Message Schedule List : 12,470
S. No. Message Language Created By Date Time Status Action
9971 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শাক পাচলীৰ খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে গতিকে এই সময়ত ১৫- ২০ দিনৰ ব্যৱধানত অপতৃণবোৰ আঁতৰাই পেলোৱাটো প্ৰয়োজনীয়। তাৰোপৰি গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব লাগে যাতে পানী জমা নহয়। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 27-04-2023 08:05:00 SCHEDULED
9972 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শাক পাচলীৰ খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে গতিকে এই সময়ত ১৫- ২০ দিনৰ ব্যৱধানত অপতৃণবোৰ আঁতৰাই পেলোৱাটো প্ৰয়োজনীয়। তাৰোপৰি গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব লাগে যাতে পানী জমা নহয়। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 27-04-2023 08:05:00 SCHEDULED
9973 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যোৱা কিছুদিনত পৰিলক্ষিত হোৱা বিশেষকৈ উজনি অসমৰ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগান বোৰত শিলাবৃষ্টিৰ ফলত বহুত চাহ গছৰ উঠি অহা নতুন পাতৰ লগতে কুমলীয়া ডাল বোৰ নষ্ট হৈছে , আনকি বহুত ডালবোৰো ভাঙি ছিগি গৈ গছৰ ফ্ৰেম বোৰ নষ্ট হৈছে । এনেবোৰ বাগানত যুদ্ধ গতিৰে কপাৰ ৫০০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই লৈ স্প্ৰে কৰিব লাগিব । ক্ষতিগ্ৰস্ত উদ্ভিদৰ অংশবোৰ আঁতৰাই পেলাব লাগে যাতে ই কীট-পতংগ আৰু ৰোগক আকৰ্ষণ নকৰে আৰু বাকী অংশ সুৰক্ষিত হৈ থাকে। • চাহ গছত শিলাবৃষ্টিৰ প্ৰভাৱৰ বাবে দ্বিতীয় Flushৰ বৃদ্ধিত পলম হব। এই সময়ত ক্ষতিগ্ৰস্ত উদ্ভিদৰ পুনৰুত্পাদনৰ প্ৰতি গুৰুত্ব দিব লাগিব। UP গছ বোৰ কিছু দিন rest দি পাত তুলিব পাৰে । নতনকৈ পাত ওলোৱাৰ পিছত আকৌ টিপিং কৰিব লাগিব । LP ,DS গছ বোৰ পুনৰাই নতুন পাত ওলোৱাৰ পিছত টিপিং কৰিব লাগিব যাতে পুনৰকৈ পাত তোলা টেবুলটো বনাব পাৰে । • UP চাহ বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক (Zinc) ৰ মিশ্ৰণৰ (১%কৈ) ১৫ দিনৰ ব্যৱধানত বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শিলাবৃষ্টিৰ ফলত শাক-পাচলিৰ শস্যত ক্ষতিগ্ৰস্ত ফল ,পাত আৰু ডালবোৰ আঁতৰাই পেলাব। কিছুমান গছ অত্যধিকভাৱে প্ৰভাৱিত হৈছে আৰু শিলাবৃষ্টিৰ ক্ষতি ঠিক কৰাটো সম্ভৱ নহয়। এই গছবোৰ আঁতৰাই নতুন পুলি ৰোপণ কৰিব লাগিব । • শিলাবৃষ্টিৰ ফলত আক্ৰান্ত শাক-পাচলিৰ শস্যত ভেঁকুৰ আৰু বেক্টেৰিয়াৰ আক্ৰমণৰ প্ৰভাৱৰ পৰা প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে Copper fungicide আৰু Streptomycin ঔষধৰ স্প্ৰে কৰিব পাৰে । • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 27-04-2023 08:05:00 SCHEDULED
9974 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩, বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যোৱা কিছুদিনত পৰিলক্ষিত হোৱা বিশেষকৈ উজনি অসমৰ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগান বোৰত শিলাবৃষ্টিৰ ফলত বহুত চাহ গছৰ উঠি অহা নতুন পাতৰ লগতে কুমলীয়া ডাল বোৰ নষ্ট হৈছে , আনকি বহুত ডালবোৰো ভাঙি ছিগি গৈ গছৰ ফ্ৰেম বোৰ নষ্ট হৈছে । এনেবোৰ বাগানত যুদ্ধ গতিৰে কপাৰ ৫০০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই লৈ স্প্ৰে কৰিব লাগিব । ক্ষতিগ্ৰস্ত উদ্ভিদৰ অংশবোৰ আঁতৰাই পেলাব লাগে যাতে ই কীট-পতংগ আৰু ৰোগক আকৰ্ষণ নকৰে আৰু বাকী অংশ সুৰক্ষিত হৈ থাকে। • চাহ গছত শিলাবৃষ্টিৰ প্ৰভাৱৰ বাবে দ্বিতীয় Flushৰ বৃদ্ধিত পলম হব। এই সময়ত ক্ষতিগ্ৰস্ত উদ্ভিদৰ পুনৰুত্পাদনৰ প্ৰতি গুৰুত্ব দিব লাগিব। UP গছ বোৰ কিছু দিন rest দি পাত তুলিব পাৰে । নতনকৈ পাত ওলোৱাৰ পিছত আকৌ টিপিং কৰিব লাগিব । LP ,DS গছ বোৰ পুনৰাই নতুন পাত ওলোৱাৰ পিছত টিপিং কৰিব লাগিব যাতে পুনৰকৈ পাত তোলা টেবুলটো বনাব পাৰে । • UP চাহ বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক (Zinc) ৰ মিশ্ৰণৰ (১%কৈ) ১৫ দিনৰ ব্যৱধানত বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শিলাবৃষ্টিৰ ফলত শাক-পাচলিৰ শস্যত ক্ষতিগ্ৰস্ত ফল ,পাত আৰু ডালবোৰ আঁতৰাই পেলাব। কিছুমান গছ অত্যধিকভাৱে প্ৰভাৱিত হৈছে আৰু শিলাবৃষ্টিৰ ক্ষতি ঠিক কৰাটো সম্ভৱ নহয়। এই গছবোৰ আঁতৰাই নতুন পুলি ৰোপণ কৰিব লাগিব । • শিলাবৃষ্টিৰ ফলত আক্ৰান্ত শাক-পাচলিৰ শস্যত ভেঁকুৰ আৰু বেক্টেৰিয়াৰ আক্ৰমণৰ প্ৰভাৱৰ পৰা প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে Copper fungicide আৰু Streptomycin ঔষধৰ স্প্ৰে কৰিব পাৰে । • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 27-04-2023 08:00:00 SCHEDULED
9975 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যোৱা কিছুদিনত পৰিলক্ষিত হোৱা বিশেষকৈ উজনি অসমৰ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগান বোৰত শিলাবৃষ্টিৰ ফলত বহুত চাহ গছৰ উঠি অহা নতুন পাতৰ লগতে কুমলীয়া ডাল বোৰ নষ্ট হৈছে , আনকি বহুত ডালবোৰো ভাঙি ছিগি গৈ গছৰ ফ্ৰেম বোৰ নষ্ট হৈছে । এনেবোৰ বাগানত যুদ্ধ গতিৰে কপাৰ ৫০০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই লৈ স্প্ৰে কৰিব লাগিব । ক্ষতিগ্ৰস্ত উদ্ভিদৰ অংশবোৰ আঁতৰাই পেলাব লাগে যাতে ই কীট-পতংগ আৰু ৰোগক আকৰ্ষণ নকৰে আৰু বাকী অংশ সুৰক্ষিত হৈ থাকে। • চাহ গছত শিলাবৃষ্টিৰ প্ৰভাৱৰ বাবে দ্বিতীয় Flushৰ বৃদ্ধিত পলম হব। এই সময়ত ক্ষতিগ্ৰস্ত উদ্ভিদৰ পুনৰুত্পাদনৰ প্ৰতি গুৰুত্ব দিব লাগিব। UP গছ বোৰ কিছু দিন rest দি পাত তুলিব পাৰে । নতনকৈ পাত ওলোৱাৰ পিছত আকৌ টিপিং কৰিব লাগিব । LP ,DS গছ বোৰ পুনৰাই নতুন পাত ওলোৱাৰ পিছত টিপিং কৰিব লাগিব যাতে পুনৰকৈ পাত তোলা টেবুলটো বনাব পাৰে । • UP চাহ বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক (Zinc) ৰ মিশ্ৰণৰ (১%কৈ) ১৫ দিনৰ ব্যৱধানত বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শিলাবৃষ্টিৰ ফলত শাক-পাচলিৰ শস্যত ক্ষতিগ্ৰস্ত ফল ,পাত আৰু ডালবোৰ আঁতৰাই পেলাব। কিছুমান গছ অত্যধিকভাৱে