Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
9401 07/062023--Jharbaragila:-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুন মাসের ১৩ তারিখ অবধি আকাশ সামান্য মেঘলা থাকবে। তবে ১০ থেকে ১৩ তারিখ পর্যন্ত মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩৯ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৫ % এবং ৬০% , বাতাস প্রধানত পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ৪ থেকে ১৪ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে ।তাপমাত্রা বেশী থাকার কারনে বাগানে যে কনো স্প্রে সকালের বেলায় করবেনা , বিকাল ৪ টার পরে স্প্রে করার জন্য পরামর্শ দেওয়া হচ্ছে । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 08-06-2023 12:00:00 SCHEDULED
9402 07/06/2023--Jamaldha :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুন মাসের ১৩ তারিখ অবধি আকাশ সামান্য মেঘলা থাকবে। তবে ১০ থেকে ১৩ তারিখ পর্যন্ত মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩৯ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৫ % এবং ৬০% , বাতাস প্রধানত উত্তর -পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ৪ থেকে ১২ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৯.৮ ডিগ্রি সেণ্টিগ্রেড থেকে ২৭.৭ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৭.২ শতাংশ থাকবে বলে অনুমান করা ।তাপমাত্রা বেশী থাকার কারনে বাগানে যে কনো স্প্রে সকালের বেলায় করবেনা , বিকাল ৪ টার পরে স্প্রে করার জন্য পরামর্শ দেওয়া হচ্ছে । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 08-06-2023 12:00:00 SCHEDULED
9403 07/06/2023--Berubari :-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুন মাসের ১৩ তারিখ অবধি আকাশ সামান্য মেঘলা থাকবে। তবে ১১ থেকে ১৩তারিখ পর্যন্ত মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৪০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯০ % এবং ৬০% , বাতাস প্রধানত উত্তর,পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ৩ থেকে ১২ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ৩২.০ ডিগ্রি সেণ্টিগ্রেড থেকে ২৯.১ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৩.২ শতাংশ থাকবে বলে অনুমান করা । তাপমাত্রা বেশী থাকার কারনে বাগানে যে কনো স্প্রে সকালের বেলায় করবেনা , বিকাল ৪ টার পরে স্প্রে করার জন্য পরামর্শ দেওয়া হচ্ছে ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 08-06-2023 12:00:00 SCHEDULED
9404 07/06/2023--Baiukur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুন মাসের ১৩ তারিখ অবধি আকাশ সামান্য মেঘলা থাকবে। তবে ১০ থেকে ১৩ তারিখ পর্যন্ত মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩৯ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯০ % এবং ৬০% , বাতাস প্রধানত উত্তর -পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ২ থেকে ১৩ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৯.৩ ডিগ্রি সেণ্টিগ্রেড থেকে ২৬.৪ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১১.২ শতাংশ থাকবে বলে অনুমান করা । তাপমাত্রা বেশী থাকার কারনে বাগানে যে কনো স্প্রে সকালের বেলায় করবেনা , বিকাল ৪ টার পরে স্প্রে করার জন্য পরামর্শ দেওয়া হচ্ছে ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 08-06-2023 12:00:00 SCHEDULED
