कोरडवाहू कपाशीला हेक्टरी १२ ते १५ गाडी आणि बागायती कपाशीला हेक्टरी २० ते २५ गाडी चांगले मुरलेले शेणखत किंवा कंपोस्ट खत पेरणीपूर्वी शेतात एकसारखे मिसळून द्यावे. खरीप ज्वारी - खरीप ज्वारीच्या पेरणीसाठी दोन ओळीमध्ये 45 सें.मी., दोन झाडातील अंतर 1 2.5 सें.मी. ठेवावे व पेरणी 3 ते 4 सें.मी. खोलीवर करत येते. पेरणीसाठी हेक्टरी 7.5 किलो संकरीत व 10 किलो सुधारीत वनांचे बियाणे वापरावे. खरीप ज्वारीची पेरणी जुलैच्य पहिल्या आठवडया पर्यन्त करता येते. बाजरीची पेरणी 45X15 सें.मी. अंतरावर करता येते. पेरणी करतांना 4 सें.मी. पेक्षा जास्त खोल पेरू नये. बाजरी पेरणीसाठी हेक्टरी 3 ते 4 किलो बियाणे वापरावे. बाजरीची पेरणी 20 जुलै पर्यन्त करता येते. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! हि माहीती पून्हा ऐकण्यास शून्य दाबावे. Marathi MH 28-06-2023 08:30:00 SCHEDULED
9237 Nanded (3)-नमस्कार शेतकरी बंधूंनो....किनवट तालुक्यातील लोणी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 24 ते 26 अंश तर कमाल 29 ते 32 अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण अंशत: ढगाळ राहून दिनांक 28 ते 29 जून दरम्यान पावसाची शक्यता आहे. शेतकऱ्यांसाठी सूचना - कपाशी - कपाशीची पेरणी मान्सूनचा ७५ ते १०० मिमी पाऊस पडल्यानंतरच करावी.कोरडवाहू कपाशी करिता तीन वर्षातूनतू एक वेळा आणि बागायती पिकासाठी दरवर्षी नांगरणी आवशक आहे. पेरणी पूर्वी एक वखरपाळी दिली असता, तणाची तीव्रता २० टक्के पर्यंतर्यं कमी होते. ते कोरडवाहू कपाशीला हेक्टरी १२ ते १५ गाडी आणि बागायती कपाशीला हेक्टरी २० ते २५ गाडी चांगले मुरलेले शेणखत किंवा कंपोस्ट खत पेरणीपूर्वी शेतात एकसारखे मिसळून द्यावे. खरीप ज्वारी - खरीप ज्वारीच्या पेरणीसाठी दोन ओळीमध्ये 45 सें.मी., दोन झाडातील अंतर 1 2.5 सें.मी. ठेवावे व पेरणी 3 ते 4 सें.मी. खोलीवर करत येते. पेरणीसाठी हेक्टरी 7.5 किलो संकरीत व 10 किलो सुधारीत वनांचे बियाणे वापरावे. खरीप ज्वारीची पेरणी जुलैच्य पहिल्या आठवडया पर्यन्त करता येते. बाजरीची पेरणी 45X15 सें.मी. अंतरावर करता येते. पेरणी करतांना 4 सें.मी. पेक्षा जास्त खोल पेरू नये. बाजरी पेरणीसाठी हेक्टरी 3 ते 4 किलो बियाणे वापरावे. बाजरीची पेरणी 20 जुलै पर्यन्त करता येते. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! हि माहीती पून्हा ऐकण्यास शून्य दाबावे. Marathi MH 28-06-2023 08:30:00 SCHEDULED
9238 Yavatmal(2)-नमस्कार शेतकरी बंधूंनो... नेर तालुक्यातील मोझर येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 24 ते 27 अंश तर कमाल 28 ते 32 अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण अंशत: ढगाळ राहून दिनांक 28 व 29 जून रोजी पाऊस पडण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना - कपाशी- कपाशीची पेरणी मान्सूनचा ७५ ते १०० मिमी पाऊस पडल्यानंतरच करावी. कपाशीच्या पेरणीच्या वेळी अॅझोटोबॅक्टर आणि पीएसबी प्रती २५ प्रती किलो बियाण्यावर बिजप्रक्रिया करावी. कापसात मका, झेंडू , वाटाणा आणि गवार यांसारखी सापळा पिके घ्यावीत. कोरडवाहू कपाशी करिता तीन वर्षातूनतू एक वेळा आणि बागायती पिकासाठी दरवर्षी नांगरणी आवशक आहे. पेरणी पूर्वी एक वखरपाळी दिली असता, तणाची तीव्रता २० टक्के