প্ৰভাৱিত হৈছে আৰু শিলাবৃষ্টিৰ ক্ষতি ঠিক কৰাটো সম্ভৱ নহয়। এই গছবোৰ আঁতৰাই নতুন পুলি ৰোপণ কৰিব লাগিব । • শিলাবৃষ্টিৰ ফলত আক্ৰান্ত শাক-পাচলিৰ শস্যত ভেঁকুৰ আৰু বেক্টেৰিয়াৰ আক্ৰমণৰ প্ৰভাৱৰ পৰা প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে Copper fungicide আৰু Streptomycin ঔষধৰ স্প্ৰে কৰিব পাৰে । • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 27-04-2023 08:00:00 SCHEDULED
9976 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যোৱা কিছুদিনত পৰিলক্ষিত হোৱা বিশেষকৈ উজনি অসমৰ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগান বোৰত শিলাবৃষ্টিৰ ফলত বহুত চাহ গছৰ উঠি অহা নতুন পাতৰ লগতে কুমলীয়া ডাল বোৰ নষ্ট হৈছে , আনকি বহুত ডালবোৰো ভাঙি ছিগি গৈ গছৰ ফ্ৰেম বোৰ নষ্ট হৈছে । এনেবোৰ বাগানত যুদ্ধ গতিৰে কপাৰ ৫০০ গ্ৰাম ২০০ লিটাৰ পানীত মিহলাই লৈ স্প্ৰে কৰিব লাগিব । ক্ষতিগ্ৰস্ত উদ্ভিদৰ অংশবোৰ আঁতৰাই পেলাব লাগে যাতে ই কীট-পতংগ আৰু ৰোগক আকৰ্ষণ নকৰে আৰু বাকী অংশ সুৰক্ষিত হৈ থাকে। • চাহ গছত শিলাবৃষ্টিৰ প্ৰভাৱৰ বাবে দ্বিতীয় Flushৰ বৃদ্ধিত পলম হব। এই সময়ত ক্ষতিগ্ৰস্ত উদ্ভিদৰ পুনৰুত্পাদনৰ প্ৰতি গুৰুত্ব দিব লাগিব। UP গছ বোৰ কিছু দিন rest দি পাত তুলিব পাৰে । নতনকৈ পাত ওলোৱাৰ পিছত আকৌ টিপিং কৰিব লাগিব । LP ,DS গছ বোৰ পুনৰাই নতুন পাত ওলোৱাৰ পিছত টিপিং কৰিব লাগিব যাতে পুনৰকৈ পাত তোলা টেবুলটো বনাব পাৰে । • UP চাহ বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক (Zinc) ৰ মিশ্ৰণৰ (১%কৈ) ১৫ দিনৰ ব্যৱধানত বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শিলাবৃষ্টিৰ ফলত শাক-পাচলিৰ শস্যত ক্ষতিগ্ৰস্ত ফল ,পাত আৰু ডালবোৰ আঁতৰাই পেলাব। কিছুমান গছ অত্যধিকভাৱে প্ৰভাৱিত হৈছে আৰু শিলাবৃষ্টিৰ ক্ষতি ঠিক কৰাটো সম্ভৱ নহয়। এই গছবোৰ আঁতৰাই নতুন পুলি ৰোপণ কৰিব লাগিব । • শিলাবৃষ্টিৰ ফলত আক্ৰান্ত শাক-পাচলিৰ শস্যত ভেঁকুৰ আৰু বেক্টেৰিয়াৰ আক্ৰমণৰ প্ৰভাৱৰ পৰা প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে Copper fungicide আৰু Streptomycin ঔষধৰ স্প্ৰে কৰিব পাৰে । • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 27-04-2023 08:00:00 SCHEDULED
9977 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৩ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শাক পাচলীৰ খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে গতিকে এই সময়ত ১৫- ২০ দিনৰ ব্যৱধানত অপতৃণবোৰ আঁতৰাই পেলোৱাটো প্ৰয়োজনীয়। তাৰোপৰি গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব লাগে যাতে পানী জমা নহয়। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 27-04-2023 08:00:00 SCHEDULED