9405 07/06/2023--Baiukur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জুন মাসের ১৩ তারিখ অবধি আকাশ সামান্য মেঘলা থাকবে। তবে ১০ থেকে ১৩ তারিখ পর্যন্ত মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩৯ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯০ % এবং ৬০% , বাতাস প্রধানত উত্তর -পূর্ব দিক থেকে প্রবাহিত হবে এবং বাতাসের গতিবেগ গড়ে ২ থেকে ১৩ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৯.৩ ডিগ্রি সেণ্টিগ্রেড থেকে ২৬.৪ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১১.২ শতাংশ থাকবে বলে অনুমান করা । তাপমাত্রা বেশী থাকার কারনে বাগানে যে কনো স্প্রে সকালের বেলায় করবেনা , বিকাল ৪ টার পরে স্প্রে করার জন্য পরামর্শ দেওয়া হচ্ছে ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 08-06-2023 12:00:00 SCHEDULED
9406 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৮ৰ পৰা ১৪ জুনলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ১০ৰ পৰা ১৪ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যোৱা সপ্তাহ যুৰি প্ৰায় সকলো ঠাইতে খৰাং সদৃশ বতৰ আৰু অধিকমাত্ৰা তাপৰ বাবে সকলো বোৰ বাগানতে কেচা চাহ পাতৰ উৎপাদন কমি গৈছে । বহুত বাগানত ৰদৰ তাপত পাত জ্বলি গৈ Fusarium wilt বেমাৰৰ দ্বাৰা আক্ৰমিত হৈছে । যি বোৰ বাগানত Shade trees নাই বা কম আছে সেই বোৰত বেছি দেখাইছে । পাত সৰি যোৱা বা ডাল বোৰ শুকাই যোৱা গছ দেখাৰ লগে লগে Hexaconazole @200 ml in 200 litres waterত মিলাই গছৰ তলে ওপৰে সকলোতে spray কৰিব লাগে , নহলে এটা সময়ত গোটেই বাগান খনেই আক্ৰমিত হব আৰু শেষত গছ বোৰ উভালি পেলাব লগীয়া হব পাৰেI • কৃষকসকলে নিশ্চয় এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন কৰিছে । যত এতিয়াও সাৰ প্ৰয়োগ সম্পন্ন কৰা হোৱা নাই, অতি সোনকালেই বাগিচাবোৰত সাৰৰ প্ৰয়োগ কৰিব লাগিব । অনুগ্ৰহ কৰি নিশ্চিত কৰিব যাতে চাহ বাগিছাখন অপতৃণৰ পৰা মুক্ত হয় । প্ৰতিজোপা চাহ গছত আৰু প্ৰতি বিঘাত প্ৰয়োগ কৰিব লগা সাৰৰ হিচাব প্ৰয়োগৰ আগতে শুদ্ধভাৱে কৰি লব। বৰষুণমুক্ত বতৰৰ পৰিস্থিতিত সাৰ প্ৰয়োগ কৰিব লাগেI • এই সময়ত বিশেষকৈ Helopeltis , Aphids, Flush worms , Green flies ,Red Spider আদি পোক-পতংগৰ আক্ৰমণ দেখা যায় । একেদৰে কিছুমান অঞ্চলত প্ৰতিকূল বতৰত Red Rust আৰু Black Rotৰ আক্ৰমণো লক্ষ্য কৰিব পাৰে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱ আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা এলেকাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব। চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে "Search and Kill" পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 08-06-2023 08:20:00 SCHEDULED
9407 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৮ৰ পৰা ১৪ জুনলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ১০ৰ পৰা ১৪ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যোৱা সপ্তাহ যুৰি প্ৰায় সকলো ঠাইতে খৰাং সদৃশ বতৰ আৰু অধিকমাত্ৰা তাপৰ বাবে সকলো বোৰ বাগানতে কেচা চাহ পাতৰ উৎপাদন কমি গৈছে । বহুত বাগানত ৰদৰ তাপত পাত জ্বলি গৈ Fusarium wilt বেমাৰৰ দ্বাৰা আক্ৰমিত হৈছে । যি বোৰ বাগানত Shade trees নাই বা কম আছে সেই বোৰত বেছি দেখাইছে । পাত সৰি যোৱা বা ডাল বোৰ শুকাই যোৱা গছ দেখাৰ লগে লগে Hexaconazole @200 ml in 200 litres waterত মিলাই গছৰ তলে ওপৰে সকলোতে spray কৰিব লাগে , নহলে এটা সময়ত গোটেই বাগান খনেই আক্ৰমিত হব আৰু শেষত গছ বোৰ উভালি পেলাব লগীয়া হব পাৰেI • কৃষকসকলে নিশ্চয় এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন কৰিছে । যত এতিয়াও সাৰ প্ৰয়োগ সম্পন্ন কৰা হোৱা নাই, অতি সোনকালেই বাগিচাবোৰত সাৰৰ প্ৰয়োগ কৰিব লাগিব । অনুগ্ৰহ কৰি নিশ্চিত কৰিব যাতে চাহ বাগিছাখন অপতৃণৰ পৰা মুক্ত হয় । প্ৰতিজোপা চাহ গছত আৰু প্ৰতি বিঘাত প্ৰয়োগ কৰিব লগা সাৰৰ হিচাব প্ৰয়োগৰ আগতে শুদ্ধভাৱে কৰি লব। বৰষুণমুক্ত বতৰৰ পৰিস্থিতিত সাৰ প্ৰয়োগ কৰিব লাগেI • এই সময়ত বিশেষকৈ Helopeltis , Aphids, Flush worms , Green flies ,Red Spider আদি পোক-পতংগৰ আক্ৰমণ দেখা যায় । একেদৰে কিছুমান অঞ্চলত প্ৰতিকূল বতৰত Red Rust আৰু Black Rotৰ আক্ৰমণো লক্ষ্য কৰিব পাৰে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱ আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা এলেকাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব। চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে "Search and Kill" পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 08-06-2023 08:20:00 SCHEDULED
9408 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৮ৰ পৰা ১৪ জুনলৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১০ৰ পৰা ১৪ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০% আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যোৱা সপ্তাহ যুৰি প্ৰায় সকলো ঠাইতে খৰাং সদৃশ বতৰ আৰু অধিকমাত্ৰা তাপৰ বাবে সকলো বোৰ বাগানতে কেচা চাহ পাতৰ উৎপাদন কমি গৈছে । বহুত বাগানত ৰদৰ তাপত পাত জ্বলি গৈ Fusarium wilt বেমাৰৰ দ্বাৰা আক্ৰমিত হৈছে । যি বোৰ বাগানত Shade trees নাই বা কম আছে সেই বোৰত বেছি দেখাইছে । পাত সৰি যোৱা বা ডাল বোৰ শুকাই যোৱা গছ দেখাৰ লগে লগে Hexaconazole @200 ml in 200 litres waterত মিলাই গছৰ তলে ওপৰে সকলোতে spray কৰিব লাগে , নহলে এটা সময়ত গোটেই বাগান খনেই আক্ৰমিত হব আৰু শেষত গছ বোৰ উভালি পেলাব লগীয়া হব পাৰেI • কৃষকসকলে নিশ্চয় এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন কৰিছে । যত এতিয়াও সাৰ প্ৰয়োগ সম্পন্ন কৰা হোৱা নাই, অতি সোনকালেই বাগিচাবোৰত সাৰৰ প্ৰয়োগ কৰিব লাগিব । অনুগ্ৰহ কৰি নিশ্চিত কৰিব যাতে চাহ বাগিছাখন অপতৃণৰ পৰা মুক্ত হয় । প্ৰতিজোপা চাহ গছত আৰু প্ৰতি বিঘাত প্ৰয়োগ কৰিব লগা সাৰৰ হিচাব প্ৰয়োগৰ আগতে শুদ্ধভাৱে কৰি লব। বৰষুণমুক্ত বতৰৰ পৰিস্থিতিত সাৰ প্ৰয়োগ কৰিব লাগেI • এই সময়ত বিশেষকৈ Helopeltis , Aphids, Flush worms , Green flies ,Red Spider আদি পোক-পতংগৰ আক্ৰমণ দেখা যায় । একেদৰে কিছুমান অঞ্চলত প্ৰতিকূল বতৰত Red Rust আৰু Black Rotৰ আক্ৰমণো লক্ষ্য কৰিব পাৰে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱ আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা এলেকাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব। চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে "Search and Kill" পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 08-06-2023 08:20:00 SCHEDULED
9409 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৮ৰ পৰা ১৪ জুনলৈ, ২০২৩, বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১০ৰ পৰা ১৪ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যোৱা সপ্তাহ যুৰি প্ৰায় সকলো ঠাইতে খৰাং সদৃশ বতৰ আৰু অধিকমাত্ৰা তাপৰ বাবে সকলো বোৰ বাগানতে কেচা চাহ পাতৰ উৎপাদন কমি গৈছে । বহুত বাগানত ৰদৰ তাপত পাত জ্বলি গৈ Fusarium wilt বেমাৰৰ দ্বাৰা আক্ৰমিত হৈছে । যি বোৰ বাগানত Shade trees নাই বা কম আছে সেই বোৰত বেছি দেখাইছে । পাত সৰি যোৱা বা ডাল বোৰ শুকাই যোৱা গছ দেখাৰ লগে লগে Hexaconazole @200 ml in 200 litres waterত মিলাই গছৰ তলে ওপৰে সকলোতে spray কৰিব লাগে , নহলে এটা সময়ত গোটেই বাগান খনেই আক্ৰমিত হব আৰু শেষত গছ বোৰ উভালি পেলাব লগীয়া