पर्यंतर्यं कमी होते. कोरडवाहू कपाशीला हेक्टरी १२ ते १५ गाडी आणि बागायती कपाशीला हेक्टरी २० ते २५ गाडी चांगले मुरलेले शेणखत किंवा कंपोस्ट खत पेरणीपूर्वी शेतात एकसारखे मिसळून द्यावे. तूर/मुग व उडीद च्या पेरणीपूर्वी नांगरणी व वखराच्या २ ते ३ पाळ्या देऊन शेतजमीन तयार करावी. शेवटच्या वखरणी पूर्वी १५ ते २० गाड्या / हेक्टरी चांगले शेणखत जमिनीत मिसळावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! हि माहीती पून्हा ऐकण्यास शून्य दाबावे. Marathi MH 28-06-2023 08:30:00 SCHEDULED
9239 Wardha (2)-नमस्कार शेतकरी बंधूंनो... हिंगणघाट तालुक्यातील अंजन्सरा येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 25 ते 26 अंश तर कमाल 29 ते 32 अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण अंशत: ढगाळ राहून दिनांक 28 व 29 जून रोजी पावसाची शक्यता आहे.शेतकऱ्यांसाठी सूचना - कपाशी- कपाशीची पेरणी मान्सूनचा ७५ ते १०० मिमी पाऊस पडल्यानंतरच करावी. कपाशीच्या पेरणीच्या वेळी अॅझोटोबॅक्टर आणि पीएसबी प्रती २५ ग्राम प्रती किलो बियाण्यावर बिजप्रक्रिया करावी. कापसात मका, झेंडू , वाटाणा आणि गवार यांसारखी सापळा पिके घ्यावीत. कोरडवाहू कपाशी करिता तीन वर्षातूनतू एक वेळा आणि बागायती पिकासाठी दरवर्षी नांगरणी आवशक आहे. पेरणी पूर्वी एक वखरपाळी दिली असता, तणाची तीव्रता २० टक्के पर्यंतर्यं कमी होते. ते कोरडवाहू कपाशीला हेक्टरी १२ ते १५ गाडी आणि बागायती कपाशीला हेक्टरी २० ते २५ गाडी चांगले मुरलेले शेणखत किंवा कंपोस्ट खत पेरणीपूर्वी शेतात एकसारखे मिसळून द्यावे. तूर/मुग व उडीद च्या पेरणीपूर्वी नांगरणी व वखराच्या २ ते ३ पाळ्या देऊन शेतजमीन तयार करावी. शेवटच्या वखरणी पूर्वी १५ ते २० गाड्या / हेक्टरी चांगले शेणखत जमिनीत मिसळावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! हि माहीती पून्हा ऐकण्यास शून्य दाबावे. Marathi MH 28-06-2023 08:30:00 SCHEDULED
9240 Amravati (2)-नमस्कार शेतकरी बंधूंनो... धामनगाव तालुक्यातील दाभाडा येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 24 ते 26 अंश तर कमाल 28 ते 32 अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण अंशत: ढगाळ राहून दिनांक 28 व 29 जून दरम्यान पावसाची शक्यता आहे. शेतकऱ्यांसाठी सूचना - कपाशी - कपाशीची पेरणी मान्सूनचा ७५ ते १०० मिमी पाऊस पडल्यानंतरच करावी.कोरडवाहू कपाशी करिता तीन वर्षातूनतू एक वेळा आणि बागायती पिकासाठी दरवर्षी नांगरणी आवशक आहे. पेरणी पूर्वी एक वखरपाळी दिली असता, तणाची तीव्रता २० टक्के पर्यंतर्यं कमी होते. ते कोरडवाहू कपाशीला हेक्टरी १२ ते १५ गाडी आणि बागायती कपाशीला हेक्टरी २० ते २५ गाडी चांगले मुरलेले शेणखत किंवा कंपोस्ट खत पेरणीपूर्वी शेतात एकसारखे मिसळून द्यावे. तुरी तूर/मुग व उडीद च्या पेरणीपूर्वी नांगरणी व वखराच्या २ ते ३ पाळ्या देऊन शेतजमीन तयार करावी. शेवटच्या वखरणी पूर्वी १५ ते २० गाड्या / हेक्टरी चांगले शेणखत जमिनीत मिसळावे. पेरणी मान्सून चा ७५ ते १०० मिमी पाऊस झाल्यानंतरच करावी. जमिनीमध्ये पेरणी योग्य उपलब्ध ओलावा नसल्यास पेरणी टाळावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! हि माहीती पून्हा ऐकण्यास शून्य दाबावे. Marathi MH 28-06-2023 08:30:00 SCHEDULED