9978 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৭ এপ্ৰিলৰ পৰা ৩ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শাক পাচলীৰ খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে গতিকে এই সময়ত ১৫- ২০ দিনৰ ব্যৱধানত অপতৃণবোৰ আঁতৰাই পেলোৱাটো প্ৰয়োজনীয়। তাৰোপৰি গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব লাগে যাতে পানী জমা নহয়। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 27-04-2023 08:00:00 SCHEDULED
9979 25/04/2023--Jharbaragila:-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মে মাসের ২ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে।তবে ২৮ এপ্রিল থেকে ১ লা মে পর্যন্ত হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২১ ডিগ্রি সেন্টিগ্রেড থেকে ২৩ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯৫ % এবং ৫০ % , বাতাস প্রধানত উত্তর- পূর্ব দিক থেকে প্রবাহিত হবে এবং গতিবেগ গড়ে ৪ থেকে ৮ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । বাগানে রেডস্পাইডার বা লাল পোকা দেখা দিলে পাতা তোলার পর ফেনাজাকুই ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন ।এছাড়া বাগানে মশা , থিপ্স,ও গ্রীনফ্লাই দেখা দিলে প্রথমে মশা আক্রান্ত পাতা গুলো তুলে নিন তার পরে থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন।বর্তমানে বাগানে লুপার দেখা দিলে ইমামেক্টিন বেঞ্জুয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । এ ছাড়া যে সমস্ত বাগানে ভালো বৃষ্টিপাত হয়েছে সেই সমস্ত বাগানে ফোলিয়ার হিসাবে ইউরিয়া-৭০০গ্রাম + ডি এ পি ৪০০ গ্রাম + পটাশ ৯০০ গ্রাম ১০০ লিটার মিশিয়ে স্প্রে করে দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 27-04-2023 12:00:00 SCHEDULED
9980 25/04/2023--Jaburapara :-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মে মাসের ২ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে।তবে ২৯ এপ্রিল থেকে ১ লা মে পর্যন্ত হাল্কা থেকে মাঝারি ধরনের বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৯ ডিগ্রি সেন্টিগ্রেড থেকে ৩৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২১ ডিগ্রি সেন্টিগ্রেড থেকে ২৪ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৫০ % , বাতাস প্রধানত উত্তর - পূর্ব দিক থেকে প্রবাহিত হবে এবং গতিবেগ গড়ে ৫ থেকে ৮ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । বাগানে রেডস্পাইডার বা লাল পোকা দেখা দিলে পাতা তোলার পর ফেনাজাকুই ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন ।এছাড়া বাগানে মশা , থিপ্স,ও গ্রীনফ্লাই দেখা দিলে প্রথমে মশা আক্রান্ত পাতা গুলো তুলে নিন তার পরে থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করুন।বর্তমানে বাগানে লুপার দেখা দিলে ইমামেক্টিন বেঞ্জুয়েট ৪০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । এ ছাড়া যে সমস্ত বাগানে ভালো বৃষ্টিপাত হয়েছে সেই সমস্ত বাগানে ফোলিয়ার হিসাবে ইউরিয়া-৭০০গ্রাম + ডি এ পি ৪০০ গ্রাম + পটাশ ৯০০ গ্রাম ১০০ লিটার মিশিয়ে স্প্রে করে দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 27-04-2023 12:00:00 SCHEDULED