Message Schedule List : 12,239
S. No. Message Language Created By Date Time Status Action
9391 24/05/2023--Baiukur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মে মাসের ৩০ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে। তবে কোথাও কোথাও হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৫ % এবং ৭০% , বাতাস প্রধানত উত্তর দিক থেকে প্রবাহিত হবে এবং কোথাও কোথাও ব্জ্রপাত ও দমকা হাওয়া সহ বৃষ্টিপাতের সম্ভবনা রয়েছে সাধারণত বাতাসের গতিবেগ গড়ে ৪ থেকে ২০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৫.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ২৫.০ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৩.৬ শতাংশ থাকবে বলে অনুমান করা ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 25-05-2023 12:00:00 SCHEDULED
9392 24/05/2023--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মে মাসের ৩০ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে। তবে ২৪ থেকে ২৮ পর্যন্ত কোথাও কোথাও মাঝারি থেকে ভারী ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩৯ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৫ % এবং ৭০% , বাতাস প্রধানত উত্তর দিক থেকে প্রবাহিত হবে এবং কোথাও কোথাও ব্জ্রপাত ও দমকা হাওয়া সহ বৃষ্টিপাতের সম্ভবনা রয়েছে সাধারণত বাতাসের গতিবেগ গড়ে ৪ থেকে ২০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৮.০ ডিগ্রি সেণ্টিগ্রেড থেকে ২৮.০ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৩.৯ শতাংশ থাকবে বলে অনুমান করা ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 25-05-2023 12:00:00 SCHEDULED
9393 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ২৫ৰ পৰা ২৮ মে লৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 25-05-2023 08:00:00 SCHEDULED
9394 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ২৫ৰ পৰা ২৮ মে লৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৩ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 25-05-2023 08:00:00 SCHEDULED
9395 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২৫ৰ পৰা ২৮ মে লৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০% আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে ।নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 25-05-2023 08:00:00 SCHEDULED
9396 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২৫ৰ পৰা ২৮ মে লৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-১৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে ।নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 25-05-2023 08:00:00 SCHEDULED
9397 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২৫ৰ পৰা ২৮ মে লৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে ।প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 25-05-2023 08:00:00 SCHEDULED
9398 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২৫ৰ পৰা ২৮ মে লৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১২ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট(Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 25-05-2023 08:00:00 SCHEDULED
9399 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ২৫ৰ পৰা ২৮ মে লৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৩-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৪ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 25-05-2023 08:00:00 SCHEDULED
9400 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৫ৰ পৰা ৩১ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ২৫ৰ পৰা ২৮ মে লৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৩-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 25-05-2023 08:00:00 SCHEDULED