হব পাৰেI • কৃষকসকলে নিশ্চয় এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন কৰিছে । যত এতিয়াও সাৰ প্ৰয়োগ সম্পন্ন কৰা হোৱা নাই, অতি সোনকালেই বাগিচাবোৰত সাৰৰ প্ৰয়োগ কৰিব লাগিব । অনুগ্ৰহ কৰি নিশ্চিত কৰিব যাতে চাহ বাগিছাখন অপতৃণৰ পৰা মুক্ত হয় । প্ৰতিজোপা চাহ গছত আৰু প্ৰতি বিঘাত প্ৰয়োগ কৰিব লগা সাৰৰ হিচাব প্ৰয়োগৰ আগতে শুদ্ধভাৱে কৰি লব। বৰষুণমুক্ত বতৰৰ পৰিস্থিতিত সাৰ প্ৰয়োগ কৰিব লাগেI • এই সময়ত বিশেষকৈ Helopeltis , Aphids, Flush worms , Green flies ,Red Spider আদি পোক-পতংগৰ আক্ৰমণ দেখা যায় । একেদৰে কিছুমান অঞ্চলত প্ৰতিকূল বতৰত Red Rust আৰু Black Rotৰ আক্ৰমণো লক্ষ্য কৰিব পাৰে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱ আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা এলেকাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব। চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে "Search and Kill" পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 08-06-2023 08:20:00 SCHEDULED
9410 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৮ৰ পৰা ১৪ জুনলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৮ৰ পৰা ১৪ জুনলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৯ৰ পৰা ১৪ জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ- পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যোৱা সপ্তাহ যুৰি প্ৰায় সকলো ঠাইতে খৰাং সদৃশ বতৰ আৰু অধিকমাত্ৰা তাপৰ বাবে সকলো বোৰ বাগানতে কেচা চাহ পাতৰ উৎপাদন কমি গৈছে । বহুত বাগানত ৰদৰ তাপত পাত জ্বলি গৈ Fusarium wilt বেমাৰৰ দ্বাৰা আক্ৰমিত হৈছে । যি বোৰ বাগানত Shade trees নাই বা কম আছে সেই বোৰত বেছি দেখাইছে । পাত সৰি যোৱা বা ডাল বোৰ শুকাই যোৱা গছ দেখাৰ লগে লগে Hexaconazole @200 ml in 200 litres waterত মিলাই গছৰ তলে ওপৰে সকলোতে spray কৰিব লাগে , নহলে এটা সময়ত গোটেই বাগান খনেই আক্ৰমিত হব আৰু শেষত গছ বোৰ উভালি পেলাব লগীয়া হব পাৰেI • কৃষকসকলে নিশ্চয় এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন কৰিছে । যত এতিয়াও সাৰ প্ৰয়োগ সম্পন্ন কৰা হোৱা নাই, অতি সোনকালেই বাগিচাবোৰত সাৰৰ প্ৰয়োগ কৰিব লাগিব । অনুগ্ৰহ কৰি নিশ্চিত কৰিব যাতে চাহ বাগিছাখন অপতৃণৰ পৰা মুক্ত হয় । প্ৰতিজোপা চাহ গছত আৰু প্ৰতি বিঘাত প্ৰয়োগ কৰিব লগা সাৰৰ হিচাব প্ৰয়োগৰ আগতে শুদ্ধভাৱে কৰি লব। বৰষুণমুক্ত বতৰৰ পৰিস্থিতিত সাৰ প্ৰয়োগ কৰিব লাগেI • এই সময়ত বিশেষকৈ Helopeltis , Aphids, Flush worms , Green flies ,Red Spider আদি পোক-পতংগৰ আক্ৰমণ দেখা যায় । একেদৰে কিছুমান অঞ্চলত প্ৰতিকূল বতৰত Red Rust আৰু Black Rotৰ আক্ৰমণো লক্ষ্য কৰিব পাৰে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱ আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা এলেকাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব। চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে "Search and Kill" পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • ভেণ্ডিৰ বাৰিষা কালত কৰা খেতিৰ উপযুক্ত সময় হল- মে মাহৰ পৰা জুলাই মাহ। মাটি ডৰা ভাল দৰে প্ৰস্তুত কৰি লব লাগে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। শাৰি আৰু গছৰ মাজৰ ব্যৱধান ক্ৰমে ৬০ ছেন্টিমিটাৰ আৰু ৪৫ ছেন্টিমিটাৰ হব লাগে। কৃষকসকলে পুচা চাৱানী (Pusa Sawani), প্ৰভানী ক্ৰান্তি (Prabhani Kranti) আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে। • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 08-06-2023 08:20:00 SCHEDULED