Message Schedule List : 12,239
S. No. Message Language Created By Date Time Status Action
9461 17/05/2023--Jharbaragila:-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মে মাসের ২৩ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে। তবে কোথাও কোথাও হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৩ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৫ % এবং ৭০% , বাতাস প্রধানত পূর্ব দিক থেকে প্রবাহিত হবে এবং কোথাও কোথাও ব্জ্রপাত ও দমকা হাওয়া সহ বৃষ্টিপাতের সম্ভবনা রয়েছে সাধারণত বাতাসের গতিবেগ গড়ে ৫ থেকে ১২ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । আবহাওয়া ব্যতিক্রমের জন্য চা বাগানে বিশেষ করে আনপ্রুন সেকশনে বাঞ্জির প্রভাব দেখা যাচ্ছে সেই সব সেকশনে হাল্কা করে পাতা তোলার সাথে সাথে ছোটো বাঞ্জি ও তুলে নিন ।এবং বৃষ্টিপাত হওয়ার পরে (ইউরিয়া-৫০০ গ্রাম + পটাশ- ৫০০ গ্রাম + চিলেটেট জিংক -১০০ গ্রাম ) ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । অথবা ( ইউরিয়া -৫০০ গ্রাম + পটাশ -৫০০ গ্রাম + বায়োজাইম ২০০ এম এল ) ১০০ লিটার জলে মিশিয়ে প্রয়োগ ক্রুন । বাগানে লাল পোকা নিয়ন্ত্রনে রাখতে ফেনাজাকুইন ২৫০ এম এল ১০০ লিটার জলে মিশিয়ে প্রয়োগ করুন ।এবং লুপার নিয়ন্ত্রনের জন্য ইমামেক্টিনবেনজুয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে প্রয়োগ করুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 18-05-2023 12:00:00 SCHEDULED
9462 17/05/2023--Jamaldha :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মে মাসের ২৩ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে। তবে কোথাও কোথাও হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৩ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৫ % এবং ৭০% , বাতাস প্রধানত পূর্ব দিক থেকে প্রবাহিত হবে এবং কোথাও কোথাও ব্জ্রপাত ও দমকা হাওয়া সহ বৃষ্টিপাতের সম্ভবনা রয়েছে সাধারণত বাতাসের গতিবেগ গড়ে ৪ থেকে ২২ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৭.৮ ডিগ্রি সেণ্টিগ্রেড থেকে ২৬.৪ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৫.৬ শতাংশ থাকবে বলে অনুমান করা । আবহাওয়া ব্যতিক্রমের জন্য চা বাগানে বিশেষ করে আনপ্রুন সেকশনে বাঞ্জির প্রভাব দেখা যাচ্ছে সেই সব সেকশনে হাল্কা করে পাতা তোলার সাথে সাথে ছোটো বাঞ্জি ও তুলে নিন ।এবং বৃষ্টিপাত হওয়ার পরে (ইউরিয়া-৫০০ গ্রাম + পটাশ- ৫০০ গ্রাম + চিলেটেট জিংক -১০০ গ্রাম ) ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । অথবা ( ইউরিয়া -৫০০ গ্রাম + পটাশ -৫০০ গ্রাম + বায়োজাইম ২০০ এম এল ) ১০০ লিটার জলে মিশিয়ে প্রয়োগ ক্রুন । বাগানে লাল পোকা নিয়ন্ত্রনে রাখতে ফেনাজাকুইন ২৫০ এম এল ১০০ লিটার জলে মিশিয়ে প্রয়োগ করুন ।এবং লুপার নিয়ন্ত্রনের জন্য ইমামেক্টিনবেনজুয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে প্রয়োগ করুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 18-05-2023 12:00:00 SCHEDULED
9463 17/05/2023--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মে মাসের ২৩ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে। তবে কোথাও কোথাও হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৩ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৫ % এবং ৭০% , বাতাস প্রধানত পূর্ব দিক থেকে প্রবাহিত হবে এবং কোথাও কোথাও ব্জ্রপাত ও দমকা হাওয়া সহ বৃষ্টিপাতের সম্ভবনা রয়েছে সাধারণত বাতাসের গতিবেগ গড়ে ৯ থেকে ২১ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ৩০.৮ ডিগ্রি সেণ্টিগ্রেড থেকে ২৮.৫ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৭.৭ শতাংশ থাকবে বলে অনুমান করা । আবহাওয়া ব্যতিক্রমের জন্য চা বাগানে বিশেষ করে আনপ্রুন সেকশনে বাঞ্জির প্রভাব দেখা যাচ্ছে সেই সব সেকশনে হাল্কা করে পাতা তোলার সাথে সাথে ছোটো বাঞ্জি ও তুলে নিন ।এবং বৃষ্টিপাত হওয়ার পরে (ইউরিয়া-৫০০ গ্রাম + পটাশ- ৫০০ গ্রাম + চিলেটেট জিংক -১০০ গ্রাম ) ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । অথবা ( ইউরিয়া -৫০০ গ্রাম + পটাশ -৫০০ গ্রাম + বায়োজাইম ২০০ এম এল ) ১০০ লিটার জলে মিশিয়ে প্রয়োগ ক্রুন । বাগানে লাল পোকা নিয়ন্ত্রনে রাখতে ফেনাজাকুইন ২৫০ এম এল ১০০ লিটার জলে মিশিয়ে প্রয়োগ করুন ।এবং লুপার নিয়ন্ত্রনের জন্য ইমামেক্টিনবেনজুয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে প্রয়োগ করুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 18-05-2023 12:00:00 SCHEDULED
9464 17/05/2023--Baiukur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মে মাসের ২৩ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে। তবে কোথাও কোথাও হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৭ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৩ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের বাতাসের আদ্রতা ৯৫ % এবং ৭০% , বাতাস প্রধানত পূর্ব দিক থেকে প্রবাহিত হবে এবং কোথাও কোথাও ব্জ্রপাত ও দমকা হাওয়া সহ বৃষ্টিপাতের সম্ভবনা রয়েছে সাধারণত বাতাসের গতিবেগ গড়ে ৯ থেকে ২০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৭.২ ডিগ্রি সেণ্টিগ্রেড থেকে ২৫.৫ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৮.৩ শতাংশ থাকবে বলে অনুমান করা । আবহাওয়া ব্যতিক্রমের জন্য চা বাগানে বিশেষ করে আনপ্রুন সেকশনে বাঞ্জির প্রভাব দেখা যাচ্ছে সেই সব সেকশনে হাল্কা করে পাতা তোলার সাথে সাথে ছোটো বাঞ্জি ও তুলে নিন ।এবং বৃষ্টিপাত হওয়ার পরে (ইউরিয়া-৫০০ গ্রাম + পটাশ- ৫০০ গ্রাম + চিলেটেট জিংক -১০০ গ্রাম ) ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । অথবা ( ইউরিয়া -৫০০ গ্রাম + পটাশ -৫০০ গ্রাম + বায়োজাইম ২০০ এম এল ) ১০০ লিটার জলে মিশিয়ে প্রয়োগ ক্রুন । বাগানে লাল পোকা নিয়ন্ত্রনে রাখতে ফেনাজাকুইন ২৫০ এম এল ১০০ লিটার জলে মিশিয়ে প্রয়োগ করুন ।এবং লুপার নিয়ন্ত্রনের জন্য ইমামেক্টিনবেনজুয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে প্রয়োগ করুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 18-05-2023 12:00:00 SCHEDULED
9465 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ৪৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 18-05-2023 08:00:00 SCHEDULED
9466 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ২৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 18-05-2023 08:00:00 SCHEDULED
9467 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০% আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ৮০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 18-05-2023 08:00:00 SCHEDULED
9468 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩, বতৰ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০% আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ৩৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে পৰামৰ্শ দিয়া মাত্ৰাত দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 18-05-2023 08:00:00 SCHEDULED
9469 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ১০৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে আমাৰ অফিচৰ পৰা সকলোলৈ দিয়া দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 18-05-2023 08:00:00 SCHEDULED
9470 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত ১ৰ পৰা ১৫ মে লৈ মুঠ ৭৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • এই সময়ত সকলো বোৰ বাগানত জনম পাতৰ ওপৰত ৬/৭ দিনৰ ব্যৱধানত পাত তুলিব লাগে। গোল পাতৰ বা FISH LEAF ৰ ওপৰত তুলিলে পাততোলা টেবুল খন লাহে লাহে ওখ হৈ পৰে আৰু গছৰ উৎপাদন কমি যায়। • প্ৰতিকুল বতৰৰ বাবে বহুত বাগানত হেলপেলটিচ আক্ৰমনিত হোৱা দেখা গৈছে । প্ৰতিৰোধ কৰিবৰ বাবে আমাৰ অফিচৰ পৰা সকলোলৈ দিয়া দৰব ১৫ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে । নতুন পাত ওলাবলৈ বৰিক এচিদ (Boric Acid) @১৫০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • অহা কেইদিনমানত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে অতি শীঘ্ৰে পথাৰৰ পৰা পৈনত ফল-মূল আৰু পাচলিসমূহ চপাই অনাৰ ব্যৱস্থা কৰিব । চপোৱা শস্য বোৰ সঠিক স্থানত ৰাখিব লাগে যাতে বৰষুণৰ পৰা সুৰক্ষিত হৈ থাকে। • গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাচলিৰ বাৰীখনত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 18-05-2023 08:00:00 SCHEDULED